ABVP Bajali Dist.

ABVP Bajali Dist. This is the page of the

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান ৰাষ্ট্ৰনায়ক শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীজীক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ...
16/08/2026

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান ৰাষ্ট্ৰনায়ক শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীজীক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

তেওঁৰ দূৰদৰ্শী নেতৃত্ব, দেশৰ প্ৰতি অটুট সমৰ্পণ আৰু আদৰ্শই আজি কোটি কোটি ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে।

ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সেৱা আৰু অৱদান সদায় অমৰ হৈ থাকিব।

15/08/2026

ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, পাঠশালা নগৰ শাখাৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ...
14/08/2026

ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, পাঠশালা নগৰ শাখাৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন, পাঠশালাৰ সহযোগত বিশাল ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যসমিতি ৰ সদস্য শ্ৰীযুত হেৰল্ড মহন ডাঙৰীয়া।

যোৱাকালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মহোদয়ক সাক্ষাৎ...
11/08/2026

যোৱাকালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মহোদয়ক সাক্ষাৎ কৰি স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল অতিশীঘ্ৰেই ঘোষণা কৰাৰ যি দাবী কৰিছিলোঁ তাক সন্মান জনাই ছাত্ৰ-ছাত্ৰী সকলকৰ বাবে ফলাফল ঘোষণা কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভট্টদেৱ বিশ্ববিদ্যালয় শাখাই সন্মানীয় উপাচাৰ্য্য মহোদয়ক সাক্ষাৎ কৰি স্নাতকোত্তৰ ...
10/08/2026

আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভট্টদেৱ বিশ্ববিদ্যালয় শাখাই সন্মানীয় উপাচাৰ্য্য মহোদয়ক সাক্ষাৎ কৰি স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ঘোষণাত হৈ থকা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত অতিশীঘ্ৰেই ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছোঁ। বিশ্ববিদ্যালয়ে পোনপ্ৰথম বাৰৰ বাবে samarth portal যোগে স্নাতকোত্তৰৰ এই কাৰ্য সম্পাদনা কৰাৰ বাবে কিছু পলম হৈছে বুলি কৰ্তৃপক্ষই মানিছে লগতে আজি ৰাতিলৈকে অথবা অতি কম সময়ত ফলাফল সমূহ ঘোষণা কৰিব।

আজি বজালী জিলাৰ সৰুপেটাস্থিত বিএছবি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা জিলা সদস্যতা কৰ্মশালা ৰ কিছু দৃশ্য‌।
24/07/2026

আজি বজালী জিলাৰ সৰুপেটাস্থিত বিএছবি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা জিলা সদস্যতা কৰ্মশালা ৰ কিছু দৃশ্য‌।

JOIN ABVP
18/07/2026

JOIN ABVP

যোৱাকালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা ২০২৬ বৰ্ষৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈ বজালী জিলালৈ সুনাম কঢ়িয়াই অনা হা...
18/07/2026

যোৱাকালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা ২০২৬ বৰ্ষৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈ বজালী জিলালৈ সুনাম কঢ়িয়াই অনা হাঠিনাপুৰ গাঁৱৰ শ্ৰী কৌস্তুভ মেধি ক তেখেতৰ সাফল্যৰ বাবে এখনি গামোচা আৰু মানপত্ৰ ৰে সন্মানিত কৰা হয়। তেখেতৰ এই সাফল্যত আমি অতিকৈ সুখী হোৱাৰ লগতে তেখেতেৰ আগন্তুক ভৱিষ্যতৰ বাবে পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, পাঠশালা নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে...
11/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, পাঠশালা নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস তথা ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান "আলোকবৰ্তিকা" ২০২৬ শীৰ্ষক অনুষ্ঠানটোৰ কিছু দৃশ্য‌ ।

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when ABVP Bajali Dist. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Bajali Dist.:

Shortcuts

Share