Bharatiya Janata Mohila Morcha, Sivasagar District

Bharatiya Janata Mohila Morcha, Sivasagar District Official page Of BJP Mohila Morcha SivasagarDistrict

৫০নং মঙ্গলদৈ বিধানসভা সমষ্টিৰ সন্মানীয়া বিধায়িকা তথা বিজেপি অসমপ্ৰদেশ মহিলামৰ্চাৰ সন্মানীয়া সভানেত্ৰী Nilima Devi ডাঙৰীয়...
25/05/2026

৫০নং মঙ্গলদৈ বিধানসভা সমষ্টিৰ সন্মানীয়া বিধায়িকা তথা বিজেপি অসমপ্ৰদেশ মহিলামৰ্চাৰ সন্মানীয়া সভানেত্ৰী Nilima Devi ডাঙৰীয়ানীলৈ ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰত ৰাইজৰ হৈ সেৱা আগবঢ়াই যাবলৈ মা-কামাখ্যাই আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক।

জুলি পাটৰ
সভানেত্ৰী,শিৱসাগৰ জিলা মহিলা মৰ্চা

BJP Mahila Morcha Assam Pradesh
Juli Pator

12/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আজি ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো কাৰ্যকৰ্তাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Bitupon Raidongia
Juli Pator

মঙ্গলদৈ বিধানসভা সমষ্টিৰ এন ডি এৰ বিজয়ী প্ৰাৰ্থী তথা BJP Mahila Morcha Assam Pradesh  ৰ সন্মাানীয়া সভানেত্ৰী Nilima Devi...
04/05/2026

মঙ্গলদৈ বিধানসভা সমষ্টিৰ এন ডি এৰ বিজয়ী প্ৰাৰ্থী তথা BJP Mahila Morcha Assam Pradesh ৰ সন্মাানীয়া সভানেত্ৰী Nilima Devi দেৱী ডাঙৰীয়ানীলৈ শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

জুলি পাটৰ
সভানেত্ৰী,শিৱসাগৰ জিলা মহিলা মৰ্চা

BJP Assam Pradesh
Bitupon Raidongia
Juli Pator

অভিনন্দন 🙏🏻শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা দুয়োটা সমষ্টিতে জয়লাভ কৰা বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীলৈকে শিৱসাগৰ জিলাৰ মহিলা মৰ...
04/05/2026

অভিনন্দন 🙏🏻

শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা দুয়োটা সমষ্টিতে জয়লাভ কৰা বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীলৈকে শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো 🙏🏻



জুলি পাটৰ
সভানেত্ৰী, শিৱসাগৰ জিলা মহিলা মৰ্চা ।

Sushanta Borgohain
Mayur Boorgohaain
Bitupon Raidongia
Juli Pator

অভিনন্দন 🙏🏻
04/05/2026

অভিনন্দন 🙏🏻

অসম নিৰ্বাচন ২০২৬!

মাননীয় ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক অভিনন্দন।

Congratulations to Dr Himanta Biswa Sarma and BJP Assam Pradesh on securing a resounding mandate in the .

This victory reinforces people's trust in the Govt and its policies as the journey is set to continue.

🙏🏻
04/05/2026

🙏🏻

চৌদিশে পদুম ফুলিছে...

ৰাষ্ট্ৰ নিৰ্মাণত সমৰ্পিত প্ৰতিগৰাকী শ্ৰমিকলৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ শুভেচ্ছা জনালো 🙏🏻
01/05/2026

ৰাষ্ট্ৰ নিৰ্মাণত সমৰ্পিত প্ৰতিগৰাকী শ্ৰমিকলৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ শুভেচ্ছা জনালো 🙏🏻

জাগ্ৰত নাৰী সমাজ, সমৃদ্ধ ভাৰত, সমৃদ্ধ নাৰী শক্তি।মহিলা বিৰোধী কংগ্ৰেছ দলে ৰাজনৈতিক ভাবে সংসদৰ মজিয়াত ৩৩% মহিলাৰ আসন সংৰ...
30/04/2026

জাগ্ৰত নাৰী সমাজ, সমৃদ্ধ ভাৰত, সমৃদ্ধ নাৰী শক্তি।
মহিলা বিৰোধী কংগ্ৰেছ দলে ৰাজনৈতিক ভাবে সংসদৰ মজিয়াত ৩৩% মহিলাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলক যি অপমান কৰিলে‌ মহিলাসকলে‌ কেতিয়াও নেপাহৰে,তাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলক ধিক্কাৰ জনাই আজি ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলাৰ,শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।
উক্ত কাৰ্যসূচীত অংশ লয় ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলাৰ উপসভানেত্ৰী ড০ অসমী গগৈ ডাঙৰীয়ানী,
ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সন্মানীয়া সভানেত্ৰী শ্ৰীযুতা জুলি পাটৰ ডাঙৰীয়নী ৰ লগতে জিলাৰ মহিলা মৰ্চাৰ সন্মানীয়া বিষয় ববীয়া সকল, শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী অন্জলি কাকতি আৰু বিষয়ববীয়া সকলে ।

