29/12/2025
এই ল'ৰা জনৰ নাম চুলতান ছাদিক, জনা মতে বৰ্তমান ল'ৰা জন অসম যুৱ কংগ্ৰেছৰ ৰঙানদীৰ অন্তৰ্গত ৰামপুৰ বগীবিলৰ এজন কৰ্মকৰ্তা। ল'ৰা জনে ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ চমুকৈ NASPৰ অপপ্ৰচাৰ চলাই আছে। সেয়ে অতি সোনকালেই প্ৰমাণ সহকাৰে আইনীভাৱে পদক্ষেপ লোৱা হ'ব।
ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