05/06/2024
জনতা জনাৰ্দনে,বিশাল জনমতেৰে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়া,ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়া আৰু নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ পক্ষে সমষ্টিবাসীয়ে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে সমষ্টিবাসীৰ ওচৰত সদায়ে কৃতজ্ঞ হৈ থাকিম । আমি আশাবাদী দেশৰ সংসদত বলিষ্ঠ কন্ঠৰে অসমৰ প্ৰতিটো সমস্যা দাঙি ধৰি সাংসদৰ ভূমিকা অক্ষুণ্ণ ৰাখিব ।