13/09/2026
আজি ১৩/৯/২৬ তাৰিখে নলবাৰী চি পি আই এমৰ কাৰ্যলয়ত এখন আলোচনা সভা অনুস্হিত কৰা হয়৷ আলোচনাৰ বিষয়বস্তু: “সমাজতন্ত্ৰৰ হকে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সীতাৰাম য়েচুৰীৰ ভূমিকা” ৷ কমৰেড উমেশ দত্তৰ সভাপতিত্ব অনুস্হানটোত মুখ্য আলোচক হিচাপে উপস্থিত থাকে চি পি আই (এম) দলৰ ৰাজ্যিক সম্পাদক কমৰেড সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া লগতে ভাষণ ৰাখে নলবাৰী চি পি আই (এম)দলৰ সম্পাদক কমৰেড ৰবীন মিশ্ৰই৷