DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ

DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ, Government Organization, North Lakhimpur.

13/02/2025

District Administration Lakhimpur
Directorate of Information and Public Relations, Assam

22/12/2024
22/12/2024

আমাৰ চৰকাৰী কাৰ্যালয়ত ১ বছৰতকৈও কম সময়ত এইবেলি আমি ৩৩ কোটি টকাতকৈ অধিক বিদ্যুৎ বিল ৰাহি কৰিবলৈ সক্ষম হৈছোঁ৷ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ, প্ৰযুক্তি তথা কৌশলগতভাৱে বিদ্যুতৰ ব্যৱহাৰ, সন্মানীয় মন্ত্ৰী-বিধায়কে নিজৰ বিদ্যুৎ বিল নিজে পৰিশোধ কৰা, অসম সচিবালয়ত সৌৰশক্তিৰ ব্যৱস্থা আদি উপাদানসমূহে এই ৰাহিত বৰঙনি যোগাইছে৷

আহক, দক্ষতাৰে বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধনৰ সঞ্চয় নিশ্চিত কৰিবলৈ এই জন আন্দোলনত অংশগ্ৰহণ কৰক।

Just simple systems in Govt offices ensures over ₹33cr savings in electricity in less than a year – imagine how efficient electricity use can stir mammoth savings Statewide.

Come, join the Jan Andolan to use electricity efficiently and ensure savings of your hard earned money.

22/12/2024

বৰ্তমান অসমত চলি আছে ১,০০০তকৈও অধিক দলং নিৰ্মাণৰ কাম৷ ৰঙানদীৰ ওপৰত লখিমপুৰৰ খাৰকাটিত আজি এনে এখন দলং সম্পূৰ্ণ কৰি ৰাইজলৈ উছৰ্গা কৰোঁ 📷

Construction of over 1,000 bridges are underway in Assam currently.

1 such bridge has been completed today at Kharkati, Lakhimpur 📷

22/12/2024
21/12/2024
21/12/2024
21/12/2024

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা 'বিকাশৰ ১২ দিন' কাৰ্যসূচীৰ অধীনত মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ হিতাধিকাৰীসকলক ঋণমুক্তি প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে৷ এই পৰ্যায়ত সামগ্ৰিকভাৱে ৭৮,০৪৬গৰাকী মহিলাই এই প্ৰমাণপত্ৰ লাভৰ বাবে বিবেচিত হ'ব আৰু তাৰ জৰিয়তে আগন্তুক সময়ত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান বা আন বেংক সম্পৰ্কীয় ঋণৰ বাবে যোগ্য বিবেচিত হোৱাৰ বাট মুকলি হ'ব৷

21/12/2024

এক পৰিপুষ্ট সমাজৰ গঠনৰ দিশে অসম চৰকাৰে আন এক বলিষ্ঠ পদক্ষেপ হিচাপে নতুনকৈ নির্বাচিত হিতাধিকাৰীক ১৫, ২২ আৰু ২৮ ডিচেম্বৰ ২০২৪ তাৰিখে নতুন ৰেচন কাৰ্ড বিতৰণ কৰিব। এই ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰীৰ পৰা 'প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা'ৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিব। অন্ন সেৱা দিনত পৰিয়ালসমূহে নিজৰ সুলভ মূল্যৰ দোকানৰ পৰা e-PoS মেচিনৰ সহায়ত এই বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। অধিক তথ্যৰ বাবে টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৬১১ ত যোগাযোগ কৰক।

The Assam Government is distributing new ration cards to eligible families under the "Pradhan Mantri Garib Kalyan Anna Yojana" starting from January 2025. Ensure to collect your new ration cards on December 15, December 22 and December 28, 2024. Let's work towards a hunger-free Assam! For more details, contact at toll-free number: 1800-345-3611.

29/10/2024

‼️Notice‼️
DC Lakhimpur Lachit Kumar Das declares Local Holiday on 1st November, 2024 (Friday) on account of "Kali Puja and Diwali" festival throughout the Lakhimpur district

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ:

Share