BJYM Sivasagar Nagar Mandal

BJYM Sivasagar Nagar Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Sivasagar Nagar Mandal, Political organisation, Sibsagar.

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্রক্ষ্ম তস্মৈশ্রীগুৰুৱে নম।সমাজখন জ্ঞানৰ জ্যোতিৰে জিলিকাই...
05/09/2023

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্রক্ষ্ম তস্মৈশ্রী
গুৰুৱে নম।

সমাজখন জ্ঞানৰ জ্যোতিৰে জিলিকাই ৰাখিবলৈ নিজৰ জীৱনৰ প্ৰতিটো সময় ত্যাগ কৰা সমাজৰ প্ৰতিগৰাকী নমস্য শিক্ষাগুৰু আৰু দীক্ষা গুৰুক আমাৰ তৰফৰ পৰা ভক্তিভৰা সেৱা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

সেই যে সৰুতে আমি সকলোৱে চোতালত বহি আইতাৰ মুখত জোনবাইৰ দেশৰ সাধু শুনিছিলোঁ, সেই জোনবাই আজি আৰু দূৰ নহয়…চন্দ্ৰযান-৩ ৰ এই স...
23/08/2023

সেই যে সৰুতে আমি সকলোৱে চোতালত বহি আইতাৰ মুখত জোনবাইৰ দেশৰ সাধু শুনিছিলোঁ, সেই জোনবাই আজি আৰু দূৰ নহয়…

চন্দ্ৰযান-৩ ৰ এই সফলতাত সমগ্ৰ ভাৰতবাসী আজি উৎফুল্লিত আৰু গৌৰৱান্বিত। এই সফলতাই ভাৰতৰ মহাকাশযাত্ৰাত এক নতুন যুগৰ সূচনা কৰিলে। ইছৰ’ৰ প্ৰতিগৰাকী বিজ্ঞানী তথা কৰ্মচাৰীসকলৰ প্ৰতি আজি আমি দেশবাসী কৃতজ্ঞ।

ইছৰ’ৰ এই চন্দ্ৰপ্ৰয়াসী যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰ্বতোপ্ৰকাৰ সমৰ্থন আছিল অতি গুৰুত্বপূৰ্ণ। আজি চন্দ্ৰযানৰ সফলতাৰ পাছত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাবে পৰিগণিত হ’ল আমাৰ দেশ ভাৰতবৰ্ষ।

অন্য দলৰ আছিল যদিও তেখেত ভাৰতৰ সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী। বৰ্তমান তেখেতৰ স্বাস্থ্যৰ অৱস্থা অতি বেয়া। কিন্তু এনে অৱ...
08/08/2023

অন্য দলৰ আছিল যদিও তেখেত ভাৰতৰ সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী। বৰ্তমান তেখেতৰ স্বাস্থ্যৰ অৱস্থা অতি বেয়া। কিন্তু এনে অৱস্থাতো কংগ্ৰেছৰ বৰ্তমানৰ নিলাজ, অহংকাৰী নেতৃত্বই নিজৰ ঠগবন্ধন ৰক্ষাৰ স্বাৰ্থত কালি মাজনিশালৈ এনেদৰে তেখেতক হুইল চেয়াৰত বহুৱাই সংসদত ৰখাই থ’লে। ঘৃণনীয় ৰাজনীতিৰ বাবে নৈতিকতাৰ চৰম বিপৰ্যয় ঘটিছে কংগ্ৰেছৰ।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা অনলাইন কুইজ প্রতিযোগিতাত আগ্ৰহী প্ৰতিযোগী সকলে তলত দিয়া QR Code অথবা Li...
25/06/2023

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা অনলাইন কুইজ প্রতিযোগিতাত আগ্ৰহী প্ৰতিযোগী সকলে তলত দিয়া QR Code অথবা Linkত Click কৰি অংশগ্ৰহণ কৰিব পাৰিব৷
BJYM Assam☑️
Sidhanku Ankur Barua
Topon Kumar Gogoi
Mayur Borgohain

ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলা সমিতিৰ এগৰাকী অন্যতম সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যা জোনালী না...
12/06/2023

ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলা সমিতিৰ এগৰাকী অন্যতম সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যা জোনালী নাথৰ হত্যাৰ খৱৰ অতিকৈ মৰ্মান্তিক। নৃশংসতাৰ বলি হোৱা দলৰ সক্ৰিয় কাৰ্যকৰ্তা জোনালী নাথৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দোষীক যাতে অতি শীঘ্ৰে কৰায়ত্ত কৰি আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে তাৰবাবে ভাৰতীয় জনতা যুৱ মৰ্চা, শিৱসাগৰ নগৰ মণ্ডল তৰফৰ পৰা অসম আৰক্ষীক আহ্বান জনালোঁ।

11/04/2023
ভাৰতীয় জনতা পাৰ্টী.শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী তথা শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰা বাইদ...
12/02/2023

ভাৰতীয় জনতা পাৰ্টী.শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী তথা শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰা বাইদেউ ৰ আস্কমিক মৃত্যুৰ গভীৰ শোক প্রকাশ কৰিছো 💐.
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্রার্থনা জনালো 🙏

প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা তথা অসমীয়া বোলছবিৰ জনক,প্ৰসিদ্ধ গীতিকাৰ,নাট্যকাৰ, সুৰকাৰ,লেখক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা...
17/01/2023

প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা তথা অসমীয়া বোলছবিৰ জনক,প্ৰসিদ্ধ গীতিকাৰ,নাট্যকাৰ, সুৰকাৰ,লেখক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক তেখেতৰ মৃত্যু তিথিত ভাৰতীয় জনতা যুৱ মৰ্চা,শিৱসাগৰ নগৰ সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
মহান শিল্পী গৰাকীৰ স্মৃতিত ১৭ জানুৱাৰী তাৰিখটো সমগ্ৰ অসমে শিল্পী দিৱস হিচাপে পালন কৰি আহিছে।

ইংৰাজী ১২ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা, শিৱসাগৰ জিলাৰ উদ্যোগত "Young India R...
12/01/2023

ইংৰাজী ১২ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা, শিৱসাগৰ জিলাৰ উদ্যোগত "Young India Run" শীৰ্ষক অৰ্ধ মাৰথান দৌৰ প্ৰতিযোগিতা |



ভাৰতীয় জনতা যুৱ মৰ্চা

For 100 glorious years, Heeraben Maa blessed us all with her affection. She was a symbol of simplicity, humility and con...
30/12/2022

For 100 glorious years, Heeraben Maa blessed us all with her affection. She was a symbol of simplicity, humility and conviction.

As she leaves for heavenly abode, with teary eyes, I join millions in prayers. May her blessings always be with us.

Narendra Modi

মহাবীৰ লাচিত বৰফুকন ৪০০ বছৰ জন্ম জয়ন্তী উপলক্ষে ।
24/11/2022

মহাবীৰ লাচিত বৰফুকন ৪০০ বছৰ জন্ম জয়ন্তী উপলক্ষে ।

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when BJYM Sivasagar Nagar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share