Digipoint CSC- অৰুণোদয় কেন্দ্ৰ

Digipoint  CSC- অৰুণোদয় কেন্দ্ৰ Welcome to Digipoint CSC, your one-stop digital service hub ! We specialize in simplifying access to essential government, financial, and utility services.

"Empowering lives with convenience, security, and affordability, One click at a time."

We're committed to serve you and your future generations as well !!আমি আপোনাৰ আৰু আপোনাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সেৱা আগবঢ...
12/02/2026

We're committed to serve you and your future generations as well !!
আমি আপোনাৰ আৰু আপোনাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সেৱা আগবঢ়াই যাবলৈ সংকল্পবদ্ধ!!
🙏🙏🙏🙏

নতুন ৰূপত একে বিশ্বাস, উন্নত মানদণ্ডৰ অধিক সেৱা আৰু সুবিধাৰে আপোনাসবৰ সুবিধাৰ্থে আপোনালোকৰ মাজতে কাম কৰি যোৱাৰ প্ৰতিশ্ৰু...
21/01/2026

নতুন ৰূপত একে বিশ্বাস, উন্নত মানদণ্ডৰ অধিক সেৱা আৰু সুবিধাৰে আপোনাসবৰ সুবিধাৰ্থে আপোনালোকৰ মাজতে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে।

Digipoint CSC
( বেংকিং সেৱা, বীমা সেৱা, বিল পেমেণ্ট আৰু সকলো প্ৰকাৰৰ ৰিচাৰ্জ সেৱা, ৰেল-ফ্লাইট- ৰেড বাছ বুকিং সেৱা, মাটিৰ নামজাৰি সেৱা, সকলো ই-দিষ্ট্ৰিক সেৱা, অত্যাধুনিক সুবিধাৰে সজ্জিত কম্পিউটাৰ প্ৰশিক্ষণ সেৱা, তথা সকলো প্ৰকাৰৰ অনলাইন ফৰ্ম ফিলিং সেৱা, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ সেৱা উপলব্ধ)

08/01/2026

We are excited to announce that many new surprises are coming this new year . Specially for students from Class VII to Class X. We will introduce new recognised certification courses for them from 1st April 2026. We will conduct one mock test and top three students will be considered free admission for that particular course.

আমি জনাবলৈ পাই সুখী যে কমলপুৰস্হিত Digipoint CSC ( HDFC BANK BC POINT) য়ে এই বৰ্ষত আপোনালোকৰ বাবে লৈ আনি আছে অনেক সুবিধা, বিশেষকৈ ৭ ম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে। অতি সুলভ মূল্যৰ বিনিময়ত তেওঁলোকে শিকিবলৈ পাব দিজিটেল যুগৰ লগত নিজকে খাপ খুৱাই আগবাঢ়ি যাব পৰাকৈ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অত্যাধুনিক কম্পিউটাৰ শিক্ষা। উক্ত ক'ৰ্চত বিনামূলীয়াকৈ শিক্ষা লাভ কৰাৰ অৰ্থে এটা আগতীয়া বাচনি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, আৰু সেই পৰীক্ষাত প্ৰথম তিনিজন সৰ্বোচ্চ নম্বৰ লাভ কৰোতাক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হ'ব। ক'ৰ্চ অহা 1 এপ্ৰিল 2026 ৰ পৰা আৰম্ভ হ'ব।
সবিশেষ জানিবলৈ কমলপুৰস্হিত Digipoint CSC ত যোগাযোগ কৰক।
৯৮৫৪৭০৯৮০১/9854709801

Send a message to learn more

19/11/2025

পোন প্ৰথমবাৰৰ বাবে আকৰ্ষণীয় অফাৰ:

