Naren Majhi Hemrom

Naren Majhi Hemrom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Naren Majhi Hemrom, Social service, Sapekhati.

সকলোকে সাদৰৰে নিমন্ত্ৰণ শৰাই আগবঢ়ালো।
25/03/2026

সকলোকে সাদৰৰে নিমন্ত্ৰণ শৰাই আগবঢ়ালো।

22/01/2025
আজি সদৌ চাওঁতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই অভাজনৰ সভাপতিত্বত অনুষ্ঠিত  ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু...
15/07/2024

আজি সদৌ চাওঁতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই অভাজনৰ সভাপতিত্বত অনুষ্ঠিত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বৰ্ষত তথা স্নাতক উত্তীৰ্ণ চাওঁতাল জনগোষ্ঠীৰ ৭৪ জন ছত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।উক্ত সভাত উপস্থিত থাকে নির্দিষ্ট বক্তা হিচাপে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা শিক্ষক শ্ৰীযুত ৰমাকান্ত ভক্ত ডাঙৰীয়া এছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শ্ৰীপ্ৰবিন টুডু শিক্ষক ক্ৰমে শ্ৰীৰুপলাল হাচঁ‌দা শ্ৰীলক্ষীন্দ বেশ্ৰৰা শ্ৰীপূৱাল মুৰ্ম্মু চাওঁতাল মহিলা সমিতিৰ চৰাইদেউ জিলা সমিতিৰ সভানেত্ৰী মায়াৰানী হাচঁ‌দা সম্পাদীকা মালতি হাচঁ‌দা বাইদেউ সদৌ অসম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিকৰ প্ৰতিনিধি সাপেখাতী প্ৰেছক্লাৱৰ সভাপতি শ্ৰী কেশৱ গগৈ ডাঙৰীয়া ও বহু গন্যমান্য ব্যক্তি।

29/03/2024
বাহা সন্মিলনৰ বাবে উদযাপন সমিতিৰ নৰেন হেমৰম ডাঙৰীয়া, সাপেখাতিৰ গাঁওবুঢ়া ৰাজেশ সৎনামি ডাঙৰীয়া, লগতে ময়ুৰকৃষ্ণ হেমৰম,সু...
06/03/2024

বাহা সন্মিলনৰ বাবে উদযাপন সমিতিৰ নৰেন হেমৰম ডাঙৰীয়া, সাপেখাতিৰ গাঁওবুঢ়া ৰাজেশ সৎনামি ডাঙৰীয়া, লগতে ময়ুৰকৃষ্ণ হেমৰম,সুনীল মূৰ্মু, স্বপন হেমৰম, তপন টুডু লগতে বহু কেইজন গণ্যমান্য ব্যক্তিয়ে বাহা উদযাপনৰ খেল পথাৰখন দৰ্শন কৰি থকা সময়ৰ কিছু দিশ্য।

Address

Sapekhati

Website

Alerts

Be the first to know and let us send you an email when Naren Majhi Hemrom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category