BJP Minority Morcha Lakhimpur District

BJP Minority Morcha Lakhimpur District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Minority Morcha Lakhimpur District, Political Party, North Lakhimpur.

01/11/2025

BJP Minority Morcha Lakhimpur District

আজি ইংৰাজী ১৭/০৩/২০২৪ তাৰিখে দেওবাৰে "ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা লখিমপুৰ মণ্ডল কাৰ্য্যনিবাহক সভা অনুষ্ঠিত কৰা হয়...
17/03/2024

আজি ইংৰাজী ১৭/০৩/২০২৪ তাৰিখে দেওবাৰে "ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা লখিমপুৰ মণ্ডল কাৰ্য্যনিবাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে লখিমপুৰ মণ্ডল সভাপতি সুচন্দ্ৰ খাটনিয়াৰ ডাঙৰীয়া, সাধাৰণ সম্পাদক দুলাল দত্ত ডাঙৰীয়া,সংখ্যালঘু মৰ্চা ৰাজ্যিক কাৰ্য্যনিবাহক সদস্য, ৰাজী হুছেইন ডাঙৰীয়ানী ,জাকিৰ হুছেইন ডাঙৰীয়া,লখিমপুৰ জিলা কাৰ্য্যনিবাহক সদস্য ৰাজু আহমেদ ডাঙৰীয়া, সংখ্যালঘু মৰ্চা জিলা উপ সভাপতি খাইৰুল হুছেইন ডাঙৰীয়া, আৱদুল ৰাজাক ডাঙৰীয়া, ইছুফ আলী ডাঙৰীয়া, সাধাৰণ সম্পাদক ছৰিফুল ইছলাম ডাঙৰীয়া, সম্পাদক নুৰমহম্মদ আলী (kancha)ডাঙৰীয়া , নুৰ মহম্মদডাঙৰীয়া, দিলৱাৰ হুছেইন ডাঙৰীয়া, কাৰ্য্যলয় সম্পাদক জালাউদ্দিন আহমেদ ডাঙৰীয়া , স্বচ্ছ ভাৰত in charge গুজাৰ হুছেইন ডাঙৰীয়া, আৰু বহুতো কাৰ্য্যকতা উপস্থিত থাকে।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা
Minority Morcha Assam Pradesh ,bjp
BJP Lakhimpur District
BJP Minority Morcha Lakhimpur District
Santiuse Kujur
Pradan Baruah
Manab Deka
Phanidhar Boruah
Amiya Kumar Bhuyan

আজি ইংৰাজী ১৫/০৩/২০২৩ তাৰিখে ১২ নং লখিমপুৰ লোকসভা  নিৰ্বাচন প্ৰতি লক্ষ্য কৰি  এখনি সাংগঠনিক সভা  অনুষ্ঠিত হয়। উক্ত সভাত ...
15/03/2024

আজি ইংৰাজী ১৫/০৩/২০২৩ তাৰিখে ১২ নং লখিমপুৰ লোকসভা নিৰ্বাচন প্ৰতি লক্ষ্য কৰি এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত সাংসদ প্ৰদান বৰা ডাঙৰীয়া ,অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া আৰু মাননীয় বিধায়কক্ৰমে শ্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া, শ্ৰী ভূৱন পেগু ডাঙৰীয়া, শ্ৰী মানৱ ডেকা ডাঙৰীয়া, শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আৰু শ্ৰী বলিন চেতিয়া ডাঙৰীয়াৰ লখিমপুৰ জিলা সভাপতি শ্ৰী ফণীধৰ বৰুৱা ডাঙৰীয়া , আৰু লখিমপুৰ লোকসভা অন্তৰ্গত "ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন দায়িত্ব থকা বহু কাৰ্য্যকতাৰ , উপস্থিতিত জোনাই সমষ্টিৰ কাৰেং চাপৰিত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন প্ৰৱন্ধন বৈঠকত অংশগ্ৰহণ কৰা কিছু দৃশ্য
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা
Minority Morcha Assam Pradesh ,bjp
BJP Lakhimpur District
BJP Minority Morcha Lakhimpur District
Pradan Baruah
Santiuse Kujur
Manab Deka
Phanidhar Boruah
Amiya Kumar Bhuyan

ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা লখিমপুৰ জিলা সমিতি  আজি ইং 9/3/24 তাৰিখে শনিবাৰে দিনৰ 11 বজাত ভাৰতীয় জনতা পাৰ্টি জিলা...
09/03/2024

ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা লখিমপুৰ জিলা সমিতি আজি ইং 9/3/24 তাৰিখে শনিবাৰে দিনৰ 11 বজাত ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্য্যালয়ত ,সংখ্যালঘু মৰ্চাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাৰ প্ৰস্তুতি , সংখ্যালঘু মৰ্চা মণ্ডলৰ প্ৰভাৰী নিযুক্তি আৰু আগন্তুক লখিমপুৰ লোকসভাৰ সমষ্টিৰ নিৰ্বাচনৰ সম্পৰ্কে এখনি জৰুৰী সভাৰ অনুস্থিত কৰা হয়। উক্ত সভাত সংখ্যালঘু মৰ্চা জিলা সমিতিৰ সভাপতি শ্ৰী দমিনিক কাণ্ডুলনা ডাঙৰীয়া আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী জিতেন দত্ত ডাঙৰীয়া লগতে মৰ্চা সাধাৰণ সম্পাদক চৰিফুল ইছলাম ডাঙৰীয়া উপ সভাপতি খাইৰুল হুছেইন/ইছুফ আলি/হবিবুৰ ৰহমান / আবদুল ৰাজাক ডাঙৰীয়া ,সম্পাদক নুৰমহম্মদ আলি(kancha)/দিলৱাৰ আহমেদ/আমজেদ আলি ডাঙৰীয়া কাৰ্য্যলয় সম্পাদক জালাল উদ্দিন আহমেদ ডাঙৰীয়া লগতে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চা বহু বিষয়ববীয়া উপস্থিত থাকে।

