Arun Hazarika

Arun Hazarika Hi....... I am Arun . Welcome to unofficial page.

22/06/2024
07/05/2024
17/08/2023

অসমৰ সবাতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনাৰ বাবে বিখ্যাত " ১৪টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰতিষ্ঠান “ডুগডুগী"ৰ উদ্যোগত পঞ্চম বাৰৰ বাবে সামাজিক মাধ্যমৰ সকলোতকৈ জনপ্ৰিয় অনুষ্ঠান *"অসম কন্যা ২০২৩-২৪" খিতাপ*
CN 237
NAME- MUNMI SAIKIA HAZARIKA
ADDRESS- LAKHIMPUR

[Opening shortly DoogDoogi Morigaon Branch & DOOGDOOGI GEMS & JEWELLERY at Lakhimpur]
পুৰস্কাৰ সমূহ:-
*১)* খিতাপ বিজয়ীক মুঠিখাৰু,অসমীয়া গহনা ছেট, আঙুঠি, কঁপালি,গ্ৰন্থ,ট্ৰফী, ডুগডুগী ৫বছৰৰ ৰেহাই কাৰ্ড,বিহুৱান ,চেলেং,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
*২)* দ্বিতীয় পুৰস্কাৰ - অসমীয়া গহনা ছেট,আঙুঠি,গ্ৰন্থ, ট্ৰফী, ডুগডুগী চাৰি বছৰৰ ৰেহাই কাৰ্ড,বিহুৱান,চেলেং,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
*৩)* তৃতীয় পুৰস্কাৰ- অসমীয়া গহনা ছেট, গ্ৰন্থ, ট্ৰফী, ডুগডুগী তিনি বছৰৰ ৰেহাই কাৰ্ড,বিহুৱান,চেলেং,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
*৪)* চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ- ঝুমকা কানফুলি, আঙুঠি,গ্ৰন্থ,ট্ৰফী, ডুগডুগী ২বছৰৰ ৰেহাই কাৰ্ড, বিহুৱান,চেলেং,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
*৫)* ১০ গৰাকীক নিচুকনি বঁটা আৰু ৫ গৰাকীক বিচাৰকৰ বিশেষ সন্মানত অসমীয়া গহনা আঙুঠি, ট্ৰফী, ডুগডুগী ২ বছৰৰ ৰেহাই কাৰ্ড,বিহুৱান,গছপুলি আৰু প্ৰমাণ পত্র প্ৰদান কৰা হব।
*৬)* অসম কন্যাত অংশগ্ৰহণ কৰা প্ৰত্যেক প্ৰতিযোগীয়ে ডুগডুগীৰ পৰা ক্ৰয় কৰিবলৈ ২৫ শতাংশ ৰেহাই কাৰ্ড পাব (কেৱল এবাৰৰ বাবে সুযোগ লাভ কৰিব)৷কাৰ্ড খন যিকোনো ডুগডুগী বিপনীৰ পৰা লব পাৰিব।
_নিয়মাৱলী_ :-
*১)* প্ৰতিযোগিতাত জীয়ৰী-বোৱাৰী সকলোৱে অংশ গ্ৰহণৰ বাবে ডুগডুগী ফেচবুক পেজ *https://www.facebook.com/dugdugiassamesejewellery/* ত অংশীদাৰ কৰিব লাগিব।
*২)* ১টা Like ত ১পইণ্ট আৰু ১টা শ্বেয়াৰত ৫পইণ্ট লাভ কৰিব।১টা ফেচবুক একাউণ্টৰ পৰা সৰ্বাধিক ২০টা শ্বেয়াৰ কৰিব পাৰিব ।
*৩)* ৩০-৬০চেকেণ্ডৰ নিজৰ বিষয়ে প্ৰত্যেকজন প্ৰতিযোগিয়ে ভিডিও কৰি আপলোড কৰা নিৰ্দিষ্ট নিজৰ ফটোৰ কমেণ্টত ত দিব লাগিব লগতে নিজৰ FB একাউন্টত reels bonai * * * * * * ত টেগ কৰিব পাৰিব।তেতিয়া ৫০০ পইণ্ট সংযোগ হব।(ভিডিও টো ৩০ জুলাইৰ ভিতৰত আপলোড দিলেও হব,নিদিলে বনাছ ৫০০মাৰ্ক টো নাপাব)।লগতে ডুগডুগী আৰু স্বত্বাধিকাৰী উৎপল বণিয়াৰ বিষয়ে কিছু তথ্য যুগুত কৰি নিজৰ ফেচবুক একাউন্টত আৰু আপলোড কৰা নিজৰ ফটোৰ কমেণ্টত দিব পৰা সকলে বিচাৰকৰ বিশেষ বঁটাৰ বাবে মনোনয়ন হব আৰু অতিৰিক্ত ১০০০বোনাচ পইণ্ট পাব।FB একাউন্টত * * * * * * ত টেগ কৰিব লাগিব।Screenshot বোৰ whatsapp ৰ যোগেদি দিব পাৰিব।
*৪)* বিচাৰকৰ সিদ্ধান্ত মৰ্মে নতুন চৰ্তাৱলী প্ৰযোজ্য হব পাৰে।সৰ্বাধিক পইণ্ট লাভ কৰা গৰাকীক বিজয়ী ঘোষণা কৰা হব।
*৫)* প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰম্পৰাগত সাজপাৰ (অনান্য), বিয়া সাজপাৰ, সত্ৰীয়, জনগোষ্ঠীয় সাজপাৰ ইত্যাদি আৰু অসমীয়া গহনা পৰিধান কৰা ফটো সমূহ Email id- *[email protected]* অথবা Whatsapp নম্বৰ *9957992615* লৈ সম্পূৰ্ণ নাম ,বয়স, ঠিকনা দি প্ৰেৰণ কৰিব লাগিব। ১৫ বছৰৰ ওপৰৰ জীয়ৰী আৰু বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।

