Bajali trinamool congress

Bajali trinamool congress political organization

এইবাৰ খেলা হব।
11/08/2025

এইবাৰ খেলা হব।

10/08/2025
সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী নিৰ্দেশত। অসম তৃণমূল কংগ্ৰেছৰ বিভিন্ন পদবীত থকা সাংগঠনিক বিষয়াৰ আলোচন...
10/08/2025

সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী নিৰ্দেশত। অসম তৃণমূল কংগ্ৰেছৰ বিভিন্ন পদবীত থকা সাংগঠনিক বিষয়াৰ আলোচনা মৰ্মে। সকলো জিলা সভাপতি সকলক নিৰ্দেশ দিয়া হয় যে। আগন্তুক 2026 চনত অসম হবলগা বিধান সভা নিৰ্বাচনত নিজৰ নিজৰ বিধান সভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ।

10/08/2025

সাজু হৈছে তৃণমূল কংগ্ৰেছ।

অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক তৃণমূল কংগ্ৰেছ কোৰ কমিটীৰ সদস্য ...
24/06/2025

অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক তৃণমূল কংগ্ৰেছ কোৰ কমিটীৰ সদস্য সন্মানীয় টৰিত চেটাৰ্জী ছাৰক বজালী জিলাৰ তৃণমূল কংগ্ৰেছ কমিটীৰ তত্বাৱদায়ক হিচাপে দায়িত্ব দিয়াত ৰাজ্যিক নেতৃত্বত থকা সন্মানীয় ৰাজ্য সভাৰ সাংসদ সুস্মিতা দেৱ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলো। লগতে চেটাৰ্জী ছাৰ আৰু লিয়াকত আলী খান ছাৰক বজালী জিলা তৃণমূল কংগ্ৰেছ তৰপৰ পৰা অভিনন্দন জনালো।🙏🙏

সমূহ অসমবাসী ৰাইজলৈ              পবিত্ৰ ঈদ উল ফিতৰৰ      আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
30/03/2025

সমূহ অসমবাসী ৰাইজলৈ

পবিত্ৰ ঈদ উল ফিতৰৰ

আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

অহা কালি আমাৰ মাজত আহি আছে বলীউডৰ জনপ্ৰিয় কণ্ঠিল্পী আৰু পশ্চিবংগৰ সন্মানীয় মন্ত্ৰী বাবুল চুপ্ৰিয় । গতিকে দল মত নিৰ্বি...
02/05/2024

অহা কালি আমাৰ মাজত আহি আছে বলীউডৰ জনপ্ৰিয় কণ্ঠিল্পী আৰু পশ্চিবংগৰ সন্মানীয় মন্ত্ৰী বাবুল চুপ্ৰিয় । গতিকে দল মত নিৰ্বিষীকে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিত শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

অহা ৭ মে'ত কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিত অনুস্থিত হ'ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে  তৃণমূল কংগ্ৰেছৰ ষ্টাৰ ক...
29/04/2024

অহা ৭ মে'ত কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিত অনুস্থিত হ'ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ অসম হ'বলগীয়া জনসভাৰ কাৰ্য্যসূচী ।

22-04-2024 তাৰিখে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী চহৰৰ মাজমজিয়াত মুখ্য নিৰ্বাচনী কাৰ্যাল়য় শুভ উদ্বোধন কৰা হয়।
24/04/2024

22-04-2024 তাৰিখে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী চহৰৰ মাজমজিয়াত মুখ্য নিৰ্বাচনী কাৰ্যাল়য় শুভ উদ্বোধন কৰা হয়।

Address

Bhawanipur
Pathsala

Website

Alerts

Be the first to know and let us send you an email when Bajali trinamool congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share