14/05/2026
ওপজা দিন উপলক্ষে আমাৰ বংশৰ অধিষ্ঠাত্ৰী দেৱী মা ভাগৱতী কালীৰ চৰণত সেৱা জনাই মানৱ ৰূপত এই পৃথিৱীত জন্ম দিয়াৰ বাবে আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
লগতে মা’ৰ আশীৰ্বাদত জীৱনৰ অনাগত প্ৰতিটো দিন সুখ, শান্তি, সুস্বাস্থ্য আৰু মঙ্গলময় হওক বুলি প্ৰাৰ্থনা জনালোঁ। ৷
On the occasion of my birthday, I offered prayers at the holy feet of our family’s presiding deity, Maa Bhagawati Kali, and expressed my heartfelt gratitude for blessing me with this human life.
I also prayed for peace, good health, prosperity, and well-being in all the days ahead under Maa’s divine blessings.
Abaani Gogoi