08/06/2026
🙏🙏🙏💐
এখন সুৰক্ষিত, বিকশিত, আত্মনিৰ্ভৰশীল আৰু অগ্ৰগামী অসম গঢ়ি তোলাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই আজি অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে।
আমি আশাবাদী যে, প্ৰতিগৰাকী সন্মানীয় মন্ত্ৰীয়ে আগন্তুক দিনসমূহত অসমৰ সৰ্বাংগীন উন্নয়ন আৰু জনকল্যাণৰ হকে নিষ্ঠা, দায়বদ্ধতা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰি যাব।
লগতে, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ ন্যায়, কল্যাণ আৰু সবলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰতো অহৰ্নিশে সেৱা আগবঢ়াই যাব বুলি দৃঢ় বিশ্বাস ৰাখিলোঁ।