01/08/2026
দেশ থাকিলে হে আমি থাকিম... মনত ৰাখিব পিংকি বাইদেউক ভালপোৱা মানুহো আমাৰ অসমত আছে.... আপুনি কাক ভাল পালে দেশৰ ভাল হব হাজাৰ বাৰ চিন্তা কৰিব.... আপুনি আপোনাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত নিৰ্ধাৰক... গতিকে বুজি লব বুজিবলৈ চেষ্টা কৰিব....
জয় শ্ৰী ৰাম
জয় আই অসম
ৰিপুঞ্জয় পাঠক 🙏🙏
#অসম #ভাইৰেল
#বিজেপিচৰকাৰ #ভাৰতীয়জনতাপাৰ্টী #হিন্দুস্থান #মুখ্যমন্ত্ৰী
#প্ৰফেচাৰ #অসম #অসমীয়া