04/11/2024
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হি ৭ নং লাচিত বৰফুকন ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী আমাৰ চিনিয়ৰ দাদা ড° ঘনশ্যাম ডেকা দা নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰাৰ নৱ নিযুক্ত অধ্যক্ষ হিছাপে যোগদান কৰে৷
দাদালৈ জনালোঁ আন্তৰিক অভিনন্দন ও শুভকামনা৷
Lachit Borphukan AT7 Boys' Hall, Gauhati University