BJYM South Guwahati Mandal

BJYM South Guwahati Mandal BJYM

02/11/2023
কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল আন কাৰোবাৰ জীৱনৰ অনুকৰণ কৰি সিদ্ধতাৰে জীয়াই থকাতকৈ নিজৰ ভাগ্যক অসম্পূৰ্ণভাৱে জীয়াই থক...
06/09/2023

কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল
আন কাৰোবাৰ জীৱনৰ অনুকৰণ কৰি সিদ্ধতাৰে জীয়াই থকাতকৈ নিজৰ ভাগ্যক অসম্পূৰ্ণভাৱে জীয়াই থকাটোৱেই ভাল ।

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ ভৱেশ কলিতা  ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ...
05/09/2023

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ ভৱেশ কলিতা ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা জনালোঁ।
Bhabesh kalita ভৱেশ কলিতা
BJYM Assam
BJYM South Guwahati Mandal

সৰ্বশ্ৰেষ্ঠ আদৰ্শবাদী মহান নেতা গৰাকীৰ পূণ্যতিথিত তেওঁ চৰণ ত সেৱা জনালোঁ 🙏
16/08/2023

সৰ্বশ্ৰেষ্ঠ আদৰ্শবাদী মহান নেতা গৰাকীৰ পূণ্যতিথিত তেওঁ চৰণ ত সেৱা জনালোঁ 🙏

যিসকল পুণ্যাত্মাৰ  অশেষ ত্যাগৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, সেইসকল স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰি আজি ভাৰতীয় জ...
15/08/2023

যিসকল পুণ্যাত্মাৰ অশেষ ত্যাগৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, সেইসকল স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰি আজি ভাৰতীয় জনতা পার্টি দক্ষিণ গুৱাহাটী মণ্ডল কাৰ্যালয়ত দেশৰ ৭৭ তম্ 'স্বাধীনতা দিৱস' উপলক্ষে 'ৰাষ্ট্ৰীয় পতাকা' উত্তোলন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পার্টি দক্ষিণ গুৱাহাটী মণ্ডলৰ মানীয় সভাপতি শক্তি শিং ডাঙৰীয়া, সাধাৰণ সম্পাদক অনন্ত ৰাভা ডাঙৰীয়া, বিষয়ববীয়া সকল আৰু ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ সভাপতি মাননীয় ৰাজা কৰ্মকাৰ ডাঙৰীয়া, ছ’চিয়েল মিডিয়াৰ ইনচাৰ্জ বিচিত্ৰা দাস ডাঙৰীয়ানী আৰু প্ৰতিটো মৰ্চা সভাপতি, সাধাৰণ সম্পাদক সকল ।

পুনৰবাৰ অসমবাসী তথা দেশবাসীক ৭৭তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

ভাৰত মাতা কি জয়🇮🇳
বন্দে মাতৰম
জয় হিন্দ



চুবুৰীয়া ৰাষ্ট্ৰ চীনত অনুষ্ঠিত হৈ থকা World University Games ত অসমৰ অম্লান বৰগোহাঁইয়ে ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰ...
04/08/2023

চুবুৰীয়া ৰাষ্ট্ৰ চীনত অনুষ্ঠিত হৈ থকা World University Games ত অসমৰ অম্লান বৰগোহাঁইয়ে ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে সমাগত এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।

প্ৰতিভাৱান খেলুৱৈগৰাকীৰ এনে সাফল্যত অসমবাসীয়ে অতিকৈ আনন্দিত হোৱা বাবে দক্ষিণ গুৱাহাটী যুৱ মৰ্চা মন্ডল ৰ তৰফৰ পৰা অশেষ অভিনন্দন জনালোঁ।
ধন্যবাদ 💐💐💐

আজি নিলাচল পৰ্বত স্থিত মা ভূবেনেশৰি মন্দিৰ প্ৰাংগনত ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলা আয়োজিত টিফিন বৈঠকত অংশ ...
28/07/2023

আজি নিলাচল পৰ্বত স্থিত মা ভূবেনেশৰি মন্দিৰ প্ৰাংগনত ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলা আয়োজিত টিফিন বৈঠকত অংশ গ্ৰহণ কৰে ভাৰতীয় জনতা পার্টি গুৱাহাটী মহানগৰ জিলাৰ মাননীয় সাধাৰণ সম্পাদক মানস প্রতিম দাস ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ মাননীয় সভাপতি নিহাৰেন্দ্ৰ শর্মা ডাঙৰীয়া, বিষয়ববীয়া সকল আৰু ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ মাননীয় সভাপতি ৰাজা কৰ্মকাৰ ডাঙৰীয়া, মাননীয় উপসভাপতি ৰোহিত ৰয় ডাঙৰীয়া আৰু ১১ টা মণ্ডলৰ মাননীয় সভাপতি আৰু সাধাৰণ সম্পাদক সকল উপস্থিত থাকে বৈঠকত ।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Phanindranath Sharma
Niharendra Sarma Official
Saurav Jhunjhunwala
Raja Karmakar
BJYM South Guwahati Mandal

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষ...
17/07/2023

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভেচ্ছা জনালোঁ।

Diplu Ranjan Sarma
BJYM Assam
BJYM South Guwahati Mandal

 #মহা_জন_সম্পৰ্ক_অভিযানমাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৯ বছৰীয়া কাৰ্যকালত গ্ৰহণ কৰা জন...
30/06/2023

