Euclid Senior Secondary School,Rangia

Euclid Senior Secondary School,Rangia Welcome to the Official Page of Euclid Senior Secondary School of Arts, Science & Commerce with Integrated Coaching Programme for NEET & IIT/JEE –

সকলোকে ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে ...❤️
13/01/2026

সকলোকে ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে ...❤️

যোৱাকালি ইং ১২/০১/২০২৬  তাৰিখ সোমবাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্...
13/01/2026

যোৱাকালি ইং ১২/০১/২০২৬ তাৰিখ সোমবাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত মহন্ত ছাৰ ৰ লগতে ৰঙিয়া টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিযুক্ত শিক্ষয়িত্রী তথা চিম্বায়চিচ একাডেমীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন শিক্ষয়িত্রী সকলোৰে শ্ৰদ্ধাৰ চাজিদা ইয়াচমিন বাইদেউ এ সকলোৰে মাজৰ পৰা চিৰবিদায় মাগে,দুয়োগৰাকী শ্ৰদ্ধেয় ব্যক্তিৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা যাচিছোঁ ।।

ৰঙিয়াৰ শৈক্ষিক ক্ষেত্ৰখনত দুয়োগৰাকী শিক্ষক ৰ ভূমিকা আছিল অপৰিসীম,ৰঙিয়াৰ ছাত্ৰ-ছাত্ৰীক গণিত আৰু পদাৰ্থ বিজ্ঞান পঢ়াই দুয়োগৰাকী শিক্ষকে যি সমাজসেৱা আগবঢ়ালে সেয়া ৰঙিয়াৰ ইতিহাসত সদায় চিৰস্মৰণীয় হৈ থাকিব, শ্ৰদ্ধাৰে...

ইউক্লিড ছিনিয়ৰ ছেকণ্ডাৰী স্কুল,ৰঙিয়া

নতুন বছৰ মানে নতুন আৰম্ভণি এই বছৰটোৱে আমাৰ বিদ্যালয়খনৰ প্ৰতিজন শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু কৰ্মচাৰীৰ লগতে আপোনালো...
31/12/2025

নতুন বছৰ মানে নতুন আৰম্ভণি
এই বছৰটোৱে আমাৰ বিদ্যালয়খনৰ প্ৰতিজন শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু কৰ্মচাৰীৰ লগতে আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অলেখ সুখ আৰু প্ৰশান্তি

নতুন বছৰটো সকলোৰে বাবে শুভ হওঁক, সুন্দৰ হওঁক আৰু সুখ সমৃদ্ধি ৰে উপচি পৰক,তাৰেই কামনাৰে,শুভ নৱবৰ্ষ...

Physics Olympiad Result-2025Dhritisman Sarma ranked 1st from Rangia college Centre and Pragyan Goswami got 2nd Rank in X...
30/12/2025

Physics Olympiad Result-2025
Dhritisman Sarma ranked 1st from Rangia college Centre and Pragyan Goswami got 2nd Rank in Xii category from Rangia & Tamulpur region

Yubraj Kalita of Xi topped among all private institutions of Rangia College Centre among Rangia & Tamulpur
Super40

জীৱন মানেই জুবিন ।আমি জুবিনদেশৰ মানুহ, আমি জুবিনযুগৰ মানুহ ।   ✨      💔   We love Zubeen Garg ❤️ Forever 💙💗
24/12/2025

জীৱন মানেই জুবিন ।
আমি জুবিনদেশৰ মানুহ, আমি জুবিনযুগৰ মানুহ । ✨ 💔
We love Zubeen Garg ❤️ Forever 💙💗

18/11/2025

Happy Birthday Heartthrob ❤️

Happy birthday Heartthrob Zubeen da ❤️
17/11/2025

Happy birthday Heartthrob Zubeen da ❤️

“তুলসীৰ তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”অসমবাসীলৈ কাতি বিহুৰ হিয়াভৰা ওলগ!
18/10/2025

“তুলসীৰ তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”
অসমবাসীলৈ কাতি বিহুৰ হিয়াভৰা ওলগ!

15/10/2025

07/10/2025


28/09/2025

Address

Campus 1:Near SDJM Court, Ward No-03 Campus 2: Near Rangia Girls H. S School, Highway Chowk, NH-31
Rangia
781354

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Telephone

+918453593613

Alerts

Be the first to know and let us send you an email when Euclid Senior Secondary School,Rangia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Euclid Senior Secondary School,Rangia:

Share

Category