Suruj Dutta unofficial

Suruj Dutta unofficial SI Suruj Dutta of Assam Police

কৰ্মসূত্ৰে ৰূপহীহাটত থকা হেতুকে ৰূপহী প্ৰেছ ক্লাৱৰ সমূহ সদস্য বিষয় ববীয়াৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে।...
15/08/2026

কৰ্মসূত্ৰে ৰূপহীহাটত থকা হেতুকে ৰূপহী প্ৰেছ ক্লাৱৰ সমূহ সদস্য বিষয় ববীয়াৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে। আজি ৰূপহী প্ৰেছ ক্লাৱে এটা স্থায়ী ঠিকনা লাভ কৰাত বৰ ভাল লাগিল। ৰূপহীহাটৰ মাজমজিয়া নতুন বজাৰত ৰূপহী প্ৰেছ ক্লাৱৰ কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত সন্মানীয় কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষকৰ ছাৰৰ লগতে মোকো অতিথি হিচাপে আমন্ত্ৰণ জনোৱাত ৰূপহী প্ৰেছ ক্লাৱলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ৰূপহী প্ৰেছ ক্লাৱৰ উন্নতি কামনা কৰিলোঁ।

07/03/2026

A Nagaon Police team from Rupahihat PS conducted a search operation and recovered one .32 calibre pistol along with three live am******on from the possession of a accused at Singimari under Rupahihat PS area. The accused has been apprehended for further legal action.

CMO Assam
Himanta Biswa Sarma
DGPAssamPolice
Assam Police
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

Address

North Lakhimpur
787001

Telephone

+919435666072

Website

Alerts

Be the first to know and let us send you an email when Suruj Dutta unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Suruj Dutta unofficial:

Shortcuts

Share