Dhakuakhana Electrical Sub-Division, APDCL

Dhakuakhana Electrical Sub-Division, APDCL Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhakuakhana Electrical Sub-Division, APDCL, Public & Government Service, Block Chariali, North Lakhimpur.

ঢকুৱাখনা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তর্গত বিভিন্ন এলেকাৰ লাইনৰ কাষৰ জংঘল নিষ্কাশনৰ কিছু দৃশ্যাংশ(৭ জুন, ২০২৫)
07/06/2025

ঢকুৱাখনা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তর্গত বিভিন্ন এলেকাৰ লাইনৰ কাষৰ জংঘল নিষ্কাশনৰ কিছু দৃশ্যাংশ
(৭ জুন, ২০২৫)

ইয়াৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছো যে আমি ঢকুৱাখনা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তর্গত 11KV ফিডাৰ TOWN, HILOIDARI, আৰু SONA...
06/06/2025

ইয়াৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছো যে আমি ঢকুৱাখনা বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তর্গত 11KV ফিডাৰ TOWN, HILOIDARI, আৰু SONARI-ত 7 আৰু 8 জুন 2025 তাৰিখে, পুৱা 7:00 বজাৰ পৰা 11:00 বজালৈ জংঘল নিষ্কাশনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিছো।

বিস্তুৰাম দলে ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ'ব লগা আগন্তুক ক্ৰীড়া অনুষ্ঠানৰ কথা বিবেচনা কৰি 11KV BOKULGURI ফিডাৰ অনলাইনত ৰখা হ'ব। তদুপৰি এই সময়ছোৱাত যিকোনো বৈদ্যুতিক জৰুৰীকালীন অৱস্থা চম্ভালিব পৰাকৈ লাইন মেন আৰু সহায়কসকল কর্মস্থলীত মজুত থাকিব।

যোৱা সপ্তাহত সঘনাই হোৱা ট্ৰিপিং সমস্যাৰ বাবেই এই ক্লিয়াৰেন্স ড্ৰাইভ আৰম্ভ কৰা হৈছে, মূলতঃ বেয়া বতৰ আৰু চলি থকা বাৰিষাৰ পৰিস্থিতিৰ বাবে। অধিক বিঘিনি লাঘৱ কৰিবলৈ আমি লাইনৰ কাষৰ গছৰ ডাল আৰু তলৰ গছ আঁতৰোৱাকে ধৰি ব্যাপক জংঘল নিষ্কাশনৰ কাম হাতত লৈছো।

যোৱাকালি বতাহ ধুমুহাত বিধ্বস্ত হোৱা কিছুমান ঠাইৰ ফটো...
11/05/2025

যোৱাকালি বতাহ ধুমুহাত বিধ্বস্ত হোৱা কিছুমান ঠাইৰ ফটো...

Katharbari Gaon,dhakuakhana,lakhimpur,assam
11/05/2025

Katharbari Gaon,dhakuakhana,lakhimpur,assam

যোৱাকালি হোৱা বতাহ ধুমুহাত যদি কৰবাত ক্ষতি হোৱা , গছ পৰা, বৈদ্যুতিক প্ৰৱাহ বহন কৰা তাঁৰ ছিঙা পৰিলক্ষিত হৈছে, তেন্তে GPS ...
11/05/2025

যোৱাকালি হোৱা বতাহ ধুমুহাত যদি কৰবাত ক্ষতি হোৱা , গছ পৰা, বৈদ্যুতিক প্ৰৱাহ বহন কৰা তাঁৰ ছিঙা পৰিলক্ষিত হৈছে, তেন্তে GPS Location সহ আপোনালোকক গ্রুপত জনাবলৈ অনুৰোধ জনালোঁ । ধন্যবাদ

To Join our WhatsApp group, please click the link

WhatsApp Group Invite

Restoration work is still going on to serve everyone...
24/04/2025

Restoration work is still going on to serve everyone...

৩৩ কে. ভি. হাতীগড় _ মাছখোৱা_ ঢকুৱাখনা সংযোগী লাইনত বিভিন্ন ঠাইত গছ উভালি পৰা আৰু বিভিন্ন ফিডাৰৰ লাইনত গছ পৰা আৰু পৰিবাহ...
24/04/2025

৩৩ কে. ভি. হাতীগড় _ মাছখোৱা_ ঢকুৱাখনা সংযোগী লাইনত বিভিন্ন ঠাইত গছ উভালি পৰা আৰু বিভিন্ন ফিডাৰৰ লাইনত গছ পৰা আৰু পৰিবাহী তাঁৰ ছিঙি পৰাৰ বাবে সমগ্র ঢকুৱাখনাত বিদ্যুত সৰবৰাহ বন্ধ হৈ আছে।

মাছখোৱা এলেকাত বর্তমান বিদ্যুত সেৱা আৰম্ভ হৈছে। খুব কম সময়ৰ ভিতৰত ঢকুৱাখনাতো বিদ্যুত পৰিবহন হোৱাটো নিশ্চিত হৈছে৷

যোৱাকালি হোৱা প্ৰৱল বতাহ ধুমুহা ত ক্ষতিগ্ৰস্ত হোৱা ঢকুৱাখনা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তর্গত বিভিন্ন এলেকাৰ দৃশ্যাংশ । পুন...
24/04/2025

যোৱাকালি হোৱা প্ৰৱল বতাহ ধুমুহা ত ক্ষতিগ্ৰস্ত হোৱা ঢকুৱাখনা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তর্গত বিভিন্ন এলেকাৰ দৃশ্যাংশ । পুনঃসংযোগৰ কাম পূৰ্ণগতিত চলি আছে।

Address

Block Chariali
North Lakhimpur
787055

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+916900012462

Alerts

Be the first to know and let us send you an email when Dhakuakhana Electrical Sub-Division, APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dhakuakhana Electrical Sub-Division, APDCL:

Share