Pathsala Municipal Board

Pathsala Municipal Board Pathsala Municipal Board (PMB) is situated in Pathsala word no 1. PMB was established in 27/10/1967 for the development of Pathsala area. It is life itself.

Pathsala is a small town in Bajali District of Assam in North East India. Pathsala Town is divided into 10 wards. Pathsala is Sub Divisional Head Quarter of Bajali Subdivision of Bajali District. The Pathsala Municipal Board has population of 18,233 as per report released by Census India 2011. Literacy rate of Pathsala city is 92.80% higher than state average of 72.19%. In Pathsala, Male literacy

is around 95.25% while female literacy rate is 90.17%. About PMB logo:

The green color represents new beginning, growth and sustainable future. The hands signifies efficiency and constructive designing for a futuristic society where environmental protection and utilization of natural resources are held at the helm. The windmill and solar panels protrude the idea. The sun and it's rays in yellow depicts a bright future.

সেউজীয়া ৰঙে নতুন আৰম্ভণি, বিকাশ আৰু ধাৰণক্ষম বা বহনক্ষম ভৱিষ্যতক সূচায়। ই স্বয়ং জীৱনৰ আধাৰ। হাত দুখনে নিপুন কাৰ্য্যদক্ষতা আৰু ভৱিষ্যমুখী সমাজৰ বাবে পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ উচিত ব্যৱহাৰক সৰ্ব্বোচ্চ গণ্য কৰি গঠনমূলক কাৰ্য্যব্যৱস্থাক প্ৰতিফলিত কৰিছে। বায়ুকূল (windmill) আৰু সৌৰফলক (solar panel) আদিয়ে এই অৱধাৰণাৰে প্ৰসাৰিত ৰূপ। সূৰ্য্য আৰু ইয়াৰ হালধীয়া ৰশ্মিয়ে এক উজ্জ্বল ভৱিষ্য দেখায়।

Concept & Design: Himankan Das

26/01/2026

Please collect the form and register for the Door to Door Waste collection system .Contact Pathsala MB office.Thank you.
12/01/2026

Please collect the form and register for the Door to Door Waste collection system .

Contact Pathsala MB office.

Thank you.

19/10/2025

Amidst vibrant Diwali celebrations, children lit up the festival with more than just lamps—they spread the message of waste segregation. Let’s keep our cities clean and green by segregating waste at source. ♻️




16/08/2025

Independence Day celebration - 2025

03/08/2025

পাঠশালা পৌৰসভাৰ কাৰ্য্যালয়
পাঠশালাঃ বজালীঃ অসম

••••গোঁহাৰি••••

যোৱা ২৮ জুলাই, ২০২৫ ইং তাৰিখে পাঠশালা পৌৰসভাৰ কাৰ্যকৰী কমিটী, বজালী জিলা প্রশাসন, বজালী আৰক্ষী প্রশাসন, পাঠশালা বজাৰ কমিটী আৰু পাঠশালা চেম্বার্চ অফ কমাৰ্চৰ উপস্থিতিত পাঠশালা পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত হোৱা সভাত লোৱা সিদ্ধান্ত মর্মে তলত উল্লেখ কৰা সিদ্ধান্তসমূহ অহা ৪ আগষ্ট, ২০২৫ ইং তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাইজৰ জ্ঞাতার্থে জাননী জাৰী কৰা হ'ল।

১) পাঠশালা নগৰত যান-জট কমোৱাৰ উদ্দেশ্যে ৰাতিপুৱা ৮ (আঠ) বজাৰ পৰা সন্ধিয়া ৮ (আঠ) বজালৈ গধুৰ যান বাহনৰ প্ৰৱেশ নিষেধ কৰাৰ লগতে উক্ত সময়ছোৱাৰ ভিতৰত গধূৰ যান-বাহনৰ পৰা লোডিং-আনলোডিং কৰাত বাধা আৰোপ কৰা হৈছে।

