Sakhi one stop center,Lakhimpur

Sakhi one stop center,Lakhimpur Women helpline centre,implemented by D-VERDS

01/09/2022
06/05/2022

সখী একক অৱস্হান কেন্দ্ৰ হৈছে একে এক অনুষ্ঠান যিয়ে দুৰ্গত বা পীড়িত নাৰী সকলক সুৰক্ষাৰ বাবে সেৱা প্ৰদান কৰা হয়।যেনে-ঘৰুৱা হিংসা,শিশুৰ যৌন নিৰ্যাতন,বাল্য বিবাহ,ধৰ্ষন,যৌতুক বা পৰিশ্ৰমিকজনিত বিবাদ,অপহৰন আদি বোৰ হলে নাৰীক সুৰক্ষা দিবলৈ সখী একক অৱস্হান কেন্দ্ৰ(Sakhi-One stop Centre) ফালৰ পৰা বিনামুলীয়াকৈ সেৱা প্ৰদান কৰা হয়।

Sakhi-One stop Centre ৰ সেৱা সমুহ -
১)পৰামৰ্শ দান
২)আইনী সেৱা
৩)আশ্ৰয় দান
৪)আৰক্ষীৰ সহায়
৫)চিকিৎসা সেৱা

যোগাযোগ-সখী একক অৱস্হান কেন্দ্ৰ,
কে.বি ৰোড,লক্ষীমপুৰ,পিন-৭৮৭০০১,অসম
দুৰভাষ-১৮১ (Toll free)
৯৬৭৮০৪৭২৮৯

On 16th march 2022,Sakhi One Stop Center,Lakhimpur observed "Swachhata Pakhwada" in collaboration with Ujwala home,Borpa...
18/03/2022

On 16th march 2022,Sakhi One Stop Center,Lakhimpur observed "Swachhata Pakhwada" in collaboration with Ujwala home,Borpathar.

সখী একক অৱস্হান কেন্দ্ৰই আজি দলৌহাটত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে॥ দলৌহাটৰ সমীপৰ প্ৰায় সংখ্যক মহিলা উপস্হিত থাকে।সখী...
08/03/2022

সখী একক অৱস্হান কেন্দ্ৰই আজি দলৌহাটত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে॥ দলৌহাটৰ সমীপৰ প্ৰায় সংখ্যক মহিলা উপস্হিত থাকে।সখী একক অৱস্হান কেন্দ্ৰৰ হৈ ৱাচিমা চমন,স্মৃতি লাহন আৰু অম্লান ভুঞা উপস্হিত থাকে॥

17/02/2022

একক অৱস্থান কেন্দ্ৰ (OSC)

ব্যক্তিগত বা ৰাজহুৱা স্থানত,পৰিয়াল বা সামূহিক পৰ্যায়ত শাৰীৰিক,মানসিক আৰু অৰ্থনৈতিক উৎপীড়নৰ সন্মুখীন হোৱা মহিলা আৰু কন্যা শিশু সকলক বয়স,শ্ৰেণী,জাতি,শিক্ষা তথা বৈবাহিক স্থিতি নিৰ্বিশেষে সৰ্বাধিক ৫ দিনৰ বাবে এনে কেন্দ্ৰত অস্থায়ী/প্ৰাৰম্ভিক আশ্ৰয় প্ৰদানেৰে(উৎপীড়িত মহিলাৰ লগত শিশু থাকিলে তেওঁকো লগত ৰাখিব পাৰিব)তৎকালীনভাবে আইনী সাহাৰ্য,চিকিৎসা সেৱা আৰু মনোবৈজ্ঞানিক পৰামৰ্শৰ দৰে সুবিধা প্ৰদান কৰাই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।

01/01/2022

সখী একক অৱস্হান কেন্দ্ৰৰ তৰফৰ পৰা সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো...এইবছৰটো যেন সকলোৰে বাবে সুখেৰে ভৰি পৰক...Happy new year 2022

27/11/2021

Address

North Lakhimpur
787001

Alerts

Be the first to know and let us send you an email when Sakhi one stop center,Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sakhi one stop center,Lakhimpur:

Share