নৱৰূপ যুৱ সংঘ নামৰূপ

নৱৰূপ যুৱ সংঘ নামৰূপ এক নতুন চিন্তাধাৰা আৰু এক নতুন আশাৰে নামৰূপৰ নৱৰূপ যুৱ সংঘ

অসমীয়াৰ হিয়াৰ আমঠু জুবিনদা লৈ নামৰূপবাসীৰ একাজলি শ্ৰদ্ধাঞ্জলি❤️🙏
20/09/2025

অসমীয়াৰ হিয়াৰ আমঠু জুবিনদা লৈ নামৰূপবাসীৰ একাজলি শ্ৰদ্ধাঞ্জলি❤️🙏

পোনপ্ৰথমে অসমবাসীৰ লগতে নামৰূপৰ সকলো ৰাইজক নৱৰূপ যুৱ সংঘ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। চাওঁতে ...
29/12/2024

পোনপ্ৰথমে অসমবাসীৰ লগতে নামৰূপৰ সকলো ৰাইজক নৱৰূপ যুৱ সংঘ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। চাওঁতে চাওঁতে অসমীয়াৰ হিয়াৰ আমঠু চেনেহৰ ভোগালী বিহুটি নিচেই ওচৰত,আঁহকচোন এইবাৰ আমি সকলোৱে মিলি একেলগে উদযাপন কৰোঁ। আমি অৰ্থাৎ নৱৰূপ যুৱ সংঘ নামৰূপে অহা 13.01.2025 আৰু 14.01.2025 এই দুদিনীয়া কাৰ্যসূচীৰে পোনপ্ৰথমবাৰৰ বাবে নামৰূপৰ নাৰী কল্যাণ খেলপথাৰত চেনেহৰ ভোগালী বিহুটি আয়োজন কৰিবলৈ লৈছোঁ গতিকে সকলো নামৰূপবাসীৰ লগতে গাঁও অঞ্চলৰ সকলো ৰাইজক সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ আগবঢ়াব বুলি আমি আশা কৰিলোঁ🙏🏻
Taranga Gogoi
Mridul Kalita
Abooni Kr Gogoi

নামৰূপ সাৰকাৰখানাৰ নতুন গোট নিৰ্মাণৰ বাবে অসম চৰকাৰে ৪০% অংশিদাৰী লোৱাৰ কেবিনেট সিন্ধান্ত গ্ৰহণ কৰে ।এই সিন্ধান্তই নামৰূ...
19/12/2024

নামৰূপ সাৰকাৰখানাৰ নতুন গোট নিৰ্মাণৰ বাবে অসম চৰকাৰে ৪০% অংশিদাৰী লোৱাৰ কেবিনেট সিন্ধান্ত গ্ৰহণ কৰে ।এই সিন্ধান্তই নামৰূপবাসীৰ বাবে নতুন আশাৰ বতৰা দিছে । এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নাহৰকটীয়া সমষ্টীৰ মাননীয় বিধায়ক শ্ৰী তৰংগ গগৈ ডাঙৰীয়াক অশেষ ধন্যবাদৰ জ্ঞাপন কৰিছোঁ।
Himanta Biswa Sarma
Taranga Gogoi
Mridul Kalita

Mridul Kalita
07/12/2024

Mridul Kalita

ভাৰতীয় জনতা পাৰ্টীৰ জয়পুৰ মণ্ডলৰ  সন্মানীয় সভাপতি শ্ৰীযুত মৃদুল কলিতা ডাঙৰীয়াই নামৰূপৰ নৱৰূপ যুৱ সংঘৰ সদস্য সকলক এখন...
07/12/2024

ভাৰতীয় জনতা পাৰ্টীৰ জয়পুৰ মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত মৃদুল কলিতা ডাঙৰীয়াই নামৰূপৰ নৱৰূপ যুৱ সংঘৰ সদস্য সকলক এখন কেৰম বৰ্ড প্ৰদান কৰে ।
নৱৰূপ যুৱ সংঘ নামৰূপৰ তৰফৰ পৰা ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ভবিষ্যতেও আমাক এনেদৰে সহায় সহযোগীতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

