SC Morcha BJP Dhakuakhana District

SC Morcha BJP Dhakuakhana District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SC Morcha BJP Dhakuakhana District, Political organisation, Rangapahar.

আজি ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখনা জিলা অনুসূচিত জাতি মৰ্চা উদ্যোগত আৰু ঢকুৱাখনা মণ্ডল মৰ্চা সহযোগিতা অনুষ্ঠিতৰ হোৱা  বাহঁ...
27/12/2025

আজি ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখনা জিলা অনুসূচিত জাতি মৰ্চা উদ্যোগত আৰু ঢকুৱাখনা মণ্ডল মৰ্চা সহযোগিতা অনুষ্ঠিতৰ হোৱা বাহঁপৰা বি আৰ আম্বেদকাৰৰ বুথ কেন্দ্ৰত এখনি চুতাল সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত সভাপতিত্ব কৰে বি আৰ আম্বেদকাৰৰ বুথৰ সভাপতি শ্ৰীযুত নৰ নাথ দাস ডাঙৰীয়া, উপস্থিত থাকে ঢকুৱাখনা অনুসূচিত জাতি মৰ্চা জিলা সভাপতি শ্ৰীযুত ভুপেন হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য দ্বয় শ্ৰীযুত গুৰু গোবিন্দ দাস, শ্ৰীযুত ধীৰেন দাস ডাঙৰীয়া, ঢকুৱাখনা মণ্ডল মৰ্চা সভাপতি শ্ৰীযুত তীৰ্থ হাজৰিকা, জিলা মৰ্চা প্ৰেৰিত প্ৰভাৰি তথা জিলা অনুসূচিত জাতি মৰ্চা সাঃ সম্পাদক শ্ৰী প্ৰনৱ দাস,অঃজাঃ মৰ্চা জিলা সাঃ সম্পাদক শ্ৰী মদন দাস, মণ্ডল উপ-সভাপতি শ্ৰীযুত কবিন দাস ডাঙৰীয়া, উপস্থিত থাকে ঢকুৱাখনা অনুসূচিত জাতি জিলা মৰ্চা উপ-সভাপতি দ্বয়, সম্পাদক দ্বয়, ঢকুৱাখনা মণ্ডল মৰ্চা সাঃ সম্পাদক দ্বয়, সম্পাদক দ্বয়, জিলা আৰু মণ্ডল মৰ্চা কোষাধ্যক্ষ দ্বয়, সামাজিক মাধ্যমৰ আহ্বায়ক আৰু কাৰ্য্যালয় সম্পাদক দ্বয় লগতে সকলো বিষয় ববিয়া।

11/12/2025
আজি ভাৰতীয় জনতা পাৰ্টি ঘিলামৰা মণ্ডলৰ উদ্যোগত দক্ষিণ ৰূপহী গাঁৱত এখনি চোতাল সভাৰ অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে ভাৰতীয়...
11/12/2025

আজি ভাৰতীয় জনতা পাৰ্টি ঘিলামৰা মণ্ডলৰ উদ্যোগত দক্ষিণ ৰূপহী গাঁৱত এখনি চোতাল সভাৰ অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য শ্ৰী ধীৰেন দাস, শ্ৰীযুত গুৰু গোবিন্দ দাস ডাঙৰীয়া, মণ্ডল মৰ্চা সভাপতি শ্ৰীযুত ভবজিৎ দাস ডাঙৰীয়া জিলা মৰ্চা সাধাৰণ সম্পাদক শ্ৰী মদন দাস ডাঙৰীয়া, জিলা মৰ্চা বিষয় ববীয়া আৰু মণ্ডল মৰ্চা বিষয় ববীয়া সকল।

আজি ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখনা জিলা কাৰ্যালয়ৰত ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখনা জিলা অনুসুচিত জাতি মৰ্চা সকলো বিষয় ববীয়...
26/06/2025

আজি ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখনা জিলা কাৰ্যালয়ৰত ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখনা জিলা অনুসুচিত জাতি মৰ্চা সকলো বিষয় ববীয়া উপস্থিতিত নিজস্বতা পৰিকল্পনাৰে আগন্তুক দলৰ শক্তিশালী কৰি আগবঢ়ায় নিয়া বাবে কিছু মত বিনিময় কৰা মূহুৰ্ত।

20/06/2025
03/09/2024

ভাৰতীয় জনতা পাৰ্টিৰ "ৰাষ্ট্ৰীয় সদস্যতা অভিযান ২০২৪" ৰ অধীনত পুনৰবাৰ দলৰ সদস্য পদ গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰিছোঁ।

মোৰ এই ৰেফাৰেল লিংক ব্যৱহাৰ কৰি আপুনিও আমাৰ দলৰ সদস্য হ'ব পাৰে : https://www.narendramodi.in/bjpsadasyata2024/HEJEMW

Address

Rangapahar

Telephone

+916000941644

Website

Alerts

Be the first to know and let us send you an email when SC Morcha BJP Dhakuakhana District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to SC Morcha BJP Dhakuakhana District:

Share