24/02/2023
ভাৰতীয় জনতা পার্টিৰ কৃষক মৰ্চাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত শুক্লাই চেৰফাং মণ্ডলৰ কলবাৰি গাৱৰ মধুসূদন প্ৰাথমিক নামঘৰ প্ৰাঙ্গনত 'নমো কৃষক সন্মান দিৱস" উদযাপন কৰা হয়। আজি এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি দেবেশ্বৰ বৰা ডাঙৰীয়া, কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় শ্রী যুত শম্ভু কুমাৰ ডাঙৰীয়া, জিলা সভাপতি মাননীয় শ্রী যুত ভীক্তৰ কুমাৰ দাস ডাঙৰীয়া, কৃষক মৰ্চাৰ জিলা সভাপতি কনোৰাম কলিতা ডাঙৰীয়া, কৃষক মৰ্চাৰ ৰাজ্যিক সদস্য লগতে তামুলপুৰ জিলাৰ প্ৰভাৰি চুবিৰ চৰকাৰ ডাঙৰীয়া, কৃষক মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে মনোজ শৰ্মা ডাঙৰীয়া, গিৰীন গোস্বামী ডাঙৰীয়া, MCLA হেমন্ত কুমাৰ ৰাভা, মণ্ডল সভাপতি চত্ৰ চিং চৌধৰী , কৃষক মৰ্চাৰ জিলা চোচেল মিডিয়াৰ সদস্য নৱজ্যোতি কলিতা ডাঙৰীয়া তথা ভাৰতীয় জনতা পার্টিৰ বিভিন্ন সদস্য আৰু ৰাইজ অনুষ্ঠানত উপস্থিত থাকে।