ৰঙানদীৰ নিজৰ ল’ৰা গোবিন বিশ্বকৰ্মা

  • Home
  • India
  • North Lakhimpur
  • ৰঙানদীৰ নিজৰ ল’ৰা গোবিন বিশ্বকৰ্মা

ৰঙানদীৰ নিজৰ ল’ৰা গোবিন বিশ্বকৰ্মা ৰঙানদীৰ জনতাৰ কণ্ঠ
গোবিন বিশ্বকৰ্মাৰ কাম-কাজ, জনসমস্যা আৰু সমাধানৰ কথা

28/05/2026
আনন্দ আঞ্চলিক যুৱ সমাজৰ সৌজন্যত আয়োজিত ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত'হৈ মই অনুভৱ ক...
27/04/2026

আনন্দ আঞ্চলিক যুৱ সমাজৰ সৌজন্যত আয়োজিত ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত'হৈ মই অনুভৱ কৰিলোঁ আমাৰ একতা, আমাৰ ভাতৃত্ববোধ। এই এনাজৰী কেৱল সাংস্কৃতিক নহয়, ই হৈছে আমাৰ বিভিন্নতাৰ মাজত একতা গঢ়াৰ আধাৰ।

প্ৰত্যেক বছৰৰ দৰে এইবাৰো আপোনালোকৰ অটুট মৰম, বিশ্বাস আৰু ভালপোৱাই মোক অধিক দায়বদ্ধ কৰিছে। আন্তৰিক ধন্যবাদ জনাইছোঁ সকলোকে।

19/04/2026

ঘৰ বনাবলৈ টকা নাই নে? চিন্তা নকৰিব! নিৰ্বাচনৰ বতৰত বিজেপি নেতা আহিব—ফ্ৰীতে কাম কৰি যাব। এতিয়া বুজিলেনে ৰাইজ, ঘৰ কেতিয়া বনাব লাগে?

২০২৬ৰ অন্তিম নিৰ্বাচন সমাপ্তি ।
07/04/2026

২০২৬ৰ অন্তিম নিৰ্বাচন সমাপ্তি ।

Address

North Lakhimpur
787051

Telephone

+917349694437

Website

Alerts

Be the first to know and let us send you an email when ৰঙানদীৰ নিজৰ ল’ৰা গোবিন বিশ্বকৰ্মা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ৰঙানদীৰ নিজৰ ল’ৰা গোবিন বিশ্বকৰ্মা:

Share