#মহা_জন_সম্পৰ্ক_অভিযান
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৯ বছৰীয়া কাৰ্যকালত গ্ৰহণ কৰা জনকল্যানমূলক আচনিসমূহ জনতাৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যৰে মহা জনসম্পৰ্ক অভিযানৰ অংশ স্বৰূপে আজি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৪৬ নং বুথত জনসম্পৰ্ক কৰো।
মহা জনসম্পৰ্ক অভিযান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভঃজঃপা জেষ্ঠ নেতা তথা অসম বিত্তীয় উন্নয়ন নিগম ৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া, অসম চৰকাৰৰ খনিজ উন্নয়ন নিগমৰ উপাধক্ষ্য Ashok Bharali ডাঙৰীয়া, ২৪৯ নং বুথৰ সভানেত্ৰী মমতা মণ্ডল ডাঙৰীয়ানী, গুৱাহাটী জিলা যুৱমৰ্চাৰ উপসভাপতি তথা ১৫ নং ৱাৰ্ডৰ পাৰিষদ Saurav Jhunjhunwala, গুৱাহাটী জিলাৰ সাধাৰণ সম্পাদক হিমাংশু মুন বশ্য ডাঙৰীয়া, সম্পাদিকা Sukanya Hatimuria ডাঙৰীয়ানী, অন্যতম সম্পাদক Debasish Bora ডাঙৰীয়া, সামাজিক মাধ্যম কোষৰ আহ্বায়ক Abinash Choudhury ডাঙৰীয়া, ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দিপ দে ডাঙৰীয়া, দক্ষিণ গুৱাহাটী মণ্ডল যুৱমৰ্চাৰ সভাপতি Raja Karmakar ডাঙৰীয়া, মণ্ডল উপসভাপতি Shiba Roy ডাঙৰীয়া, মণ্ডল সম্পাদিকা Eshika Sarkarডাঙৰীয়াণীৰ লগতে মণ্ডলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
Himanta Biswa Sarma
Phanindranath Sharma
Bhabesh kalita ভৱেশ কলিতা
Sidhanku Ankur Barua
Niharendra Sarma Official
Saurav Jhunjhunwala
Raja Karmakar

আজি আবেলি দক্ষিণ গুৱাহাটী যুৱ মৰ্চা মন্ডল ৰ তৰফৰ পৰা অম্বুবাচী মেলা ত দেশ বিদেশৰ পৰা অহা ৰ্দশন আৰ্থিক কালিপুৰ (ভূতনাথ) অ...
25/06/2023

আজি আবেলি দক্ষিণ গুৱাহাটী যুৱ মৰ্চা মন্ডল ৰ তৰফৰ পৰা অম্বুবাচী মেলা ত দেশ বিদেশৰ পৰা অহা ৰ্দশন আৰ্থিক কালিপুৰ (ভূতনাথ) অঞ্চলত খোৱা পানী, বিস্কুট,ঠান্ডা যোগান ধৰা হয়।এই কাৰ্য্যসূচী সফল কৰাত সহায় কৰিছে সভাপতি ৰাজা কৰ্মকাৰ ডাঙৰীয়া,সাধৰণ সম্পাদক সৌৰভ দাস ডাঙৰীয়া, সম্পাদক বিকাশ ভাৰদ্বাজ ডাঙৰীয়া,সম্পাদিকা
ঈশিকা চৰকাৰ ডাঙৰীয়াণী, সম্পাদিকা জুহি মজুমদাৰ ডাঙৰীয়াণী, প্ৰচাৰ বিভাগৰ তত্ত্বাধায়ক সঞ্জয় দাস ডাঙৰীয়া। লগতে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ সম্পাদক বিকাশ ভাৰদ্বাজ ডাঙৰীয়া ক কাৰণ তেওঁ বিশেষ ভাৱে এই কাৰ্য্যসূচী সফল কৰাত যথেষ্ঠ সহায় কৰিছে।।
ধন্যবাদ
Himanta Biswa Sarma
Phanindranath Sharma
Sidhanku Ankur Barua
Niharendra Sarma Official
Saurav Jhunjhunwala
Raja Karmakar

আজি (23.06.2023) তাৰিখে  দ্বিতীয় দিনত ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ সভাপতি ৰাজা কৰ্মকাৰ ডাঙৰীয়াৰ ৰ্নিৰ...
23/06/2023

আজি (23.06.2023) তাৰিখে দ্বিতীয় দিনত ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ সভাপতি ৰাজা কৰ্মকাৰ ডাঙৰীয়াৰ ৰ্নিৰ্দেশমৰ্মে আজি দক্ষিণ গুৱাহাটী যুৱ মৰ্চা মণ্ডলৰ উপসভাপতি ৰোহিত ৰয় ডাঙৰীয়া আৰু স্বচ্ছ ভাৰত বিভাগৰ তত্ত্বাধায়ক কূষাল বাঢ়ৈ ডাঙৰীয়া উপস্থিত থাকি গুৱাহাটী মহানগৰ জিলাৰ যুৱ মৰ্চা ক পাণী বিতৰণ কৰা কাৰ্য্যসূচী ত সহযোগ কৰে।

ধন্যবাদ ।
Niharendra Sarma Official
Singh
Saurav Jhunjhunwala
Raja Karmakar

Address

Sc Road Bylane 3
North Gauhati
781001

Telephone

+19365304474

Alerts

Be the first to know and let us send you an email when BJYM South Guwahati Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM South Guwahati Mandal:

Share