BJYM Uttar Nalbari Mandal

BJYM Uttar Nalbari Mandal Official page of BJYM Uttar Nalbari Mandal

বিহু কৰ্মশালাৰ কিছু মূহুৰ্ত মান-পত্ৰ আৰু কৃতজ্ঞতা- পত্ৰ জ্ঞাপন
16/04/2025

বিহু কৰ্মশালাৰ কিছু মূহুৰ্ত
মান-পত্ৰ আৰু কৃতজ্ঞতা- পত্ৰ জ্ঞাপন

𝐒𝐨𝐦𝐞 𝐆𝐫𝐞𝐚𝐭𝐟𝐮𝐥𝐥 𝐦𝐨𝐦𝐞𝐧𝐭𝐬       BJYM Uttar Nalbari Mandal  উত্তৰ নলবাৰী মণ্ডল - ভাৰতীয় জনতা পাৰ্টি       Rakesh Das Team B...
04/04/2025

𝐒𝐨𝐦𝐞 𝐆𝐫𝐞𝐚𝐭𝐟𝐮𝐥𝐥 𝐦𝐨𝐦𝐞𝐧𝐭𝐬 BJYM Uttar Nalbari Mandal উত্তৰ নলবাৰী মণ্ডল - ভাৰতীয় জনতা পাৰ্টি Rakesh Das
Team BJYM Uttar Nalbari Mandal, BJP (2023-24/ 25)

📍 স্থান - নাহেৰবাৰী দূৰ্গা মন্দিৰ

হেঁপাহৰ ৰঙালী বিহুটিৰ প্ৰাক মূহুৰ্তত আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ প্ৰতি ইচ্ছুক হৈ উঠি অহা নৱ-প্ৰজন্মক আকৰ্ষিত কৰি তোলাৰ বা...
04/04/2025

হেঁপাহৰ ৰঙালী বিহুটিৰ প্ৰাক মূহুৰ্তত আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ প্ৰতি ইচ্ছুক হৈ উঠি অহা নৱ-প্ৰজন্মক আকৰ্ষিত কৰি তোলাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা,উত্তৰ নলবাৰী মণ্ডলৰ উদ্যোগত নাহেৰবাৰী দূৰ্গা মন্দিৰৰ বাকৰিত চলি থকা সাদিনীয়া বিহু নাচৰ কৰ্মশালাৰ কিছু সুন্দৰ মুহুৰ্ত ।
Dilip Saikia Jayanta Mallabaruah Jayanta Kumar Bujarbaruah Nandalal Sarkar
Rakesh Das Mriganka Das Anupam Barman
BJYM Uttar Nalbari Mandal



অহা ৩১ মাৰ্চৰ পৰা ৬ এপ্ৰিল, ২০২৫ ইং তাৰিখলৈ সাতদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া "বিহু নাচৰ কৰ্মশালা" খনি সুচাৰুৰূপে পৰিচালনা...
26/03/2025

অহা ৩১ মাৰ্চৰ পৰা ৬ এপ্ৰিল, ২০২৫ ইং তাৰিখলৈ সাতদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া "বিহু নাচৰ কৰ্মশালা" খনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যোৱাকালি ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ সন্মানীয় সভাপতি মহোদয়ৰ সৈতে আলোচনাত মিলিত হৈ পৰামৰ্শ গ্ৰহণ কৰোঁ।
Jayanta Mallabaruah Jayanta Kumar Bujarbaruah Nandalal Sarkar Mriganka Das Anupam Barman

▪️স্থান - নাহেৰবাৰী দূৰ্গা মন্দিৰ প্ৰাঙ্গণ
▪️সময় - আবেলি ৩ বজাৰ পৰা ৫ বজালৈ
▪️যোগাযোগ -
📞 86382 63708
📞 80999 92267

👉🏻 ভাৰতীয় জনতা যুৱ মৰ্চা, উত্তৰ নলবাৰী মণ্ডলৰ উদ্যোগত পোন-প্ৰথমবাৰৰ অহা ৩১ মাৰ্চৰ পৰা ৬ এপ্ৰিল, ২০২৫ ইং তাৰিখলৈ সাতদিনীয...
21/03/2025

👉🏻 ভাৰতীয় জনতা যুৱ মৰ্চা, উত্তৰ নলবাৰী মণ্ডলৰ উদ্যোগত পোন-প্ৰথমবাৰৰ অহা ৩১ মাৰ্চৰ পৰা ৬ এপ্ৰিল, ২০২৫ ইং তাৰিখলৈ সাতদিনীয়া "বিহু নাচৰ কৰ্মশালা" ৰ আয়োজন কৰা হৈছে। উক্ত কৰ্মশালাত আপোনাক সকলোৰে সহায়-সহযোগিতা ও‌ সু দিহা-পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

▪️স্থান - নাহেৰবাৰী দূৰ্গা মন্দিৰ প্ৰাঙ্গণ
▪️সময় - আবেলি ৩ বজাৰ পৰা ৫ বজালৈ
▪️যোগাযোগ -
📞 86382 63708
📞 80999 92267


Dilip Saikia Jayanta Mallabaruah Jayanta Kumar Bujarbaruah Nandalal Sarkar
Rakesh Das Mriganka Das
Anupam Barman Ram Kripal Kalita
BJYM Uttar Nalbari Mandal উত্তৰ নলবাৰী মণ্ডল - ভাৰতীয় জনতা পাৰ্টি

09/03/2025
03/02/2025

নম: সৰস্বতী মহাভাগে বিদ্যে কমললোচনে।
বিশ্বৰূপে বিশালাক্ষ্মী বিদ্যাণ্ডেহি নম: ষ্টুতে।

বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজাৰ এই পবিত্ৰ ক্ষণত আই সৰস্বতীৰ শ্ৰীচৰণত ভক্তিভাৱেৰে সেৱা নিবেদিলোঁ আৰু সকলোলৈকে আন্তৰিক শুভকামনা জনালোঁ। আই সৰস্বতীয়ে সমাজ খনক জ্ঞানৰ জ্যোতিৰে আলোকিত কৰি তোলক তাৰেই কামনা কৰিলোঁ।।
Himanta Biswa Sarma Jayanta Mallabaruah Jayanta Bujarbaruah Nandalal Sarkar
Rakesh Das Mriganka Das

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when BJYM Uttar Nalbari Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share