BJP Bihpuria Mandal

BJP Bihpuria Mandal Official Page of BJP Bihpuria Mandal, Lakhimpur District, Assam. Dedicated to Organisation, Development & Nation First.

27/03/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ দূৰদৰ্শী নেতৃত্ব আৰু উন্নয়নমুখী দৃষ্টিভংগীয়ে ৭৩ নং বিহপুৰীয়া বিধান সভা সমষ্টিত অগ্ৰগতিত এক নতুন দিশ প্ৰদান কৰিছে—এইয়া সঁচাকৈ প্ৰেৰণাদায়ক আৰু গৌৰৱৰ মুহূৰ্ত।
Bhupen Borah
Himanta Biswa Sarma

আজি ভূপেন বৰা ডাঙৰীয়াই দেৱানন্দ হাজৰীকা ডাঙৰীয়াক সৌজন্য সাক্ষাৎ কৰে।Bhupen Borah BJP Assam Pradesh
22/03/2026

আজি ভূপেন বৰা ডাঙৰীয়াই দেৱানন্দ হাজৰীকা ডাঙৰীয়াক সৌজন্য সাক্ষাৎ কৰে।

Bhupen Borah
BJP Assam Pradesh

বিহপুৰীয়াৰ উন্নয়ন তৰাম্বিত হ'ব।কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত বিহপুৰীয়া এইবাৰ আগুৱাই...
21/03/2026

বিহপুৰীয়াৰ উন্নয়ন তৰাম্বিত হ'ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত বিহপুৰীয়া এইবাৰ আগুৱাই যাব।

ন ৰূপত বিহপুৰীয়াক সজাবলৈ সাজু ভাৰতীয় জনতা পাৰ্টিৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া।

Amit Shah
Himanta Biswa Sarma
Bhupen Borah

21/03/2026

ইছলাম ধৰ্মাৱলম্বী ভাই-ভনীসকলক ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
BJP Assam Pradesh

সু প্ৰভাত অসম ..আপুনি দিয়া ভোটটোৰ বাবেই বিজেপি চৰকাৰে ডেৰ লক্ষাধিক মেধাৱী যুৱক-যুৱতীক নিকা আৰু স্বচ্ছভাৱে চৰকাৰী চাকৰি ...
21/03/2026

সু প্ৰভাত অসম ..

আপুনি দিয়া ভোটটোৰ বাবেই বিজেপি চৰকাৰে ডেৰ লক্ষাধিক মেধাৱী যুৱক-যুৱতীক নিকা আৰু স্বচ্ছভাৱে চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'ল।

BJP Assam Pradesh

19/03/2026
গাত ৰ'দ-বৰষুণ নলগা মানুহজন...অসমৰ বিকাশ, সুৰক্ষা আৰু জনসেৱাই তেখেতৰ দৃঢ় পণ।Himanta Biswa Sarma BJP Assam Pradesh
10/03/2026

গাত ৰ'দ-বৰষুণ নলগা মানুহজন...
অসমৰ বিকাশ, সুৰক্ষা আৰু জনসেৱাই তেখেতৰ দৃঢ় পণ।

Himanta Biswa Sarma
BJP Assam Pradesh

Address

উত্তৰ লখিমপুৰ
North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when BJP Bihpuria Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share