Undivided all contractual workers union GNRL of ONGC

Undivided all contractual workers union GNRL of ONGC সদস্য বাবে আবেদন পত্ৰ পূৰণ কৰিব লাগিব ৷
কায্যলয়লৈ আহিব লাগিব , স্থান :- গেলেকী চাৰিআলিৰ ব্ৰহ্মপুত্ৰ প্ৰেছৰ কাষত , 9085603116

15/07/2026

বিষ্ণুপুৰ ৰাইজৰ স্বাস্থ্য বিপন্ন! 😷

শিৱসাগৰ জিলাৰ বিষ্ণুপুৰ গাঁৱৰ ওচৰত গেছ নিৰ্গমনৰ পিছৰে পৰা গাঁওখনৰ মানুহে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, চকুৰ ৰোগ আৰু অন্যান্য অসুখত ভুগিবলৈ আৰম্ভ কৰিছে।
লগতে পানী প্ৰদূষিত হোৱাৰ বাবে গৰু-ছাগলী-গাহৰিৰো ৰোগ দেখা দিছে।

এই সংকটজনক অৱস্থাত Undivided All Contractual Workers Union, GNRL-ONGC(L) য়ে ONGC ৰ Asset Manager, Nazira লৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছে।

আমাৰ দাবী:
ONGC ৰ CSR আঁচনি আৰু চিকিৎসা বিভাগৰ সহযোগত অতি সোনকালে বিষ্ণুপুৰ গাঁৱত বিনামূলীয়া মেডিকেল কেম্প অনুষ্ঠিত কৰক।
কেম্পত মানুহৰ লগতে পশুধনৰ চিকিৎসা আৰু বিনামূলীয়া ঔষধ বিতৰণৰো ব্যৱস্থা কৰক।

তেল-গেছ আমাৰ মাটিৰ পৰা যায়, কিন্তু বিনিময়ত ৰোগ আৰু মৃত্যু নিবিচাৰোঁ।
ৰাইজৰ জীৱনৰ মূল্য দিয়ক।

আহক সকলোৱে এই দাবীৰ সমৰ্থনত মাত মাতোঁ ✊

10/07/2026
আজি আমাৰ ইউনিয়ন সকলো সদস্য। বা চুক্তি বদ্ধ বা ঠিকা ভিত্তিত কমচাৰী বাবে এটি যোগান্তকৰাী দিন৷ সকলো সদস্য কমৰ্জীৱন ত সুৰক্ষ...
22/06/2026

আজি আমাৰ ইউনিয়ন সকলো সদস্য। বা চুক্তি বদ্ধ বা ঠিকা ভিত্তিত কমচাৰী বাবে এটি যোগান্তকৰাী দিন৷ সকলো সদস্য কমৰ্জীৱন ত সুৰক্ষা, দৈনিক মজুৰি লগতে ভবিষ্যত নিধি বঞ্চিত হব নালাগে৷ কিয় নালাগে সকলো ১০ দিনৰ ভিতৰত ৰাজহুৱা কৈ আলোচনা কৰা হব৷

Address

GELAKEY
Nazira
785696

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Undivided all contractual workers union GNRL of ONGC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category