Kisan Morcha, Pachim Barbhag Adabari Mandal

Kisan Morcha, Pachim Barbhag Adabari Mandal Social Service

প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, আমাৰ মাৰ্গদৰ্শক, 'ভাৰত কেশৰী' ড° শ্যামা প্ৰসাদ মুখাৰ...
23/06/2026

প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, আমাৰ মাৰ্গদৰ্শক, 'ভাৰত কেশৰী' ড° শ্যামা প্ৰসাদ মুখাৰ্জীদেৱক পুণ্যতিথি অৰ্থাৎ 'বলিদান দিৱস' উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
#বলিদানদিৱস

আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ কৃষক মৰ্চাৰ উদ্যোগত শঙ্কৰদেৱ শিশু নিক...
05/06/2026

আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ কৃষক মৰ্চাৰ উদ্যোগত শঙ্কৰদেৱ শিশু নিকেতন চৌহদত মৰোৱাৰ প্ৰধান আচাৰ্য শ্ৰীযুতা হিমানী বৈশ্য ডাঙৰিয়ানী , শ্ৰীমন্ত শঙ্কৰ-মাধব নামঘৰৰ চৌহদত শ্ৰীমহেন্দ্ৰ বৈশ্য ডাঙৰীয়া, আৰু মৰোৱা আনন্দ ৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দিলীপ ৰাজবংশী মহদোয়ে বৃক্ষৰোপন কাৰ্যসুচী ৰূপায়ণ কৰে🙏🙏

নমস্কাৰ, আগন্তুক ৯ এপ্ৰিল, ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰক্ষেত্ৰীৰ সামগ্ৰিক উন্নয়ন ...
07/04/2026

নমস্কাৰ, আগন্তুক ৯ এপ্ৰিল, ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰক্ষেত্ৰীৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত আপোনালোকৰ বহুমূলীয়া ভোটটি আমাৰ অভিভাৱক তথা জননেতা নাৰায়ণ ডেকা দেৱক ই.ভি.এমৰ ২ নং স্থানত থকা পদুম ফুলৰ চিহ্নত বুটাম টিপি ভোটদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।


07/04/2026
05/04/2026
31/03/2026





Address

Pachim Barbhag
Nalbari

Website

Alerts

Be the first to know and let us send you an email when Kisan Morcha, Pachim Barbhag Adabari Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share