BJYM Barkhetri Dharmapur Mandal

BJYM Barkhetri Dharmapur Mandal এইটো পেজৰ প্ৰধান উদ্দেশ্য হল বৰক্ষেত্ৰী সমষ্টিৰ সমূহ বিজেপিৰ শুভকাংশীক ঐক্যবদ্ধ কৰা ।

পৱিত্ৰ বিধান সভাত শপত গ্ৰহণৰ মুহূৰ্তত ৩৮ নং বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ নিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত নাৰায়ন ডেকা দ...
21/05/2026

পৱিত্ৰ বিধান সভাত শপত গ্ৰহণৰ মুহূৰ্তত ৩৮ নং বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ নিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত নাৰায়ন ডেকা দেৱ ।
Narayan Deka, Barkhetri

শ্ৰদ্ধাৰ শ্ৰীযুত নাৰায়ন ডেকা দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ  । Narayan Deka, Barkhetri
20/05/2026

শ্ৰদ্ধাৰ শ্ৰীযুত নাৰায়ন ডেকা দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

Narayan Deka, Barkhetri

বৰক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকা দেৱৰ পুত্ৰ আৰু জীয়ৰী  মুনু আৰু বাবুলৈ ভাৰতীয় জনতা যুৱ মৰ্চা,ব...
13/05/2026

বৰক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকা দেৱৰ পুত্ৰ আৰু জীয়ৰী মুনু আৰু বাবুলৈ ভাৰতীয় জনতা যুৱ মৰ্চা,বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ তৰফৰ পৰা জন্ম দিনৰ অলেখ শুভকামনা জনাইছোঁ ।

Narayan Deka, Barkhetri

যোৱাকালি ০৯/০৫/২০২৬ ইং তাৰিখ শনিবাৰে বিহগী কবি ৰঘুনাথ চৌধাৰী স্মৃতি সংঘ, লাউপাৰাৰ উদ‍্যোগত অনুষ্ঠিত ৪৮ সংখ‍্যক ৰঙালী বিহ...
10/05/2026

যোৱাকালি ০৯/০৫/২০২৬ ইং তাৰিখ শনিবাৰে
বিহগী কবি ৰঘুনাথ চৌধাৰী স্মৃতি সংঘ, লাউপাৰাৰ উদ‍্যোগত অনুষ্ঠিত ৪৮ সংখ‍্যক ৰঙালী বিহু সন্মিলনৰ অনুস্থানৰ লগতে "BJYM বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল"ৰ তৰফৰ পৰা "কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুস্থান" এটা আয়োজন কৰা হয় ।
উক্ত সম্বৰ্ধনা অনুস্থানটোত বৃহত্তৰ লাউপাৰা অঞ্চলৰ পৰা ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত সুক্ষ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ৬ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক "ভাৰতীয় জনতা যুৱ মৰ্চা,বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ" তৰফৰ পৰা একোখনকৈ ফুলান গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে BJYM বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰাকেশ কুমাৰ হালৈ ডাঙৰীয়া IT আহ্বায়ক শ্ৰীযুত নৱজ্যোতি কলিতা ডাঙৰীয়া আৰু সম্পাদক শ্ৰীযুত মানস প্ৰতিম সাগৰ ডাঙৰীয়া ।

Narayan Deka, Barkhetri

৩৮ নং বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ জনতাৰ আশীৰ্বাদ আৰু অগাধ বিশ্বাসৰ ফলত শ্ৰদ্ধেয় শ্ৰীযুত নাৰায়ন ডেকা  ডাঙৰীয়াই ২০২৬ বিধা...
08/05/2026

৩৮ নং বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ জনতাৰ আশীৰ্বাদ আৰু অগাধ বিশ্বাসৰ ফলত শ্ৰদ্ধেয় শ্ৰীযুত নাৰায়ন ডেকা ডাঙৰীয়াই ২০২৬ বিধান সভা নিৰ্বাচনত ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হৈছে ।

এই ঐতিহাসিক বিজয় কেৱল এজন প্ৰাৰ্থীৰ বিজয় নহয়,
এই বিজয় জনসাধাৰণৰ আশা,বিশ্বাস আৰু উন্নয়নৰ বিজয় ।

আপোনালৈ ভাৰতীয় জনতা যুৱ মৰ্চা,বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো 🙏🙏🙏🙏

আশা কৰোঁ আপোনাৰ নেতৃত্বত বৰক্ষেত্ৰীৰ উন্নয়নৰ অগ্ৰগতিত নতুন দিশ লাভ কৰিব ।

Narayan Deka, Barkhetri

নলবাৰী জিলাৰ তিনিও গৰাকী নৱ নিৰ্বাচিত জনপ্ৰতিনিধিলৈ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভে...
05/05/2026

নলবাৰী জিলাৰ তিনিও গৰাকী নৱ নিৰ্বাচিত জনপ্ৰতিনিধিলৈ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ🙏🙏🙏🙏

আশাকৰোঁ আপোনালোকৰ সবল নেতৃত্বত নলবাৰী জিলা খনক আৰু অধিক সুন্দৰ কৰি তুলিব ।

Narayan Deka, Barkhetri
Jayanta Mallabaruah
Chandra Mohan Patowary

বৰক্ষেত্ৰীৰ জনতাক বহুত বহুত ধন্যবাদ জনালো🙏🙏২৮৮৪৪ ভোটৰ ব্যবধানত  নাৰায়ন ডেকাৰ বৃহৎ জয় ।
04/05/2026

বৰক্ষেত্ৰীৰ জনতাক বহুত বহুত ধন্যবাদ জনালো🙏🙏
২৮৮৪৪ ভোটৰ ব্যবধানত নাৰায়ন ডেকাৰ বৃহৎ জয় ।

Address

Mukalmua
Nalbari
781126

Website

Alerts

Be the first to know and let us send you an email when BJYM Barkhetri Dharmapur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share