01/04/2021
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ মাতৃ আৰু আমাৰ মাজত নাই । তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
।। ওঁম শান্তি।।
।। ওঁম শান্তি।।
।। ওঁম শান্তি।।