Lakhimpur News 24

Call Directions Website Contact the organization

Lakhimpur News 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lakhimpur News 24, North Lakhimpur.

সত্য, নিৰপেক্ষতা আৰু দ্ৰুততাই আমাৰ প্ৰতিশ্ৰুতি। জনসাধাৰণৰ কণ্ঠস্বৰক সন্মান জনাই প্ৰতিটো খবৰ সঠিক তথ্যৰ ভিত্তিত আপোনালোকৰ ওচৰলৈ আগবঢ়োৱাই লখিমপুৰ নিউজ ২৪-ৰ লক্ষ্য।"

লখিমপুৰ ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত বিধায়ক মানৱ ডেকা
11/10/2026

লখিমপুৰ ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত বিধায়ক মানৱ ডেকা


"সূতা, কম্বল, আঁঠুৱাৰ পুৰণি ৰাজনীতি আৰু নচলিব! 🚫নিৰ্বাচনী প্ৰচাৰ সভাত ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত কংগ্ৰেছৰ ...
03/10/2026

"সূতা, কম্বল, আঁঠুৱাৰ পুৰণি ৰাজনীতি আৰু নচলিব! 🚫
নিৰ্বাচনী প্ৰচাৰ সভাত ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত কংগ্ৰেছৰ কূটনীতিক তীব্ৰ সমালোচনা কৰি পাঠ কৰা হ’ল এক বিশেষ ব্যংগাত্মক কবিতা—'গাড্ডাৰ কংগ্ৰেছী'।"

উজনি অসমৰ বানপীড়িত ৰাইজক সহায় প্ৰদানৰ দাবীত বিধায়ক অখিল গগৈৰ এক ব্যতিক্ৰমী প্ৰতিবাদ। প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিবেশন অব...
02/10/2026

উজনি অসমৰ বানপীড়িত ৰাইজক সহায় প্ৰদানৰ দাবীত বিধায়ক অখিল গগৈৰ এক ব্যতিক্ৰমী প্ৰতিবাদ। প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিবেশন অবিহনে ALA চৌহদত বিধায়কগৰাকীয়ে সাব্যস্ত কৰিলে অৱস্থান ধৰ্মঘট।

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে 'LakhimpurNews24'ৰ সমূহ দৰ্শক তথা শুভাকাংক্ষীক আন্তৰিক ওলগ জনালোঁ।সত্য, ত্...
02/10/2026

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে 'LakhimpurNews24'ৰ সমূহ দৰ্শক তথা শুভাকাংক্ষীক আন্তৰিক ওলগ জনালোঁ।
সত্য, ত্যাগ আৰু অহিংসাৰ বাৰ্তাৰে বিশ্ববাসীক একতাৰ দোলেৰে বান্ধি ৰখা মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ চৰণত শত-কোটি প্ৰণাম।
আপোনাৰ অঞ্চলৰ প্ৰতিটো সৰু-বৰ খবৰৰ বাবে চকু ৰাখক আমাৰ পেজত।

জুৰীয়াত মুখ্যমন্ত্ৰীৰ ঘোষণা: অৰুণোদয় আঁচনিৰ ধন পৰ্যায়ক্ৰমে ২,০০০ টকালৈ বৃদ্ধি কৰিব চৰকাৰে।
01/10/2026

জুৰীয়াত মুখ্যমন্ত্ৰীৰ ঘোষণা: অৰুণোদয় আঁচনিৰ ধন পৰ্যায়ক্ৰমে ২,০০০ টকালৈ বৃদ্ধি কৰিব চৰকাৰে।

অসম আৰক্ষী দিৱসৰ আন্তৰিক শুভেচ্ছা! আমাৰ সুৰক্ষা, শান্তি আৰু শৃংখলা ৰক্ষাৰ স্বাৰ্থত দিনে-নিশে নিয়োজিত থকা অসম আৰক্ষীৰ প্...
01/10/2026

অসম আৰক্ষী দিৱসৰ আন্তৰিক শুভেচ্ছা!
আমাৰ সুৰক্ষা, শান্তি আৰু শৃংখলা ৰক্ষাৰ স্বাৰ্থত দিনে-নিশে নিয়োজিত থকা অসম আৰক্ষীৰ প্ৰতিজন জোৱানলৈ 'LakhimpurNews24' পৰিয়ালৰ তৰফৰ পৰা জনাইছো সশ্ৰদ্ধ প্ৰণাম আৰু অভিনন্দন। আপোনালোকৰ ত্যাগ আৰু কৰ্তব্যপৰায়ণতা আমাৰ গৌৰৱ।

📌ষ্ট্ৰীট লাইটৰ বৃহৎ পৰিকল্পনা: জিলিকিব ৰাষ্ট্ৰীয় ঘাইপথ!📌যুৱ বিধায়ক ঋষিৰাজ হাজৰিকাৰ নতুন পদক্ষেপ: চৰাইমৰীয়াৰ পৰা মেনেহ...
30/09/2026

📌ষ্ট্ৰীট লাইটৰ বৃহৎ পৰিকল্পনা: জিলিকিব ৰাষ্ট্ৰীয় ঘাইপথ!
📌যুৱ বিধায়ক ঋষিৰাজ হাজৰিকাৰ নতুন পদক্ষেপ: চৰাইমৰীয়াৰ পৰা মেনেহালৈ জ্বলিব ষ্ট্ৰীট লাইট
📌লখিমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ পোহৰাবলৈ বৃহৎ পৰিকল্পনা বিধায়ক ঋষিৰাজ হাজৰিকাৰ


28/09/2026

মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত লখিমপুৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আৰক্ষীৰ হাতত আটক কেবাগৰাকীও নেতা-কৰ্মী।

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Lakhimpur News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Lakhimpur News 24:

Shortcuts

Share