BDO bajali

BDO bajali Social work

24/04/2026
13/03/2026
Inauguration of model AWC under Bajali Development BlockMinistry of Panchayati Raj, Government of India
13/03/2026

Inauguration of model AWC under Bajali Development Block

Ministry of Panchayati Raj, Government of India

বজালী উন্নয়ন খণ্ডৰ বিভিন্ন গ্ৰাম পঞ্চায়তত MGNREGAৰ অধীনত নতুনকৈ নিৰ্মিত পেভাৰ্ছ ব্লক ৰাস্তাসমূহৰ উদ্বোধনৰ বিৱৰণ :বন্ধস...
12/03/2026

বজালী উন্নয়ন খণ্ডৰ বিভিন্ন গ্ৰাম পঞ্চায়তত MGNREGAৰ অধীনত নতুনকৈ নিৰ্মিত পেভাৰ্ছ ব্লক ৰাস্তাসমূহৰ উদ্বোধনৰ বিৱৰণ :

বন্ধসিধনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লাহিবুৰী চ'কৰ পৰা সনাতন দাসৰ ঘৰলৈ ৯,২৯,৯০১ টকাৰে ১৮৫ মিটাৰ দৈৰ্ঘ্যৰ পথ।

ধুমেৰপাথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধুমেৰপাথাৰ LP স্কুলৰ পৰা অজিত মালাকাৰৰ ঘৰলৈ ২৯,৮৫,৯৬৮ টকাৰে ৫৮০ মিটাৰ দৈৰ্ঘ্যৰ পথ।

ডুমুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ভেঠুৱা গাঁওত খগেন্দ্ৰ নাথৰ ঘৰৰ পৰা ধ্ৰুৱ বোড়োৰ ঘৰলৈ ৫,০৯,৮৮২ টকাৰে ১০৮ মিটাৰ দৈৰ্ঘ্যৰ পথ।

বাঘমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰসিধনী গাঁওত প্রদীপ কলিতাৰ মাটিৰ পৰা উর্মিলা কলিতাৰ মাটিলৈ ১৪,৪৫,৬০৮ টকাৰে ২১০ মিটাৰ দৈৰ্ঘ্যৰ পথ।

গোপীনাথ গাঁও পঞ্চায়তৰ অন্তৰ্গত কমিউনিটিৰ পৰা প্রভাত মচাহাৰীৰ ঘৰলৈ ২১,২৯,৮৯৯ টকাৰে ৪০০ মিটাৰ দৈৰ্ঘ্যৰ পথ।

টিহুদেখাতা গাঁও পঞ্চায়তৰ অন্তৰ্গত কোচদিগা গাঁওত নৱ কলিতাৰ গেলামাল দোকানৰ পৰা যতিন কলিতাৰ ঘৰলৈ ৪,১৯,০৯৫ টকাৰে ৭৫ মিটাৰ দৈৰ্ঘ্যৰ পথ।

ষাঠিশামুকা বামুনপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰাধৰা গাঁওত ইচলাম আলিৰ ঘৰৰ পৰা আহমেদ আলিৰ ঘৰলৈ ১৩,১৪,০০০ টকাৰে ৩০০ মিটাৰ দৈৰ্ঘ্যৰ কৃষি বান্ধ তথা পথ।

ষাঠিশামুকা বামুনপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰাধৰা গাঁওত আয়েজ আলিৰ ঘৰৰ পৰা আছিৰ আলিৰ ঘৰলৈ ১৪,১৭,০০০ টকাৰে ৩৬০ মিটাৰ দৈৰ্ঘ্যৰ পথ।

টিহুদেখাতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বনগাঁওত পুৰণি শিৱ মন্দিৰৰ পৰা বনগাঁও হৈ কালদিয়া নদিলৈ ৩৭,১৬,৮১৪ টকাৰে ৭৬০ মিটাৰ দৈৰ্ঘ্যৰ পথ।

CMO Assam
Ministry of Panchayati Raj, Government of India
Ministry of Rural Development, Government of India
Panchayat & Rural Development, Assam
Ranjeet Kumar Dass
Bajali Administration

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when BDO bajali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category