Co District Administration Sadiya

Co District Administration Sadiya Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Co District Administration Sadiya, Government Organization, Court Chariali, Chapakhowa, Sadiya.

16/07/2026

আজি বিশ্ব সৰ্প দিৱসৰ দিনটোত সঠিক সতৰ্কতাৰে সৰ্প দংশনৰ পৰা নিজৰ লগতে নিজৰ আপোনজনক সুৰক্ষিত কৰি ৰাখিবলৈ, লগতে এই ক্ষেত্ৰত প্ৰচলিত লোকবিশ্বাসৰ বিপৰিতে আধুনিক চিকিৎসাৰ জৰিয়তে সৰ্প দংশনৰ দ্বাৰা জীৱনলৈ আহিব পৰা যিকোনো বিপদৰ পৰা সুৰক্ষা সুনিশ্চিত কৰিবলৈ পুনৰ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হঁও আহক।

শদিয়া: আজি ইং- ১৬/০৭/২০২৬ তাৰিখে শদিয়া সমজিলাৰ সমজিলা আয়ুক্ত মহোদয়ে সহকাৰী আয়ুক্ত সহ শদিয়াৰ আঠমাইলত অৱস্থিত "কুণ্ড...
16/07/2026

শদিয়া: আজি ইং- ১৬/০৭/২০২৬ তাৰিখে শদিয়া সমজিলাৰ সমজিলা আয়ুক্ত মহোদয়ে সহকাৰী আয়ুক্ত সহ শদিয়াৰ আঠমাইলত অৱস্থিত "কুণ্ডিল চেভ লাইফ ফাউণ্ডেশ্যন" নামৰ নিচা মুক্ত কেন্দ্ৰটোৰ পৰিদৰ্শন কৰাৰ লগতে তাত থকা inmates সকলৰ তথা তেওঁলোকৰ পৰিয়ালৰ সবিশেষ বুজ লয়।

Tinsukia District Administration
Janasanyog-Sadiya

শদিয়া: আজি ইং -১৫/০৭/২০২৬ তাৰিখে পথ সুৰক্ষাৰ সৈতে সংগতি ৰাখি শদিয়া আবকাৰী বিভাগ তথা শদিয়া আৰক্ষী দলৰ নাকা চেকিংৰ কিছু...
15/07/2026

শদিয়া: আজি ইং -১৫/০৭/২০২৬ তাৰিখে পথ সুৰক্ষাৰ সৈতে সংগতি ৰাখি শদিয়া আবকাৰী বিভাগ তথা শদিয়া আৰক্ষী দলৰ নাকা চেকিংৰ কিছু মুহুৰ্ত।

Tinsukia District Administration
Janasanyog-Sadiya

১৪ জুলাই, ২০২৬ :- আজি ইংৰাজী ১৪/০৭/২০২৬ তাৰিখে শদিয়াৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শদিয়া সমজিলা ভুমি উপদেষ্টা সমি...
14/07/2026

১৪ জুলাই, ২০২৬ :- আজি ইংৰাজী ১৪/০৭/২০২৬ তাৰিখে শদিয়াৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শদিয়া সমজিলা ভুমি উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই সভাত শদিয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱ উপস্থিত থাকে |

Tinsukia District Administration
Janasanyog-Sadiya

আজি ইং-০৭/০৭/২০২৬ শদিয়া সম জিলাৰ কাৰ্যবাহী দন্দাধীশ, শদিয়া সম জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষ...
07/07/2026

আজি ইং-০৭/০৭/২০২৬ শদিয়া সম জিলাৰ কাৰ্যবাহী দন্দাধীশ, শদিয়া সম জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া, চপাখোৱা পৌৰসভাৰ বিষয়া তথা তিনিচুকীয়া জিলাৰ খাদ্য পৰিদৰ্শকৰ দ্বাৰা যুটীয়াভাৱে দৈনিক বজাৰত এক অভিযান চলোৱা হয়। এই দলটোৱে শদিয়া বজাৰৰ বহু কেইখন গেলামালৰ দোকান, হোটেল ইত্যাদিত আকস্মিকভাৱে অভিযান চলায় ।

