BJP Pathsala Nagar Mandal

BJP Pathsala Nagar Mandal An official page of BJP, Pathsala Mandal.
(1)

আহক সকলোৱে ওলাই ৯ মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma  ডাঙৰীয়াক আশীৰ্বাদ জনাবলৈ।                     ...
07/03/2026

আহক সকলোৱে ওলাই ৯ মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াক আশীৰ্বাদ জনাবলৈ।

 #স্বাগতম বজালী জিলাৰ দুয়োটা বিধানসভা সমষ্টিলৈ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma  ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি...
26/02/2026

#স্বাগতম

বজালী জিলাৰ দুয়োটা বিধানসভা সমষ্টিলৈ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি Dilip Saikia ডাঙৰীয়াক আদৰিছোঁ।

BJP Assam Pradesh

Wellcome to Assam Narendra Modi Ji 🙏
13/02/2026

Wellcome to Assam Narendra Modi Ji 🙏

দীপালী বৰঠাকুৰ (১৯৪১–২০১৮) অসমীয়া সংগীতৰ প্ৰতি তেওঁৰ চিনাকি, আত্মাস্পৰ্শী অৱদানৰ বাবে "অসমৰ নাইটিংগেল" হিচাপে শ্ৰদ্ধা ক...
30/01/2026

দীপালী বৰঠাকুৰ (১৯৪১–২০১৮) অসমীয়া সংগীতৰ প্ৰতি তেওঁৰ চিনাকি, আত্মাস্পৰ্শী অৱদানৰ বাবে "অসমৰ নাইটিংগেল" হিচাপে শ্ৰদ্ধা কৰা হয়।"সোণৰ খাৰু নালাগে মোক"ৰ দৰে চিৰসেউজ গীতৰ বাবে পৰিচিত ছানীক ১৯৯৮ চনত পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।১৯৭০ চনত মটৰ নিউৰন ৰোগৰ বাবে তেওঁৰ কেৰিয়াৰ চুটি হৈ পৰে।আজি তেখেতৰ জন্ম দিনটোত বৰণ্য শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো।৷

ভাৰতীয় জনতা পাৰ্টি পাঠশালা মণ্ডলৰ অন্তৰ্গত সমূহ কাৰ্যকৰ্তাৰ নিশ্চিত উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো। ধন্যবাদ 🙏ভাৰত মাতা ...
27/01/2026

ভাৰতীয় জনতা পাৰ্টি পাঠশালা মণ্ডলৰ অন্তৰ্গত সমূহ কাৰ্যকৰ্তাৰ নিশ্চিত উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো।
ধন্যবাদ 🙏
ভাৰত মাতা কি জয় ✊
বিজেপি জিন্দাবাদ 🪷

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
BJP Bajali District

লাগবা লাগবো 🪷 BJP Assam Pradesh Himanta Biswa Sarma Dilip Saikia Ranjeet Kumar Dass
08/01/2026

লাগবা লাগবো 🪷
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass

05/01/2026

যদি আহে কংগ্ৰেছ
অসম হ'ব বাংলাদেশ

বিধানসভা নিৰ্বাচন-২০২৬আকৌ এবাৰ - বিজেপি চৰকাৰ ভাৰতীয় জনতা পাৰ্টি, বজালী জিলাৰ মুখ্য কাৰ্যালয়ত আজি পাঠশালা মণ্ডলৰ "বুথৰ ব...
24/12/2025

বিধানসভা নিৰ্বাচন-২০২৬
আকৌ এবাৰ - বিজেপি চৰকাৰ

ভাৰতীয় জনতা পাৰ্টি, বজালী জিলাৰ মুখ্য কাৰ্যালয়ত আজি পাঠশালা মণ্ডলৰ "বুথৰ বিশেষ সভা" আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে অনুষ্ঠিত কৰা হয় লগতে
অসমৰ জনপ্ৰিয় কৰ্মযোগী মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ পদক্ষেপ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে "শতবৰ্ষত ভূপেন্দ্ৰ স্মৰণ" শীৰ্ষক এখনি গ্ৰন্থৰে আগন্তুক নৱবৰ্ষ ২০২৬ ৰ শুভেচ্ছাৰে সমাজৰ বিভিন্ন বৰেণ্য ব্যক্তিক প্ৰদান কৰাৰ বাবে সন্মানীয় বুথ সভাপতি আৰু কাৰ্যকৰ্তা সকলৰ মাজত বিতৰণ কৰা হয়।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass

মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমি অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী  ডাঙৰীয়াক উষ্ম আদৰণি জনাইছ...
20/12/2025

মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমি অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ।

Wellcome to Assam Narendra Modi Ji 🙏

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
BJP Bajali District

বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী নীতিন নবীন ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনা...
14/12/2025

বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী নীতিন নবীন ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ।

Bharatiya Janata Party (BJP)
BJP Assam Pradesh

বিধানসভা নিৰ্বাচন-২০২৬আকৌ এবাৰ - বিজেপি চৰকাৰ 🪷 আজি ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা, পাঠশালা মণ্ডলৰ প্ৰথম খন বিষয়ববীয়া সভ...
12/12/2025

বিধানসভা নিৰ্বাচন-২০২৬
আকৌ এবাৰ - বিজেপি চৰকাৰ 🪷

আজি ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা, পাঠশালা মণ্ডলৰ প্ৰথম খন বিষয়ববীয়া সভাৰ কিছু দৃশ্যাংশ।
মহিলা মৰ্চা পাঠশালা মণ্ডলৰ সভানেত্ৰী গায়ত্ৰী ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা
উক্ত সভাত উপস্থিত মণ্ডল সভাপতি দিগন্ত তালুকদাৰ ডাঙৰীয়া, মণ্ডল প্ৰভাৰী নৱ কুমাৰ মেধি ডাঙৰীয়া, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ইৰা কলিতা ডাঙৰীয়ানী, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰী ডাঙৰীয়ানীকে আদি কৰি দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass

Address

Pathsala, Near "Bhagawati Kshetra"
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when BJP Pathsala Nagar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share