28/09/2025
অভিজিত ভট্টাচাৰ্যলৈ সকিয়নী
👉অভিজিৎ ভট্টাচাৰ্যই ক'ব পাৰিবনে নাটক লিখা নহৌতেই নাটকৰ নাম কেনেকৈ দিব পাৰি ?
👉কপিজিৎ উপাধিটো আপুনি পাহৰি গ'লে নহ'ব।
👉সংস্কৃতিৰ বেপাৰ য'তে-ত'তে নচলিব।
👉ভবিষ্যতে ভুল কৰিলে আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিক পদক্ষেপ লোৱা হ'ব।
#অসমনিৰ্মাণসেনা #অসম Asom Live 24 Citizen News NKTV 24 Live News18 Assam & NE Brahmaputra Valley News TheCrosscurrent.in News Daily 24 News Live DY365 Pratidin Time