*৬)* *১৫ জুলাই* পৰা আৰম্ভ হব লগীয়া " *_অসম কন্যা_* " প্ৰতিযোগিতা *২০ আগষ্ট* ৰাতি ১১.৫৫ মিনিটত সমাপ্ত হব আৰু ২১আগষ্টত Facebook Live আৰু বাতৰি কাকত ৰ যোগেদি " *অসম কন্যা* *খিতাপ* " ঘোষণা কৰা হব।
*৭)* প্ৰত্যেক প্ৰতিযোগীয়ে ১০ আগষ্টত ঘৰতে একোটাকৈ গছপুলি ৰোপণ কৰি সামাজিক মাধ্যমত * * * * ত টেগ কৰি অতিৰিক্ত ৫০০ বনাছ পইণ্ট লাভ কৰিব পাৰিব ।
*৮)* পুৰস্কাৰ সমূহ ডুগডুগীৰ নতুন শাখা _মৰিগাওঁ (কুৱালিটি হোটেলৰ কাষত, ঠাকুৰীয়া হাট)_ আৰু ডুগডুগীৰ নতুন সংযোজন _DOOGDOOGI GEMS & JEWELLERY_ শ্বপ লখিমপুৰৰ গ্ৰেণ্ড অপেনিং চেলিব্ৰেচনৰ দিনাখন দিয়া হব।তেতিয়া পুৰস্কাৰ সমূহ লব পাৰিলে পুৰস্কাৰৰ লগতে Extra Gift ও দিয়া হব।
অন্যথাই অক্টোবৰ মাহৰ ভিতৰত ক্ৰমান্বয়ে _গুৱাহাটীৰ চান্দমাৰী,নগাওঁ কলেজৰ ট্ৰেফিক পইণ্ট আৰু যোৰহাট গড় আলি পুৰণি বালিবাট,ডিব্ৰুগড়ৰ কে চি গগৈ পথ,লখিমপুৰৰ ছোৱালী হাইস্কুল ,তেজপুৰ চিভিল ৰোড_ ত অৱস্থিত বিপনীৰ পৰা সংগ্ৰহ কৰিব লাগিব।
*৯)* পুৰস্কাৰ সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰতহে লব লাগিব।
যিমান পাৰে সকলোৱে Share কৰিব বুলি আশা ৰাখিলো আৰু page টো অনুসৰণ কৰা লগতে ডুগডুগী ক আশীৰ্বাদ কামনা কৰিলো ।
FOLLOW কৰিব — ১)https://www.facebook.com/dugdugiassamesejewellery?mibextid=LQQJ4d
২)https://www.facebook.com/profile.php?id=100069754192367&mibextid=LQQJ4d
৩)www.dugdugi.in
SHARE SHARE SHARE

Address

Assam (India)
North Lakhimpur
787023

Telephone

+918749993618

Website

Alerts

Be the first to know and let us send you an email when Arun Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Arun Hazarika:

Share