ককলাবাৰী মণ্ডল BJP

ককলাবাৰী মণ্ডল BJP Assam Pradesh BJP

22/08/2025

🙏🙏🙏
BJP ZINDABAD
Narendra Modi ZINDABAD
J.P.Nadda ZINDABAD
Amit Shah ZINDABAD
Himanta Biswa Sarma ZINDABAD
Dilip Saikia ZINDABAD
Ranjeet Kumar Dass ZINDABAD
Jayanta Mallabaruah ZINDABAD
ককলাবাৰী মণ্ডল BJP ZINDABAD

ককলাবাৰী পৰিষদীয় সমষ্টিবাসী ৰাইজ জিন্দাবাদ

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ  মৰ্চা সমূহৰ নৱনিযুক্ত সভাপতি সকলোলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।Himant...
25/07/2025

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ
মৰ্চা সমূহৰ নৱনিযুক্ত সভাপতি সকলোলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
Himanta Biswa Sarma
BJP Assam Pradesh
Dilip Saikia
Ranjeet Kumar Dass
Jayanta Mallabaruah
Diplu Ranjan Sarma
Anup Barman
BJP Baksa District

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্বাচিত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷Himanta Biswa Sarma BJP ...
19/06/2025

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্বাচিত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷

Himanta Biswa Sarma
BJP Assam Pradesh
Dilip Saikia
Ranjeet Kumar Dass
Jayanta Mallabaruah
BJP Baksa District

16/05/2025
ভাৰতীয় জনতা পাৰ্টি, বাক্সা জিলাৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত সঞ্জীৱ নাথ ডাঙৰীয়াক ককলাবাৰী মণ্ডলৰ প্ৰভাৰী ৰূপে নিযুক...
16/05/2025

ভাৰতীয় জনতা পাৰ্টি, বাক্সা জিলাৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত সঞ্জীৱ নাথ ডাঙৰীয়াক ককলাবাৰী মণ্ডলৰ প্ৰভাৰী ৰূপে নিযুক্তি দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ সভাপতি মাননীয় শ্ৰীযুত দীনেশ বসু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ । লগতেই শ্ৰদ্ধাৰ শ্ৰীযুত সঞ্জীৱ নাথ ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ককলাবাৰী মণ্ডললৈ আদৰণি জনাইছোঁ ।

নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথিত শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ 🙏Himanta Biswa Sar...
28/04/2025

নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথিত শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ 🙏

Himanta Biswa Sarma
BJP Assam Pradesh
Dilip Saikia
Jayanta Mallabaruah
BJP Baksa District

10/04/2025
ভাৰতীয় জনতা পাৰ্টী , বাক্সা জিলাৰ কাৰ্যনিৰ্বাহক সদস্যত স্থান পোৱা সন্মানীয় প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক অভিনন্দন তথা শ...
10/04/2025

ভাৰতীয় জনতা পাৰ্টী , বাক্সা জিলাৰ কাৰ্যনিৰ্বাহক সদস্যত স্থান পোৱা সন্মানীয় প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
BJP Baksa District

সমগ্ৰ দেশৰ লগতে আজি বাক্সা জিলাৰ অন্তৰ্গত ককলাবাৰী মণ্ডল কাৰ্যালয়তো ভাৰতীয় জনতা পাৰ্টীৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা...
06/04/2025

সমগ্ৰ দেশৰ লগতে আজি বাক্সা জিলাৰ অন্তৰ্গত ককলাবাৰী মণ্ডল কাৰ্যালয়তো ভাৰতীয় জনতা পাৰ্টীৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

06/04/2025

ভাৰতীয় জনতা পাৰ্টিৰ ৪৬সংখ্যক প্ৰতিষ্ঠা দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।

এই ঐতিহাসিক দিৱসত আমি আজি ড° শ্যামা প্ৰসাদ মুখাৰ্জীক গভীৰ ভক্তিৰে স্মৰণ কৰিছোঁ— যাৰ স্বপ্ন আছিল এক অখণ্ড, একত্ৰিত ভাৰতৰ।

তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু ত্যাগৰ ফলস্বৰূপে আজি জম্মু-কাশ্মীৰ ভাৰতৰ অন্য ৰাজ্যসমূহৰ সৈতে সমানে সংবিধানিক অধিকাৰেৰে চামিল হৈছে।

অনুচ্ছেদ ৩৭০-ৰ অপসাৰণে এটা নতুন যুগৰ সূচনা কৰিছে — এক দেশ, এক সংবিধান, এক চিহ্ন!

Address

Pathsala
781327

Website

Alerts

Be the first to know and let us send you an email when ককলাবাৰী মণ্ডল BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share