Dev Aditya Rajak

Dev Aditya Rajak Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dev Aditya Rajak, Public Service, Rangapara.

জয় আই অসম ✊✊✊
19/05/2024

জয় আই অসম ✊✊✊

 # মানুহে কি দেখে  # মানুহে কি দেখা নাপায় ।💯🎯
19/05/2024

# মানুহে কি দেখে
# মানুহে কি দেখা নাপায় ।💯🎯

সদৌ অসম ছাত্ৰ সন্থা "২০২৩"সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিবেশন ।জয় আই অসম ✊✊✊সদৌ অসম ছাত্ৰ সন্থাজিন্দাবাদ
20/11/2023

সদৌ অসম ছাত্ৰ সন্থা
"২০২৩"
সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিবেশন ।

জয় আই অসম
✊✊✊
সদৌ অসম ছাত্ৰ সন্থা
জিন্দাবাদ

20/11/2023
সদৌ ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ   " অষ্টাদশ মৰিগাঁও অধিবেশন  ২০২৩ " ৰ প্ৰাকক্ষনত সদৌ শোণিত...
20/11/2023

সদৌ ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা
সদৌ অসম ছাত্ৰ সন্থাৰ " অষ্টাদশ মৰিগাঁও অধিবেশন
২০২৩ " ৰ প্ৰাকক্ষনত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি লৈ প্ৰতিনিধিত্ব হিচাপে নিৰ্বাচিত হোৱা সন্মানীয় শ্ৰীযুত নিতুল বৰা ডাঙৰীয়া আৰু নয়ন জোতি গগৈ ডাঙৰীয়া আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

🙏🙏🙏
জয় আই অসম
✊✊✊
সদৌ অসম ছাত্ৰ সন্থা
জিন্দাবাদ
সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা
জিন্দাবাদ
সদৌ শোণিতপুৰ ছাত্ৰ সন্থা
জিন্দাবাদ
সদৌ ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা
জিন্দাবাদ ......✊✊✊

14/10/2023

Good morning everyone....

Address

Rangapara

Alerts

Be the first to know and let us send you an email when Dev Aditya Rajak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category