Jimosanya LIVE

Jimosanya LIVE Daily News
TalentHunt
Cultural
Entertainment
Sports
Education
Political DEORI NEWS WEB PORTAL

বিশেষ জাননী
22/05/2026

বিশেষ জাননী

নিৰ্বাচনৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma  পৰিদৰ্শন কৰিলে "জুবিন ক্ষেত্ৰ" ।
21/05/2026

নিৰ্বাচনৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma পৰিদৰ্শন কৰিলে "জুবিন ক্ষেত্ৰ" ।

বিশিষ্ট স্বাধীনতা সংগ্ৰামী, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী গাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক মদন ভূঞাদেৱৰ পৰলোক গমন । দে...
20/05/2026

বিশিষ্ট স্বাধীনতা সংগ্ৰামী, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী গাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক মদন ভূঞাদেৱৰ পৰলোক গমন । দেশপ্ৰেম, সততা আৰু সমাজসেৱাৰ আদৰ্শৰে পূৰ্ণ তেখেতৰ দীঘলীয়া জীৱন যাত্ৰাই বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ লগতে অসমৰ সমাজ জীৱনক বহু দিশত আলোকিত কৰি গৈছে।

স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি সন্মান জনাই ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। এই শোকৰ মুহূৰ্তত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো

কাইলৈ দিনৰ ১০ বজাৰ পৰা বিয়লি ১ বজালৈ  নাৰায়ণপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব লখিমপুৰ জিলা আয়ুক্ত আদিত্য ব...
19/05/2026

কাইলৈ দিনৰ ১০ বজাৰ পৰা বিয়লি ১ বজালৈ নাৰায়ণপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব লখিমপুৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ,
ৰাজহুৱা বা ব্যক্তিগত ওজৰ আপত্তি জনাব পাৰিব আপুনি

19/05/2026

▶️ মৰিগাঁও জিলা প্ৰশাসনৰ জাননীক লৈ আস্বস্ত নহয় সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃবৃত্ব

১৯/০৫/২০২৬ তাৰিখে খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়াসকলে  লক্ষীমপুৰ নগৰাঞ্চলৰ বিভিন্ন পি.অ’এল. (PO...
19/05/2026

১৯/০৫/২০২৬ তাৰিখে খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়াসকলে লক্ষীমপুৰ নগৰাঞ্চলৰ বিভিন্ন পি.অ’এল. (POL) ডিপ’ত এক পৰীক্ষণ আৰু সত্যাপন অভিযান চলায়। এই অভিযানৰ জৰিয়তে মজুত অৱস্থা, সামগ্ৰীৰ উপলব্ধতা আৰু নিৰ্ধাৰিত নিয়ম-নিৰ্দেশনা পালন কৰা হৈছে নে নাই সেয়া পৰীক্ষা কৰা হয়।
অভিযানকালত বিষয়াসকলে নথিপত্ৰসমূহ পৰীক্ষা কৰাৰ উপৰিও ডিপ’ পৰিচালকসকলৰ সৈতে মতবিনিময় কৰে আৰু জনসাধাৰণৰ সুবিধাৰ্থে পেট্ৰ’লিয়াম সামগ্ৰীৰ স্বচ্ছ আৰু সুশৃংখল যোগান নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

🙏🙏🙏এটি কনমানিৰ জীৱন ৰক্ষাৰ বাবে জৰুৰী কাতৰ আহ্বান 🙏🙏🙏। ​যোৰহাট নামদেউৰী গাৱঁৰ নিবাসী শ্ৰী মুন্না দেউৰীৰ পুত্ৰ, কনমানি শ্...
19/05/2026

🙏🙏🙏এটি কনমানিৰ জীৱন ৰক্ষাৰ বাবে জৰুৰী কাতৰ আহ্বান 🙏🙏🙏।

​যোৰহাট নামদেউৰী গাৱঁৰ নিবাসী শ্ৰী মুন্না দেউৰীৰ পুত্ৰ, কনমানি শ্ৰী ইভান দেউৰী বৰ্তমান মাৰাত্মক কৰ্কট (কেন্সাৰ) ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।
​চিকিৎসকৰ মতে অতি সোনকালে তেওঁৰ উন্নত চিকিৎসাৰ প্ৰয়োজন, কিন্তু ইয়াৰ বাবে এক বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে। এজন সাধাৰণ পিতৃ-মাতৃৰ পক্ষে এই বিশাল খৰচ অকলে বহন কৰাটো অসম্ভৱ হৈ পৰিছে। ধনৰ অভাৱত যাতে এটা নিষ্পাপ জীৱন অকালতে মৰহি নাযায়, তাৰ বাবে আমি আপোনালোকৰ ওচৰত হাত জোৰ কৰি কাতৰ প্ৰাৰ্থনা জনাইছো।
​ আপোনাৰ অলপমান সহায়ে এই কনমানি লৰাটোৰ প্ৰাণ ৰক্ষা কৰিব পাৰে আৰু এটা পৰিয়াললৈ হাহি ঘূৰাই আনিব পাৰে। গতিকে আপোনালোকে যিমান পাৰে সিমান আৰ্থিকভাৱে সহায় কৰি তেওঁ লোকক এই বিপদৰ সময়ত অলপ সকাহ দিয়ে যেন। আৰু Post tu share কৰি দিয়ক যিমান পাৰি🙏🙏🙏।।।

ভুক্তভোগী পৰিয়ালৰ যোগাযোগ নম্বৰ +91 78966 52274

ভাৰতীয় ইতিহাসৰ বাবে এক গৌৰৱময় ক্ষণ! প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত নেদাৰলেণ্ডে ঐতিহাসিক আনাইমঙ্গলম তাম্ৰফলি ভাৰতলৈ উ...
18/05/2026

ভাৰতীয় ইতিহাসৰ বাবে এক গৌৰৱময় ক্ষণ!
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত নেদাৰলেণ্ডে ঐতিহাসিক আনাইমঙ্গলম তাম্ৰফলি ভাৰতলৈ উভতাই দিছে।
এইবোৰ মহান চোল সাম্ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু অক্ষত সমল হিচাপে পৰিচিত।

17/05/2026

বিধায়ক‌ হিচাপে প্ৰথমবাৰলৈ মাধৱদেৱ কলাক্ষেত্ৰত ভূপেন বৰা।
শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসত উপস্থিত থাকে বিধায়কগৰাকী

17/05/2026

আজি কিনাপথাৰ, মাজৰচাপৰি, বৰচাপৰি, ইগাবা আতিগু আৰু কুণ্ডিলনগৰৰ এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (Class 10) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (Class 12) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হৈছিল

17/05/2026

আজি কিনাপথাৰ, মাজৰচাপৰি, বৰচাপৰি, ইগাবা আতিগু আৰু কুণ্ডিলনগৰৰ এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (Class 10) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (Class 12) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত আৰু সন্মানিত কৰাৰ উদ্দেশ্যে এখন বিশেষ সম্বৰ্দ্ধনা সভাৰ আয়োজন কৰা হয়।

শিক্ষক সমাজ আৰু মাজৰচাপৰি দেউৰী গাঁৱৰ যুৱক সংঘৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই সভাত এক অত্যন্ত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Address

Narayanpur
North Lakhimpur
784164

Alerts

Be the first to know and let us send you an email when Jimosanya LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category