Ujani Subansiri Miri Higher Secondary School

Ujani Subansiri Miri Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ujani Subansiri Miri Higher Secondary School, North Lakhimpur.

উৎসৱ বিদ্যাৰম্ভ Ranoj Pegu Prabin Kumar Kaman Jyoti Doley
01/04/2024

উৎসৱ বিদ্যাৰম্ভ
Ranoj Pegu
Prabin Kumar Kaman
Jyoti Doley

11/09/2023

Youth & Eco-Club ৰ অধীনত অনুষ্ঠিত হোৱা দলীয় নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰী ধনেশ্বৰি টাইড, মৃণালী পাতিৰ, মনিকা পাতিৰ, লক্ষীমাই পাতিৰ, ৰুচিতা চিন্তে আৰু অঞ্জুমনি কামান।

উজনি সোৱণশিৰি মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগতাৰ খিতাপ লাভ কৰে ষষ্ঠ শ্ৰেণীৰ মেঘালী পাতিৰ আৰু শ্ৰ...
08/09/2023

উজনি সোৱণশিৰি মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগতাৰ খিতাপ লাভ কৰে ষষ্ঠ শ্ৰেণীৰ মেঘালী পাতিৰ আৰু শ্ৰেষ্ঠ নৱাগতৰ খিতাপ লাভ কৰে একাদশ শ্ৰেণীৰ মিন্টো হাছদা ।
দুয়োজনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

08/09/2023

২০২৩ বৰ্ষৰ নৱাগত আদৰণি সভাত অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰী নয়নমনি ঙাতেৰ নৃত্য পৰিবেশন।

SCHOLARSHIP TO DIFFERENTLY ABLED STUDENTS
21/08/2023

SCHOLARSHIP TO DIFFERENTLY ABLED STUDENTS

লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ হাইস্কুল শিক্ষক সংস্থাৰ সহযোগত লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ...
15/07/2023

লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ হাইস্কুল শিক্ষক সংস্থাৰ সহযোগত লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ শৈক্ষিক ভৱনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষা আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত লখিমপুৰ জিলাৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিভা সন্ধানী পৰীক্ষা, ২০২২ ত লখিমপুৰ জিলাৰ স্থান প্ৰাপ্তসকলক বঁটা, মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰে।

উক্ত অনুষ্ঠানত প্ৰতিভা সন্ধানী পৰীক্ষা, ২০২২ ত লখিমপুৰ জিলাৰ ভিতৰত অষ্টম শ্ৰেণীত দ্বিতীয় স্থান প্ৰাপ্ত আমাৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰী গিতামনি পাতিৰ অাৰু যুটীয়া ভাৱে তৃতীয় স্থান প্ৰাপ্ত আমাৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰ লক্ষী প্ৰসাদ পেগুক বঁটা, মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰে।

Lakhimai Sonowal Mahendra Chintey Nripen Saikia
06/07/2023

Lakhimai Sonowal Mahendra Chintey Nripen Saikia

আমাৰ বিদ্যালয়ৰ বাবে আজি গৌৰবৰ দিন।      প্ৰতিভা সন্ধানী পৰীক্ষা ২০২২ ত আমাৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰী গীতামনি পাতিৰ আৰু মৰ...
03/07/2023

আমাৰ বিদ্যালয়ৰ বাবে আজি গৌৰবৰ দিন।

প্ৰতিভা সন্ধানী পৰীক্ষা ২০২২ ত আমাৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰী গীতামনি পাতিৰ আৰু মৰমৰ ছাত্ৰ লক্ষী প্ৰসাদ পেগুয়ে লখিমপুৰ জিলাৰ ভিতৰতে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিভা সন্ধানী পৰীক্ষাত স্থান প্ৰাপ্ত আটাইকেইজন মৰমৰ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

21/06/2023

বিদ্যালয়ত ৰাভা দিৱস উদযাপনত দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰী ডেইজী ঙাতে, দিপামনি পাতিৰ, পনিতা ঙাতে আৰু সোনমনি কামানৰ দ্বাৰা ৰাভা সংগীতত নৃত্য পৰিবেশন।

20/06/2023

বিদ্যালয়ত ৰাভা দিৱস উদযাপনত দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰী নয়নমনি কামান, বেবী ঙাতে, অমৰাবতি ঙাতে, পিংকি মেদকৰ দ্বাৰা ৰাভা সংগীতত নৃত্য পৰিবেশন।

20/06/2023

বিদ্যালয়ত ৰাভা দিৱস উদযাপনত নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰী বহাগী ঙাতে, মনালিছা কুটুম, গীতামনি পাতিৰ, বনিতা ঙাতে, তিলুমাই মেদক, লক্ষ্মীদেৱী কামান, দিম্পী কামান, মল্লিকা পাতিৰৰ দ্বাৰা ৰাভা সংগীতত নৃত্য পৰিবেশন।

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Ujani Subansiri Miri Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share