নীল-নক্ষত্ৰ / Neel-Nakhyatra

নীল-নক্ষত্ৰ / Neel-Nakhyatra The purpose of life is not to be happy.

It is to be useful, to be honorable, to be compassionate, to have it make some difference that you have lived and lived well.

'নীল- নক্ষত্ৰ'ৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক গল্প আৰু কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ল। প্ৰতিগৰ...
20/03/2026

'নীল- নক্ষত্ৰ'ৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক গল্প আৰু কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ল। প্ৰতিগৰাকী বিজয়ীৰ লগতে সকলো অংশগ্ৰহণকাৰীলৈ নীল-নক্ষত্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশাকৰো ভৱিষ্যতেও আপোনালোকে আমাক এনেদৰে উৎসাহ আৰু অনুপ্ৰেৰণা জগাই থাকিব।

ধন্যবাদেৰে,
নীল-নক্ষত্ৰ / Neel-Nakhyatra

'নীল-নক্ষত্ৰ'ৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত পঞ্চম বাৰ্ষিক সদৌ অসম ভিত্তিত কিতাপ পঢ়ি অনুভৱ লিখা প্ৰতিযোগিতাৰ ফলাফলপ্ৰতিগৰাকী...
20/07/2025

'নীল-নক্ষত্ৰ'ৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত পঞ্চম বাৰ্ষিক সদৌ অসম ভিত্তিত কিতাপ পঢ়ি অনুভৱ লিখা প্ৰতিযোগিতাৰ ফলাফল

প্ৰতিগৰাকী বিজয়ীৰ লগতে সকলো অংশগ্ৰহণকাৰীলৈ নীল-নক্ষত্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশাকৰো ভৱিষ্যতেও আপোনালোকে আমাক এনেদৰে উৎসাহ আৰু অনুপ্ৰেৰণা জগাই থাকিব।

ধন্যবাদেৰে,
নীল- নক্ষত্ৰ
নীল-নক্ষত্ৰ / Neel-Nakhyatra

‘নীল-নক্ষত্ৰ’ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে পঞ্চম বার্ষিক সদৌ অসম ভিত্তিত কিতাপ পঢ়ি অনুভৱ লিখা প্রতিযোগিতানীল- নক্ষত্ৰ নীল-ন...
10/07/2025

‘নীল-নক্ষত্ৰ’ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে পঞ্চম বার্ষিক সদৌ অসম ভিত্তিত কিতাপ পঢ়ি অনুভৱ লিখা প্রতিযোগিতা

নীল- নক্ষত্ৰ
নীল-নক্ষত্ৰ / Neel-Nakhyatra

নীল- নক্ষত্ৰৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত পঞ্চম বাৰ্ষিক গল্প আৰু কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ল। প্ৰতিগৰা...
31/03/2025

নীল- নক্ষত্ৰৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত পঞ্চম বাৰ্ষিক গল্প আৰু কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ল। প্ৰতিগৰাকী বিজয়ীৰ লগতে সকলো অংশগ্ৰহণকাৰীলৈ নীল-নক্ষত্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশাকৰো ভৱিষ্যতেও আপোনালোকে আমাক এনেদৰে উৎসাহ আৰু অনুপ্ৰেৰণা জগাই থাকিব।

ধন্যবাদেৰে,
নীল-নক্ষত্ৰ / Neel-Nakhyatra

‘নীল- নক্ষত্ৰ’ৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত পঞ্চম বাৰ্ষিক গল্প আৰু কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ৩০ মাৰ্চত ঘোষণা কৰা হ...
27/03/2025

‘নীল- নক্ষত্ৰ’ৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত পঞ্চম বাৰ্ষিক গল্প আৰু কবিতা প্ৰতিযোগিতাৰ ফলাফলসমূহ ৩০ মাৰ্চত ঘোষণা কৰা হ’ব।

ল’টাৰীৰ বিজয়ীসকলৰ নাম ১৫/১০/২০২৪ তাৰিখে সন্ধিয়া ঘোষণা কৰা হ’ব।
13/10/2024

ল’টাৰীৰ বিজয়ীসকলৰ নাম ১৫/১০/২০২৪ তাৰিখে সন্ধিয়া ঘোষণা কৰা হ’ব।

২. ‘নীল-নক্ষত্ৰ’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে নলবাৰীস্থিত সাৰথি অনাথ আশ্ৰমত শিশুসকলক কিছু শৈক্ষিক সামগ্ৰীৰ লগতে খাদ্য বিতৰ...
21/07/2024

২.

‘নীল-নক্ষত্ৰ’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে নলবাৰীস্থিত সাৰথি অনাথ আশ্ৰমত শিশুসকলক কিছু শৈক্ষিক সামগ্ৰীৰ লগতে খাদ্য বিতৰণ কৰা হয়।
নীল-নক্ষত্ৰ / Neel-Nakhyatra
নীল- নক্ষত্ৰ

'নীল-নক্ষত্ৰ'ৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত কিতাপ পঢ়ি অনুভৱ লিখা প্ৰতিযোগিতাৰ ফলাফলপ্ৰতিগৰাক...
20/07/2024

'নীল-নক্ষত্ৰ'ৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত কিতাপ পঢ়ি অনুভৱ লিখা প্ৰতিযোগিতাৰ ফলাফল

প্ৰতিগৰাকী বিজয়ীৰ লগতে সকলো অংশগ্ৰহণকাৰীলৈ নীল-নক্ষত্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশাকৰো ভৱিষ্যতেও আপোনালোকে আমাক এনেদৰে উৎসাহ আৰু অনুপ্ৰেৰণা জগাই থাকিব।

ধন্যবাদেৰে,
নীল- নক্ষত্ৰ
নীল-নক্ষত্ৰ / Neel-Nakhyatra

আপোনালোকৰ সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শৰ সহায়ত আজি ‘নীল-নক্ষত্ৰ’ই চাৰিটা বছৰ অতিক্ৰম কৰিলে। আগলৈও আপোনালোকে এনেকৈ আমা...
20/07/2024

আপোনালোকৰ সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শৰ সহায়ত আজি ‘নীল-নক্ষত্ৰ’ই চাৰিটা বছৰ অতিক্ৰম কৰিলে। আগলৈও আপোনালোকে এনেকৈ আমাক সাহস দি থাকিব বুলি আমি আশাবাদী। 💙
নীল- নক্ষত্ৰ

২০ জুলাই চাৰি বছৰীয়া হ’ব নীল-নক্ষত্ৰ / Neel-Nakhyatra আপোনাৰ/আপোনালোকৰ আশীৰ্বাদ, মৰম, দিহা-পৰামৰ্শ চিৰকাম্য।
19/07/2024

২০ জুলাই
চাৰি বছৰীয়া হ’ব নীল-নক্ষত্ৰ / Neel-Nakhyatra
আপোনাৰ/আপোনালোকৰ আশীৰ্বাদ, মৰম, দিহা-পৰামৰ্শ চিৰকাম্য।

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when নীল-নক্ষত্ৰ / Neel-Nakhyatra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category