নাৰী শক্তিক অৱজ্ঞা কৰা কোনো নীতি কেতিয়াও সফল হ’ব নোৱাৰে।
নাৰী শক্তিৰ ওপৰত কংগ্ৰেছৰ প্ৰতাৰণা কেতিয়াও গ্ৰহণযোগ‍্য নহয়, এই শক্তিশালী সংকল্পই আজিৰ প্ৰতিবাদৰ মূল বাৰ্তা ।

Narendra Modi
Amit Shah
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Nilima Devi
Bitupon Raidongia
Juli Pator
#महिला_विरोधी_कांग्रेस

28/04/2026
মহিলা বিৰোধী কংগ্ৰেছ দলে ৰাজনৈতিক ভাবে সংসদৰ মজিয়াত ৩৩% মহিলাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলক যি অপমান কৰিলে‌ মহিলাসকল...
27/04/2026

মহিলা বিৰোধী কংগ্ৰেছ দলে ৰাজনৈতিক ভাবে সংসদৰ মজিয়াত ৩৩% মহিলাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলক যি অপমান কৰিলে‌ মহিলাসকলে‌ কেতিয়াও নেপাহৰে।

বিৰোধী দলক ধিক্কাৰ জনাই আজি ইং 29/4/2026 তাৰিখ সোমবাৰে ডিমৌ সমষ্টিৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ মহিলা মৰ্চাৰ নেতৃত্বত,বিৰোধী দল কংগ্ৰেছে বাধা প্ৰদান কৰি মহিলাৰ ৰাজনৈতিক ভবিষ্যতৰ বাবে হেঙাৰ স্বৰূপে তেওঁলোকে যি ঠিয় দিলে তাৰ প্ৰতিবাদত মণ্ডল মহিলা মৰ্চাৰ বিষয় ববীয়া সকল ও সদস্যাসকল,মহিলা বুথ বাহিনীৰ কাৰ্যকতা সকল,পঞ্চায়ত/আঞ্চলিক পঞ্চায়ত আৰু পৌৰসভাৰ সকলো জনপ্ৰতিনিধি একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই প্ৰতিবাদী কাৰ্য‍্যসূচীত অংশ লয় ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলাৰ উপসভানেত্রী ড০ অসমী গগৈ ডাঙৰীয়ানী, ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী জুলি পাটৰ ডাঙৰীয়ানী,ডিমৌ পৌৰসভাৰ সভানেত্ৰী পল্লৱিতা বৰুৱা আঞ্চলিক পঞ্চায়ত সভানেত্ৰী সমীক্ষা বৰবৰুৱা ডাঙৰীয়ানী লগতে ডিমৌ মণ্ডল ৰ মহিলা মৰ্চাৰ সভানেত্ৰী জ্যোতি গগৈ ডাঙৰীয়ানী,খেলুৱা মণ্ডল ৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰেখা বৰপাত্ৰগোঁহাই ডাঙৰীয়ানী,বকতা লাকুৱা মণ্ডল ৰ সভানেত্ৰী শিল্পী ৰাজকুমাৰীয়ে ।




Dilip Saikia
Nilima Devi
BJP Assam Pradesh
Bitupon Raidongia
Asomi Gogoi
Juli Pator

'নাৰী শক্তি, শ্ৰেষ্ঠ শক্তি'আজি ভাৰতীয় জনতা পাৰ্টি,শিৱসাগৰ জিলা কাৰ্য্যালয়ত কংগ্ৰেছ তথা INDI মিত্ৰজোঁটৰ মহিলা বিৰোধী নী...
24/04/2026

'নাৰী শক্তি, শ্ৰেষ্ঠ শক্তি'

আজি ভাৰতীয় জনতা পাৰ্টি,শিৱসাগৰ জিলা কাৰ্য্যালয়ত কংগ্ৰেছ তথা INDI মিত্ৰজোঁটৰ মহিলা বিৰোধী নীতি আৰু স্থিতিৰ প্ৰতিবাদেৰে "জন আক্ৰোশ মহিলা সন্মিলন" অনুষ্ঠিত কৰা হয় ।

নিজস্ব প্ৰাপ্য অধিকাৰৰ হকে নাৰী শক্তি আজি স্বতঃস্ফুত ভাৱে ওলাই আহিছে।

নাৰী শক্তি বন্দন সংশোধনী বিল ২০২৬ সংসদত পাছ হ’বলৈ বাধাৰ সৃষ্টি কৰা কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।
নাৰীৰ অধিকাৰ, সন্মান আৰু সমান অংশীদাৰিত্ব নিশ্চিত নোহোৱা পৰ্যন্ত এই আন্দোলন থমকি নৰয়। ৰাষ্ট্ৰ গঠনত নাৰী শক্তিৰ ভূমিকা সুৰক্ষিত কৰিবলৈ সমূহ নাৰী সমাজে একত্ৰিতভাৱে এই প্ৰতিবাদ আগবঢ়াই নিব।




Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Nilima Devi
BJP Mahila Morcha Assam Pradesh
Bitupon Raidongia
Surabhi Rajkonwari-সুৰভী ৰাজকুঁৱৰী
Asomi Gogoi
Juli Pator

Address

Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata Mohila Morcha, Sivasagar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share