১. পান কাৰ্ড -------১০৭ টকা
২. ইনকাম চাৰ্টিফিকেট......৩০ টকা
৩. জাতিৰ প্ৰমাণ পত্ৰ.........৩০ টকা
৪. পি.আৰ. চি ......................৩০ টকা
৫. উত্তৰাধিকাৰী প্ৰমাণ পত্ৰ.....৩০ টকা
( সবিশেষ জানিবলৈ আজিয়েই যোগাযোগ কৰক ৯৮৫৪৭০৯৮০১)

19/11/2025

চৰকাৰী যিকোনো আচঁনিৰ তথা ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ ৰ ধনৰাশি পোনপটীয়াকৈ একাউণ্ট ত পাবলৈ আজিয়েই যোগাযোগ কৰক ! বহু আকৰ্ষণীয় অফাৰ লাভৰ বাবে আপোনাৰ কাষত কমলপুৰস্হিত Digipoint CSC , অৰুণোদয় কেন্দ্ৰত যোগাযোগ কৰক ।
৯৮৫৪৭০৯৮০১( 9854709801)
( যিকোনো ভুৱা কল বা মিছা আশ্বাস ত ভোল নাযাব কেৱল 9854709801 ৰ লগত যোগাযোগ কৰি হে আহক)

From tomorrow onwards , all works will be done from our residence due to electricity issue in our business premises.Sorr...
20/03/2025

From tomorrow onwards , all works will be done from our residence due to electricity issue in our business premises.Sorry for the inconvenience.
অহা কালিৰ পৰা আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নতুন বিদ্যুৎ সংযোগ নোহোৱালৈকে সকলো কামকাজ অস্থায়ী ভাৱে আমাৰ ঘৰৰ পৰা কৰা হ'ব । অসুবিধাৰ বাবে দুঃখিত ।
যোগাযোগ: ৯৮৫৪৭০৯৮০১/৮৬৩৮১৪১০৪০
Contact: 9854709801/8638141040

23/12/2023

প্ৰধান মন্ত্ৰী
বিশ্বকৰ্মা আঁচনিত বিনামূলীয়া নামভৰ্তিৰ বাবে যোগাযোগ কৰক
৯৮৫৪৭০৯৮০১/9854709801

20/12/2023

অহা ১ জানুৱাৰী ২০২৪ ৰ পৰা আমাৰ Digipoint CSC- অৰুণোদয় কেন্দ্ৰ ত caste / income/PRC/PAN CARD ৰ অনলাইন আবেদন মাছুলৰ বিশেষ ৰেহাই দিয়া হ'ব। সবিশেষ WhatsApp যোগে উপলব্ধ।
৯৮৫৪৭০৯৮০১

13/09/2023

এবছৰীয়া ADCA( কম্পিউটাৰ )
পাঠ্যক্ৰমৰ প্ৰশিক্ষণ চলি আছে।
আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে যোগাযোগ কৰিব পাৰে।
9854709801

25/04/2023

নৱম আৰু দশম শ্ৰেণীৰ
বিজ্ঞান আৰু গণিত ৰ
Class ৰ বাবে যোগাযোগ কৰক
( Both English and Assamese medium)

"দোকানদাৰ অভাৰড্ৰাফ্ট"ক্ষুদ্র ব্যৱসায়ীৰ বাবে সুখবৰযোগাযোগ কৰক৯৮৫৪৭০৯৮০১/ 9854709801
25/01/2023

"দোকানদাৰ অভাৰড্ৰাফ্ট"
ক্ষুদ্র ব্যৱসায়ীৰ বাবে সুখবৰ
যোগাযোগ কৰক
৯৮৫৪৭০৯৮০১/ 9854709801

Address

Simaluguri Block No-2
North Lakhimpur
784165

Opening Hours

Monday 9:30am - 8pm
Tuesday 9:30am - 8pm
Wednesday 9:30am - 8pm
Thursday 9:30am - 8pm
Friday 9:30am - 8pm
Saturday 9:30am - 8pm
Sunday 12:30pm - 4:30pm

Website

Alerts

Be the first to know and let us send you an email when Digipoint CSC- অৰুণোদয় কেন্দ্ৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share