মই আৰিমত্ত

মই আৰিমত্ত Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মই আৰিমত্ত, Landmark & historical place, Arrimatta Stockade, Rangia.

"মই আৰিমত্ত" - ৰঙিয়াৰ গৌৰৱ তথা নামনি অসমৰ ঐতিহাসিক সমল ১৩০০ শতিকাত ৰজা আৰিমত্তই নিৰ্মাণ কৰা "আৰিমত্ত গড়টি" সংৰক্ষণৰ বাবে আৰম্ভ কৰা এক অভিযান, আহক আমি এই অভিযান সফল কৰো।

এই সম্পৰ্কে যদি আপুনি পৰামৰ্শ দিব বিচাৰে তেন্তে 9085328872 উক্ত নম্বৰত যোগাযোগ কৰিব।

আজি Assam Talks নিউজ চেনেলত প্ৰচাৰিত এটি বাতৰি। #মইআৰিমত্ত
30/01/2025

আজি Assam Talks নিউজ চেনেলত প্ৰচাৰিত এটি বাতৰি।

#মইআৰিমত্ত

আপোনালোকক জনাবলৈ পায় আমি সুখী হৈছো যে - "ঐতিহাসিক আৰিমত্ত গড়টিত" এটি গছপুলি ৰোপনৰ আহবানৰে ৰঙিয়াৰ ভিন্ন প্ৰান্তত আমি এক...
27/01/2025

আপোনালোকক জনাবলৈ পায় আমি সুখী হৈছো যে - "ঐতিহাসিক আৰিমত্ত গড়টিত" এটি গছপুলি ৰোপনৰ আহবানৰে ৰঙিয়াৰ ভিন্ন প্ৰান্তত আমি এক Sticker Drive কাৰ্যসূচী হাতত লৈছোঁ।

এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা তথা দিহা পৰামৰ্শ আমি কামনা কৰিলোঁ।

#মইআৰিমত্ত

আৰিমত্ত গড় সংৰক্ষণৰ বাবে দায়বদ্ধ আমাৰ যুৱ প্ৰজন্ম
19/01/2025

আৰিমত্ত গড় সংৰক্ষণৰ বাবে দায়বদ্ধ আমাৰ যুৱ প্ৰজন্ম

09/12/2024

ৰঙিয়া তথা নামনি অসমৰ ঐতিহাসিক সমল, ১৩০০ শতিকাত ৰজা আৰিমত্তই নিৰ্মাণ কৰা এই "আৰিমত্ত গড়"টিৰ ধ্বংসযজ্ঞ ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনালোঁ।

Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Kamrup Police

িমত্ত

Address

Arrimatta Stockade
Rangia

Website

Alerts

Be the first to know and let us send you an email when মই আৰিমত্ত posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share