Banashree গগৈ

Banashree গগৈ National Secretary AIMC,Chairperson NE Coordination Committee INTUC, State President INTUC Assam.

02/05/2026

ভাৰতৰ পৰিৱেশগত সম্পদক অপৰিকল্পিত আন্তঃগাঁথনিগত উন্নয়নৰ পৰা ৰক্ষা কৰাৰ এইয়াই সঠিক সময়।

ভাৰতৰ এতিয়া প্ৰয়োজন *সেউজ উন্নয়ন* — কম প্ৰদূষণ, অধিক বনাঞ্চল সৃষ্টি, আৰু বহনক্ষম বিকাশ।

02/05/2026

কংগ্ৰেছ নেতা পৱন খেৰা ডাঙৰীয়াক উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ খবৰটোৱে ন্যায় আৰু সংবিধানৰ প্ৰতি আমাৰ বিশ্বাসক পুনৰ দৃঢ় কৰে। মহামান্য উচ্চ ন্যায়ালয়ৰ এই ৰায়ে স্পষ্টকৈ প্ৰমাণ কৰে যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত আইন আৰু ন্যায় ব্যৱস্থা সদায় শক্তিশালী আৰু নিৰপেক্ষ।

আমি আশা কৰোঁ যে সত্য আৰু ন্যায়ৰ জয় সদায় হব। পৱন খেৰা ডাঙৰীয়া আৰু কংগ্ৰেছ দলে আগলৈয়ো সাহস আৰু দৃঢ়তাৰে নিজৰ মত প্ৰকাশ কৰি যাব আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰাত অগ্ৰণী ভূমিকা পালন কৰিব।

তেখেতলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

03/04/2026
  Bhanwar Jitendra Singh Gaurav Gogoi Alka Lamba
03/04/2026



Bhanwar Jitendra Singh Gaurav Gogoi Alka Lamba

Assembly Elections Assam 2026
02/04/2026

Assembly Elections Assam 2026

27/02/2026

#এইবাৰ_কংগ্ৰেছ
#কংগ্ৰেছ_আহিব_অসম_আগবাঢ়িব

এইখন চৰকাৰ জনজাতি বিৰোধী। জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক কৰি আহিছে প্ৰতাৰণা। এইবাৰ ইয়াৰ বিচাৰ হ'ব। বহুত হ'ল, আৰু নহ'ব… #...
24/02/2026

এইখন চৰকাৰ জনজাতি বিৰোধী। জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক কৰি আহিছে প্ৰতাৰণা। এইবাৰ ইয়াৰ বিচাৰ হ'ব। বহুত হ'ল, আৰু নহ'ব…

#ৰাইজৰ_অভিযোগনামা

24/02/2026
সত্যৰ সদায় জয়।মুখ্যমন্ত্ৰীৰ অভিসন্ধি উফৰাই লোকসভা সচিবালয়ে Gaurav Gogoi ডাঙৰীয়াক দিলে গধূৰ দায়িত্ব।
24/02/2026

সত্যৰ সদায় জয়।

মুখ্যমন্ত্ৰীৰ অভিসন্ধি উফৰাই লোকসভা সচিবালয়ে Gaurav Gogoi ডাঙৰীয়াক দিলে গধূৰ দায়িত্ব।

Address

North Gauhati

Alerts

Be the first to know and let us send you an email when Banashree গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Banashree গগৈ:

Share