অসম ছাত্ৰ পৰিষদ, লখিমপুৰ Asom chatra parisad, Lakhimpur

  • Home
  • India
  • North Lakhimpur
  • অসম ছাত্ৰ পৰিষদ, লখিমপুৰ Asom chatra parisad, Lakhimpur

অসম ছাত্ৰ পৰিষদ, লখিমপুৰ Asom chatra parisad, Lakhimpur জয় আই অসম

12/12/2025
12/12/2025
লখিমপুৰ জিলা তথা ৰঙানদী সমষ্টিৰ ছাত্ৰ নেতা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি পৰশ জ্যোতি লাহন ডাঙৰীয়াই অসম গ...
22/11/2025

লখিমপুৰ জিলা তথা ৰঙানদী সমষ্টিৰ ছাত্ৰ নেতা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি পৰশ জ্যোতি লাহন ডাঙৰীয়াই অসম গণ পৰিষদ দলৰ নিতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ৰঙানদী সমষ্টিৰ যুৱ নেতা জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ নেতৃত্বত, কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাৰ উপস্থিতিত প্ৰায় ২০ জন যুৱকৰ সৈতে আনুষ্ঠানিকভাৱে ভাৱে অসম ছাত্ৰ পৰিষদত যোগদান কৰে। তেখেতৰ নেতৃত্বত অসম ছাত্ৰ পৰিষদ আৰু অধিক শক্তিশালী হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।তেখেতলৈ লখিমপুৰ জিলা সমিতিৰ তৰফৰপৰা অলেখ শুভেচ্ছা।
জয় আই অসম ✊

অসম ছাত্ৰ পৰিষদৰ সকলো কাৰ্য্যকতাক লখিমপুৰ জিলালৈ আদৰণি জনাইছোঁ 💐
20/11/2025

অসম ছাত্ৰ পৰিষদৰ সকলো কাৰ্য্যকতাক লখিমপুৰ জিলালৈ আদৰণি জনাইছোঁ 💐

অসম ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এইবেলী অসম গণ পৰিষদ ৰঙানদী সমষ্টি সমিতিৰ সহযোগত অসম ছাত্ৰ পৰিষদ লক্ষীমপুৰ জিলা আৰু ৰঙানদী সমষ্টি সমিতিৰ উদ্যোগত লালুক গণ ভৱনত অহা ২১ নৱেম্বৰ ২০২৫ তাৰিখে অনুষ্ঠিত কৰা হৈছে।
সকলোৰে উপস্থিতি কামনা কৰা হ'ল।।

জাতীয় স্বাভিমান দিৱস 📍ৰঙানদী সমষ্টিঅসম গণ পৰিষদ - Asom Gana Parishad -AGP Atul Bora  অতুল বৰা Keshab Mahanta কেশৱ মহন্ত...
19/11/2025

জাতীয় স্বাভিমান দিৱস
📍ৰঙানদী সমষ্টি
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Jayanta Khaund জয়ন্ত খাউণ্ড
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
Trinayan Baruah

অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়কে প্ৰমূখ্য কৰি সকলো বিষয়ববীয়াক লগ পায় আমি‌ আৰু দুগুণ উৎসাহেৰে কাম কৰ...
12/11/2025

অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়কে প্ৰমূখ্য কৰি সকলো বিষয়ববীয়াক লগ পায় আমি‌ আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে উৎসাহিত হ'লো✊
সকলোলৈকে অশেষ ধন্যবাদ ❤️
Jayanta Khaund জয়ন্ত খাউণ্ড
Trinayan Baruah
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা ডাঙৰীয়া অহা কালিলৈ বিভিন্ন সাংগঠনিক কামৰ বাবে লখিমপুৰ জিলাত আহি উপস্থিত হ'ব 🙏তেখ...
10/11/2025

অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা ডাঙৰীয়া অহা কালিলৈ বিভিন্ন সাংগঠনিক কামৰ বাবে লখিমপুৰ জিলাত আহি উপস্থিত হ'ব 🙏
তেখেতক অসম ছাত্ৰ পৰিষদ, লখিমপুৰ জিলাৰ তৰফৰ পৰা লখিমপুৰ জিলালৈ উষ্ম আদৰণি জনাইছোঁ 💐
Jayanta Khaund জয়ন্ত খাউণ্ড
Trinayan Baruah
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

08/11/2025

ৰঙানদী সমষ্টিৰ একান্ত সেৱক জন নেতা জয়ন্ত খাউণ্ড
ডাঙৰীয়াৰ একক প্ৰচেষ্টা এয়া
Jayanta Khaund জয়ন্ত খাউণ্ড

"সোঁৱৰণি আঁকিব লাগিব,নতুন পথৰ সপোনেৰে।"       যোৱা কালি অসম ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়া সকল ৰঙানদী সমষ্ট...
08/11/2025

"সোঁৱৰণি আঁকিব লাগিব,
নতুন পথৰ সপোনেৰে।"
যোৱা কালি অসম ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়া সকল ৰঙানদী সমষ্টিৰ যুৱ নেতা জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ সৈতে বিভিন্ন আলোচনাত মিলিত হয়। লগতে লখিমপুৰ জিলাৰ কেইবাজনো আৰু ৰঙানদী সমষ্টিৰ কেইবাজনো উদিয়মান যুৱকে অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈ জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ নেতিত্বত অসম ছাত্ৰ পৰিষদত যোগদান কৰে।
জয় আই অসম
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Jayanta Khaund জয়ন্ত খাউণ্ড
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

Address

North Lakhimpur
North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ, লখিমপুৰ Asom chatra parisad, Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share