ইংৰাজী ০৭/০৩/২০২৪ তাৰিখে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা  জিলা সমিতিৰ  বিষয়ববিয়া লগতে সংখ্যালঘু মৰ্চা শিঙৰা মণ্ডল সমি...
08/03/2024

ইংৰাজী ০৭/০৩/২০২৪ তাৰিখে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা জিলা সমিতিৰ বিষয়ববিয়া লগতে সংখ্যালঘু মৰ্চা শিঙৰা মণ্ডল সমিতিৰ সহযোগ লগত আগন্তুক লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন প্ৰস্তুত, লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত অতি গুৰুত্বপূৰ্ণ বিষয় ওপৰত আলোচনাৰ কৰা হয়
BJP Assam Pradesh
State Minority Morcha BJP Assam pradesh
BJP Minority Morcha Lakhimpur District
Santiuse Kujur
Pradan Baruah
Manab Deka

ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজ কৰ্মী ৺ৰমা দত্ত দেৱৰ পৰলোকপ্ৰাপ্তি ঘটে, প্ৰভু ভগৱন্ত...
13/02/2024

ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজ কৰ্মী ৺ৰমা দত্ত দেৱৰ পৰলোকপ্ৰাপ্তি ঘটে, প্ৰভু ভগৱন্তৰ ওচৰত তেখেতৰ বিদেহ আত্মাৰ সদগতি ও চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ লখিমপুৰ জিলা সংখ্যালঘু মৰ্চা তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলো।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা
Santiuse Kujur
Pradan Baruah
Manab Deka
Phanidhar Boruah

দমিনিক কাণ্ডুলনা
সভাপতি
ভাৰতীয় জনতা পাৰ্টি
লখিমপুৰ জিলা সংখ্যালঘু মৰ্চা

ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলা সভাপতি শ্রী ফণীধৰ বৰুৱা  ডাঙৰীয়া  মাতৃ ৺ সোনেশ্বৰী বৰুৱা ডাঙৰীয়ানীৰ যোৱা ইংৰাজী ০১/০২/...
07/02/2024

ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলা সভাপতি শ্রী ফণীধৰ বৰুৱা ডাঙৰীয়া মাতৃ ৺ সোনেশ্বৰী বৰুৱা ডাঙৰীয়ানীৰ যোৱা ইংৰাজী ০১/০২/২০২৪ তাৰিখে বিয়োগ হয়। আজি তেখেতৰ বাসগৃহত জিলা সংখ্যালঘু মৰ্চাৰ জিলা সমিতি/মণ্ডল সমিতিৰ হৈ শোকন্তপ্ত পৰিয়ালবগলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
BJP Lakhimpur District
Bhabesh kalita ভৱেশ কলিতা
Santiuse Kujur
Pradan Baruah
Manab Deka

বিহপুৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ পিতৃ তথা বিশিষ্ট সমাজকৰ্মী ধেমাজি চিচিবৰগাঁৱৰ নিবাসী পূৰ্...
03/02/2024

বিহপুৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ পিতৃ তথা বিশিষ্ট সমাজকৰ্মী ধেমাজি চিচিবৰগাঁৱৰ নিবাসী পূৰ্ণকান্ত ভূঞা দেৱৰ বিয়োগৰ বাতৰি লাভ কৰি অতিশয় মৰ্মাহত হৈছোঁ ।তেখেতৰ স্বৰ্গগামী পুণ‍্যাত্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গলৈ "ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলা সংখ্যালঘু মৰ্চা" তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
Amiya Kumar Bhuyan

আজি ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ফনীধৰ বৰুৱা ডাঙৰীয়াৰ মাতৃৰ পৰলোকপ্ৰাপ্তি ঘটে।   প্ৰভু ঈশ...
01/02/2024

আজি ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ফনীধৰ বৰুৱা ডাঙৰীয়াৰ মাতৃৰ পৰলোকপ্ৰাপ্তি ঘটে।
প্ৰভু ঈশ্বৰ ভগৱন্তৰ ওচৰত আইমাতৃ গৰাকীৰ স্বৰ্গগামী আত্মাৰ সদগতি ও চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ লখিমপুৰ জিলা সংখ্যালঘু মৰ্চা তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছো।

দমিনিক কাণ্ডুলনা
সভাপতি
ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা, লখিমপুৰ জিলা সমিতি

Address

North Lakhimpur

Telephone

+917637899319

Website

Alerts

Be the first to know and let us send you an email when BJP Minority Morcha Lakhimpur District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share