BJYM Nalbari

BJYM Nalbari Official page of Bharatiya Janata Yuva Morcha (BJYM), Nalbari District

ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ তৰফৰ পৰা অসমৰ সু-সন্তান Riyan Paragক আন্তৰিক শুভকামনা আৰু অভিনন্দন জনালো💐💐💐Jayanta Ma...
29/05/2026

ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ তৰফৰ পৰা অসমৰ সু-সন্তান Riyan Paragক আন্তৰিক শুভকামনা আৰু অভিনন্দন জনালো💐💐💐
Jayanta Mallabaruah
Chandra Mohan Patowary
Narayan Deka, Barkhetri
Jayanta Kumar Bujarbaruah

12/05/2026
12/05/2026
12/05/2026

অসমবাসীৰ সাহস, জন্মভূমিৰ অতন্দ্ৰ প্ৰহৰী...

Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
Chandra Mohan Patowary
Narayan Deka, Barkhetri
Rakesh Das
Jayanta Kumar Bujarbaruah
Kapil Dev Talukdar
BJYM Assam BJYM Nalbari

ঐতিহাসিক বিজয় সাব্যস্ত কৰি অভূতপূৰ্ব জনাদেশেৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰাকমুহূৰ্তত আপোনালৈ ভাৰ...
12/05/2026

ঐতিহাসিক বিজয় সাব্যস্ত কৰি অভূতপূৰ্ব জনাদেশেৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰাকমুহূৰ্তত আপোনালৈ ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

পৰমপিতা পৰমেশ্বৰৰ ওচৰত আপোনাৰ আগন্তুক ৫ বছৰ সৰ্বশ্ৰেষ্ঠ কাৰ্যকাল হিচাপে পৰিগণিত হওক তাৰেই প্ৰাৰ্থনা জনাইছোঁ।

Himanta Biswa Sarma
Jayanta Mallabaruah
Chandra Mohan Patowary
Narayan Deka, Barkhetri

12/05/2026
অসমত এন ডি এৰ তৃতীয় সংস্কৰণে আত্মনিৰ্ভৰ অসমৰ ভেটি আৰু অধিক শক্তিশালী কৰিবলৈ ১০ লাখ যুৱক-যুৱতীক ৫ লাখকৈ উদগনি সহায় আগবঢ়া...
11/05/2026

অসমত এন ডি এৰ তৃতীয় সংস্কৰণে আত্মনিৰ্ভৰ অসমৰ ভেটি আৰু অধিক শক্তিশালী কৰিবলৈ ১০ লাখ যুৱক-যুৱতীক ৫ লাখকৈ উদগনি সহায় আগবঢ়াব। এই পদক্ষেপে নতুন কর্মসংস্থাপন সৃষ্টিৰ লগতে শক্তিশালী কৰিব স্থানীয় অৰ্থনীতি আৰু সপোন দেখা প্ৰতিজন উদ্যোগীক যোগাব আগবাঢ়ি যোৱাৰ সাহস । যুৱশক্তিৰ হাতত গঢ় লৈ উঠিব নতুন অসম।
Jayanta Mallabaruah
Chandra Mohan Patowary
Narayan Deka, Barkhetri
Himanta Biswa Sarma

10/05/2026

আহিছে আহিছে, হিমন্ত আহিছে❤️🔥

Himanta Biswa Sarma unanimously chosen as NDA Legislature Party Leader. He will take oath as Assam CM on May 12 for the second consecutive term

Jayanta Mallabaruah Chandra Mohan Patowary Narayan Deka, Barkhetri Jayanta Kumar Bujarbaruah Rakesh Das Kapil Dev Talukdar BJYM Assam

Address

Sonpur, Ward No 9 Nalbari Town
Nalbari
781335

Telephone

+919864781499

Website

Alerts

Be the first to know and let us send you an email when BJYM Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Nalbari:

Share