উৎকৰ্ষ Utkarsha

উৎকৰ্ষ Utkarsha উৎকৰ্ষ Utkarsha এটি ৰাইজৰ সংস্থা,,,

উৎকৰ্ষ পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ উৎকৰ্ষ Utkarsha
17/09/2025

উৎকৰ্ষ পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ

উৎকৰ্ষ Utkarsha

ভাৰতীয় ৰেলৱে আৰু আই আই টি মাদ্ৰাছৰ প্ৰচেষ্টাত ঘণ্টাত ১১০০ কিলোমিটাৰ পৰ্যন্ত গতিৰে বিশ্বৰ আটাইতকৈ দীঘল HYPERLOOP TEST TR...
21/03/2025

ভাৰতীয় ৰেলৱে আৰু আই আই টি মাদ্ৰাছৰ প্ৰচেষ্টাত ঘণ্টাত ১১০০ কিলোমিটাৰ পৰ্যন্ত গতিৰে বিশ্বৰ আটাইতকৈ দীঘল HYPERLOOP TEST TRACK নিৰ্মাণ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে ৪২২ মিটাৰ দৈৰ্ঘ্যৰ এটা Test Track, ভৱিষ্যতৰ ভ্ৰমণৰ দিশত এক ডাঙৰ পদক্ষেপ

#উৎকৰ্ষ

উৎকৰ্ষ Utkarsha

15/02/2023

আলি আঃয়ে লৃগাং উপলক্ষে সমূহ অসমবাসী আৰু মিচিং সমাজলৈ উৎকৰ্ষ Utkarsha ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

প্ৰাণৰ উৎসৱটিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা তাৰে কামনা কৰিলোঁ।

 #উৎকৰ্ষ
08/02/2023

#উৎকৰ্ষ

কাব্যঋষিৰ মৃত্যুৱে অসমীয়া কবিতাৰ ভঁৰাল ৰিঙা কৰিলে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।...
19/01/2023

কাব্যঋষিৰ মৃত্যুৱে অসমীয়া কবিতাৰ ভঁৰাল ৰিঙা কৰিলে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

#উৎকৰ্ষ

আজি শিল্পী দিৱস,ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাক স্মৰণ কৰি সকলোকে শিল্পী দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো,  আহক এই শুভক্ষণত দ...
17/01/2023

আজি শিল্পী দিৱস,ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাক স্মৰণ কৰি সকলোকে শিল্পী দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো, আহক এই শুভক্ষণত দুই-এক কথা জানো শিল্পী দিৱস আৰু ৰূপকোঁৱৰৰ বিষয়ে....

#শিল্পী_দিৱস

শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল,পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল।

জ্যোতিপ্ৰসাদ আগৰৱালা ( ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয় ।তেখেত অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক ।উল্লেখযোগ্যযে ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে।

#উৎকৰ্ষ

14/01/2023

মেজিৰ জুইত জাহ যাওঁক দুখ , হিংসা আৰু দুৰ্নীতি আৰু ঘূৰি আহক সুখ, শান্তি, সমৃদ্ধি । তাৰে কামনাৰে সকলো লৈকে মাঘ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

#উৎকৰ্ষ

“উৎকৰ্ষ” গোষ্ঠীৰ  #শিক্ষাৰ্থীৰ_সহযাত্রী আঁছনিৰ অধিনত নিম্ন উল্লেখিত গ্ৰন্থ খন কোনো ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ বিছাৰি...
07/01/2023

“উৎকৰ্ষ” গোষ্ঠীৰ #শিক্ষাৰ্থীৰ_সহযাত্রী আঁছনিৰ অধিনত নিম্ন উল্লেখিত গ্ৰন্থ খন কোনো ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ বিছাৰিলে বিনামূল্যে আমাৰ পৰা সংগ্রহ কৰি পঢ়িব পাৰিব।
( কোনো ধৰণৰ মাচুল দিয়াৰ প্ৰয়োজন নাই)

- Pradeep's Fundamental Physics
- XII (12) (Part 1 & 2 avilable)

- প্ৰাথমিক পদাৰ্থ বিজ্ঞান ( ড° অমূল্য চৌধুৰী)
- XII (12) ( only Part 2 avilable)

অধিক জানিবৰ বাবে ফোন কৰক - 6002291036

#শিক্ষাৰ্থীৰ_সহযাত্ৰী
#উৎকৰ্ষ

31/12/2022

ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

HAPPY NEW YEAR 2023

#উৎকৰ্ষ

Address

North Lakhimpur
787001

Telephone

+919957495625

Website

Alerts

Be the first to know and let us send you an email when উৎকৰ্ষ Utkarsha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to উৎকৰ্ষ Utkarsha:

Share

Category