ধন্যবাদ দাদা 🙏

নৱৰূপ যুৱ সংঘ নামৰূপৰ তৰফৰ পৰা নামৰূপ টাউন ক্লাৱৰ ফুটবল খেলুৱৈ সকলক আজি 02.12.2024 তাৰিখে দুটি ফুটবল তেওঁলোকলৈ প্ৰদান কৰ...
03/12/2024

নৱৰূপ যুৱ সংঘ নামৰূপৰ তৰফৰ পৰা নামৰূপ টাউন ক্লাৱৰ ফুটবল খেলুৱৈ সকলক আজি 02.12.2024 তাৰিখে দুটি ফুটবল তেওঁলোকলৈ প্ৰদান কৰা হয়🙏🏻

অহা ইংৰাজী ১৪ আৰু ১৫ ডিচেম্বৰ তাৰিখে নামৰূপত অনুষ্ঠিত হবলগীয়া প্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা মহোৎসৱ অনুষ্ঠানটিৰ আজিৰ আ...
21/11/2024

অহা ইংৰাজী ১৪ আৰু ১৫ ডিচেম্বৰ তাৰিখে নামৰূপত অনুষ্ঠিত হবলগীয়া প্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা মহোৎসৱ অনুষ্ঠানটিৰ আজিৰ আখৰাত উপস্থিত হৈ নামৰূপৰ নৱৰুপ যুৱ সংঘই এটি ক্ষুদ্ৰ লঘূ আহাৰ বিতৰণ কৰাৰ কিছু আলোকচিত্ৰ🙏
Mridul Kalita
Aboni Kr Gogoi
Nipu Chetia
Bijit Snwl
Bhaskar Jyoti Nath
অৰুনাভ গগৈ
Xûbhâm Bhãrgäv
Partha Pratim Gogoi

১৮.১১.২০২৪ তাৰিখ সোমবাৰে নামৰূপ পৌৰসভাৰ প্ৰেক্ষাগৃহত গঠন হোৱা নৱৰূপ যুৱ সংঘ নামৰূপৰ প্ৰথমখনি সভাত উপস্থিত হোৱা ভাৰতীয় জ...
20/11/2024

১৮.১১.২০২৪ তাৰিখ সোমবাৰে নামৰূপ পৌৰসভাৰ প্ৰেক্ষাগৃহত গঠন হোৱা নৱৰূপ যুৱ সংঘ নামৰূপৰ প্ৰথমখনি সভাত উপস্থিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ জয়পুৰ মণ্ডলৰ সভাপতি শ্ৰীযুত মৃদুল কলিতা ডাঙৰীয়াৰ লগতে নামৰূপ থানাৰ সভাপতি শ্ৰীযুত মৃগেন গগৈ ডাঙৰীয়া আৰু নামৰূপ পৌৰসভাৰ পৌৰপতি শ্ৰীযুত প্ৰশান্ত গগৈ ডাঙৰীয়া আৰু নামৰূপৰ প্ৰাক্তন ছাত্ৰনেতা শ্ৰীযুত অবনি কুমাৰ গগৈ ডাঙৰীয়াৰ উপস্থিতিত নামৰূপত এক নতুন চিন্তা আৰু নতুন আশাৰে গঠন হোৱা সংঘটিৰ মুখ্য উপদেষ্টা হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত অৱনি কুমাৰ গগৈ ডাঙৰীয়া,সভাপতি শ্ৰীযুত নিপু চেতিয়া ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শ্ৰীযুত বিজিত সোণোৱাল ডাঙৰীয়াকে ধৰি নামৰূপৰ আশে পাশে থকা যুৱক-যুৱতীসকলক সাঙুৰি সৰ্বমুঠ ৪৫জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়🙏

Address

Namrup
Namrup
786623

Website

Alerts

Be the first to know and let us send you an email when নৱৰূপ যুৱ সংঘ নামৰূপ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category