Tinsukia District Administration
Janasanyog-Sadiya

আজি ইং - ০৪/০৭/২৬ তাৰিখে জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশ অনুসৰি ধলাৰ আবকাৰী পৰিদৰ্শকৰ অভিযানত  জ্যোতি ধাবা তথা ধাবা লেংদন...
04/07/2026

আজি ইং - ০৪/০৭/২৬ তাৰিখে জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশ অনুসৰি ধলাৰ আবকাৰী পৰিদৰ্শকৰ অভিযানত জ্যোতি ধাবা তথা ধাবা লেংদনত অবৈধ বিলাতী সুৰা জব্দ কৰে আৰু শদিয়া সম জিলাৰ কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত ধাবা কেই খন চিল কৰে ।

Tinsukia District Administration
Janasanyog-Sadiya

শদিয়া: আজি ইংৰাজী ০১/০৭/২০২৬  তাৰিখে শদিয়া সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত সমজিলা আয়ুক্ত মহোদয়ে শদিয়া...
01/07/2026

শদিয়া: আজি ইংৰাজী ০১/০৭/২০২৬ তাৰিখে শদিয়া সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত সমজিলা আয়ুক্ত মহোদয়ে শদিয়া মহাবিদ্যালয়ৰ পৰা কৰ্ম ভিত্তিক শিক্ষণৰ বাবে অহা পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক সম্ভাষণ জনাই বিষয়টোৰ ওপৰত চমু বক্তব্য দাঙি ধৰাৰ লগতে কাৰ্য্যালয়ৰ বিভিন্ন বিভাগৰ ওপৰত চমু আভাস দাঙি ধৰে।

Tinsukia District Administration
Janasanyog-Sadiya
Sadiya College

শদিয়া: আজি ইং -৩০/০৬/২০২৬ তাৰিখে পথ সুৰক্ষাৰ সৈতে সংগতি ৰাখি শদিয়া আবকাৰী বিভাগৰ দ্বাৰা নাকা চেকিং আৰু অবৈধ সুৰাৰ বিৰু...
30/06/2026

শদিয়া: আজি ইং -৩০/০৬/২০২৬ তাৰিখে পথ সুৰক্ষাৰ সৈতে সংগতি ৰাখি শদিয়া আবকাৰী বিভাগৰ দ্বাৰা নাকা চেকিং আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হয়।

Tinsukia District Administration
Janasanyog-Sadiya

শদিয়া: আজি ইং - ২৬/০৬/২৬ তাৰিখে শদিয়া সম-জিলাৰ বিভিন্ন কাৰ্যালয়সমূহত নিচামুক্ত ভাৰত অভিযানৰ বাবে শপত গ্ৰহণ কাৰ্যসূচী ...
26/06/2026

শদিয়া: আজি ইং - ২৬/০৬/২৬ তাৰিখে শদিয়া সম-জিলাৰ বিভিন্ন কাৰ্যালয়সমূহত নিচামুক্ত ভাৰত অভিযানৰ বাবে শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

Tinsukia District Administration
Janasanyog-Sadiya

শদিয়া: আজি ইং - ২৪/০৬/২৬ তাৰিখে কাৰ্যবাহী দণ্ডাধীশ, ঔষধ পৰিদৰ্শক আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতিত শদিয়া সম-জিলাৰ ফাৰ্মাচী...
24/06/2026

শদিয়া: আজি ইং - ২৪/০৬/২৬ তাৰিখে কাৰ্যবাহী দণ্ডাধীশ, ঔষধ পৰিদৰ্শক আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতিত শদিয়া সম-জিলাৰ ফাৰ্মাচীসমূহত পৰিদৰ্শন কৰা হয়।

Tinsukia District Administration
Janasanyog-Sadiya

Address

Court Chariali, Chapakhowa
Sadiya
786157

Website

Alerts

Be the first to know and let us send you an email when Co District Administration Sadiya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share