Jyoti Xur Xamoloy

Jyoti Xur Xamoloy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jyoti Xur Xamoloy, Social service, North Lakhimpur.

Page
অসমৰ বিভিন্ন জাতি জনজাতিৰ লোকবাদ্য আৰু লোকনৃত্য সমূহক একেলগে আপোনাৰ কাষলৈ লৈ যোৱাৰ আমাৰ এক প্ৰচেষ্টাই হৈছে জ্যোতি সুৰ সমলয়
অসমীয়া সংস্কৃতি ৰক্ষাৰ অনন্য প্ৰয়াস

15/04/2026

ঢোলৰ গুমগুমনি, পেঁপাৰ মাত শুৱনি
নাচনী-বিহুৱাৰ ততে নাই আজি গাত; আকাশ-বতাহে ৰঙালী ৰং চৰিছে,
ন-সাজ পিন্ধি বিৰিখেও সলালে ঐ পাত!

আমাৰ বিহু সদায়ে বিশেষ আৰু অনন্য।
এই ৰঙালীৰ উৎসৱে সকলোৰে জীৱন ভৰাই ৰাখক সুখ, সমৃদ্ধি আৰু একতাৰ ৰঙেৰে...

অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ।
Jyoti Xur Xamoloy

আমি আকৌ সাজু হৈছোঁ 📌
09/04/2026

আমি আকৌ সাজু হৈছোঁ 📌

25/12/2025

📌Jyoti Xur Xamoloy

Last Year🥳📌
25/12/2025

Last Year🥳📌

যোৱা কালি(২৫/১২/২০২৪) Jyoti Xur Xamoloy ৰ পৰিয়ালটোৱে লখিমপুৰত অৱস্থিত আই পদুমণি থানত আৰ্শিষ লবলৈ যোৱা লগতে সকলোৱে মিলি বগীনদী Soil ত বন ভোজ খোৱা হয় ।
Xur Xamoloy

Subhash Saikia
চন্দন চিমু দত্ত
Debasish Tamuli
Asinta Saikia

20/10/2025

দীপান্বিতাৰ বন্তিৰ পোহৰে আৱাহন কৰক অনন্ত শুভবোধ আৰু শান্তি-সম্প্ৰীতি। আঁ‌তৰক সমাজৰ অমংগল, অসূয়া-অপ্ৰীতি। সকলোলৈ শ্ৰীশ্ৰীকালী পূজা আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ‌।🪔

Jyoti Xur Xamoloy

18/10/2025

কঙালিৰ গৰ্ভতে অংকুৰিত হওঁক ভোগালীৰ বীজ🌾🌾🌾
জ্যোতি সুৰ সমলয় তৰফৰ পৰা সকলোলৈ অসমীয়া বাপুতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

14/10/2025

আমাক ন্যায় লাগে,
ন্যায় কেতিয়া?

এই খবৰ অসহনীয় 🙏🏻🥺
19/09/2025

এই খবৰ অসহনীয় 🙏🏻🥺

আমাৰ আজিৰ অনুষ্ঠান📌ত্যাগ ক্ষেত্ৰ, উত্তৰ লখিমপুৰ
10/09/2025

আমাৰ আজিৰ অনুষ্ঠান📌
ত্যাগ ক্ষেত্ৰ, উত্তৰ লখিমপুৰ

26/07/2025

আপোনালোকৰ মৰম আৰু আৰ্শীবাদ লগত লৈ আমি জ্যোতি সুৰ সমলয়ে আৰু এটি বসন্ত অতিক্ৰম কৰিলোঁ 📌🙏🏻
আমাৰ আগন্তুক যাত্ৰাত আপোনালোকৰ মৰম আৰু আৰ্শীবাদ সদায় কাম্য।
আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ।

20/06/2025

পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত......

ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো। অসমৰ সমাজ জীৱনলৈ ৰাভা দেৱৰ অতুলনীয় অৱদান অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰি যাব।তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনালোঁ 🙏🏻

Jyoti Xur Xamoloy 📌

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Jyoti Xur Xamoloy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category