২) পাঠশালা নগৰৰ মুখ্য চাৰিআলি চ'কৰ পৰা চাৰিওটা পথত ৬০ মিটাৰ ব্যাসাদ্ধালৈ চাৰিচকীয়া বাহনৰ বাবে পার্কিঙৰ ব্যবস্থা নাথাকিব।

৩) পাঠশালা নগৰৰ মুখ্য চাৰিআলিৰ পৰা চাৰিওটা পথতে যান-যট মুক্ত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা ৰবিবাৰলৈ পথৰ এফালে No Parking Zone হিচাবে আৰু আনটো ফালে পিছৰ সোমবাৰৰ পৰা ৰবিবাৰলৈ No Parking Zone হিচাবে ঘোষনা কৰা হৈছে।

৪) পাঠশালা নগৰৰ মুখ্য চাৰিআলিৰ পৰা চাৰিওটা পথৰ ওপৰত আৰু পদপথত সৰু-ডাঙৰ কোনো ধৰণৰ বেনাৰ, হোর্ডিং আদি ৰাখিব নোৱাৰিব।

৫) পাঠশালা নগৰত দূর্ঘটনা কমোৱাৰ উদ্দেশ্যে গাড়ীৰ গতিবেগ প্রতি ঘণ্টাত ৩০ কিঃমিঃ নিৰ্দ্ধাৰণ কৰা হৈছে।

৬) যিসকল পদপথৰ ব্যৱসায়ীয়ে পাঠশালা নগৰৰ পথ আৰু পদপথৰ ওপৰত ঠেলা গাড়ী, মেজ আদিৰে ব্যৱসায় কৰি আছে, তেওঁলোকৰ জ্ঞাতার্থে জনাওঁ যে তেওঁলোকৰ ব্যৱসায় বন্ধ থকা অৱস্থাত ঠেলা গাড়ী, মেজ আদি পথ আৰু পদপথৰ ওপৰত ৰাখি যান-যটৰ সৃষ্টি কৰি আছে। সেয়েহে তেওঁলোকক অহা ৪ আগষ্ট, ২০২৫ ইং তাৰিখৰ পৰা কার্যকৰী হোৱাকৈ ব্যৱসায় বন্ধ থকা অৱস্থাত ঠেলা গাড়ী, মেজ আদি আঁতৰাই নিয়াৰ বাবে নির্দেশ দিয়া হ'ল।

জৰুৰীকালীন, পৌৰসভাৰ স্বচ্ছতাৰ লগত জড়িত আৰু চৰকাৰী বাহনৰ ক্ষেত্ৰত ওপৰোক্ত নিয়ম প্রযোজ্য নহ'ব।

নিয়ম ভংগকাৰীসকলৰ বাবে বজালী জিলা প্রশাসন, বজালী আৰক্ষী প্ৰশাসন আৰু পৌৰসভা প্রশাসনে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।

ভৱদীয়-
Jolly choudury
পৌৰপতি
পাঠশালা পৌৰসভা
পাঠশালা

কার্যবাহী বিষয়া
পাঠশালা পৌৰসভা

05/06/2025
"এই জীৱনত কামৰ সীমা আছে, কিন্তু সঁচা সন্মানৰ আৱেগৰ কোনো সীমা নাই। আপুনি যি কৃতিত্বৰে আমাক অনুপ্ৰাণিত কৰিলে, তাৰ বাবে কৃত...
31/12/2024

"এই জীৱনত কামৰ সীমা আছে, কিন্তু সঁচা সন্মানৰ আৱেগৰ কোনো সীমা নাই। আপুনি যি কৃতিত্বৰে আমাক অনুপ্ৰাণিত কৰিলে, তাৰ বাবে কৃতজ্ঞ। আপোনাৰ নতুন জীৱন পথৰ বাবে শ্ৰেষ্ঠ শুভেচ্ছা।"

ধন্যবাদ যতীন তালুকদাৰ আপোনাৰ সেৱাৰ বাবে।

- পাঠশালা পৌৰসভা

Address

Pathsala Word No 1
Pathsala
781325

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 9am - 5pm

Telephone

03666266070

Alerts

Be the first to know and let us send you an email when Pathsala Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Pathsala Municipal Board:

Share