Bhitha mahal,nalbari

Bhitha mahal,nalbari ☆নলবাৰীজিলাৰ ঘনবসতিপূৰ্ণ,প্ৰাকৃতিক শোভাৰে ভৰপূৰ এখন মনোৰম গাঁও ভিঠা মহল৷
♥জয় কলিয়া বাবা♥
♥হৰ হৰ মহাদেৱ♥
ফ'ল কৰক পেজখন

27/03/2026
দিবা - নৈশ দ্বৈত বেডমিন্টন প্ৰতিযোগিতা  স্হান : ভিঠামহল বাসন্তী মন্দিৰ প্ৰাঙ্গন ভত্তি মাচুল : ২০০ টকা প্ৰথম পুৰস্কাৰ - ৪...
22/12/2025

দিবা - নৈশ দ্বৈত বেডমিন্টন প্ৰতিযোগিতা
স্হান : ভিঠামহল বাসন্তী মন্দিৰ প্ৰাঙ্গন
ভত্তি মাচুল : ২০০ টকা
প্ৰথম পুৰস্কাৰ - ৪০০০ টকা
দ্বিতীয় পুৰস্কাৰ - ২০০০ টকা
সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ l

শুপ্ৰভাত ফ'লৱাৰ সকল ৷ সোণোৱালী পথাৰ খন ৷
17/11/2025

শুপ্ৰভাত ফ'লৱাৰ সকল ৷ সোণোৱালী পথাৰ খন ৷

01/06/2025

fans
Does anyone remember a memory of ?

আমাৰ প্ৰতিযোগিতাসমুহৰ ফলা ফল _________👇
17/05/2025

আমাৰ প্ৰতিযোগিতাসমুহৰ ফলা ফল _________👇

______________________________♥
17/05/2025

______________________________♥

16/05/2025

দশম বাৰ্ষিক ভিঠা মহল ৰঙালী বিহু সন্মিলনৰ, সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ 👉 জনপ্ৰিয় কণ্ঠ শিল্পী নৱনীল আৰু কাজল বৰুৱাৰ গীতৰ শৰাই৷ সমুহ ৰাইজৰ উপস্হিতি আৰু সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ৷

04/06/2024

কলীয়া গোঁসাই থানৰ শিৱ মন্দিৰটোৰ কাম সম্পূৰ্ণ কৰিবলৈ কিছু ধনৰ প্ৰয়োজন হৈছে সেয়ে সকলোকে সাধ্য অনুসৰি সহায় কৰিবলৈ অনুৰোধ জনালোঁ 🙏

☞ 9706852404 সম্পাদকৰ যোগাযোগৰ ফোণ নম্বৰ৷

______________________________________________________

03/06/2024

নষ্টালজিয়া৷

Video© Jintu .

25/05/2024

ভিঠা মহল গাঁও৷
ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ তালুকত অৱস্থিত ভিঠা মহল গাঁও। এই গাঁৱৰ লোকপিয়ল সংহিতা ৩০৪০৫৬। ভিঠা মহল গাঁৱৰ মুঠ ভৌগোলিক আয়তন ২৬০.২২ হেক্টৰ/২.৬ কিলোমিটাৰ²৷ নিকটতম আৰক্ষী থানা ঘগ্ৰাপাৰ তহচিলত অৱস্থিত।

লোকপিয়ল সংহিতা৷
ভিঠা মহল গাঁৱৰ লগত জড়িত ভাৰতীয় লোকপিয়ল সংহিতা৷

প্ৰকাৰ নাম লোকপিয়ল ক'ড

উপকণ্ঠ অঞ্চল ভিঠা মহল ৩০৪০৫৬
তালুকা ঘগ্ৰাপাৰ ০২১৩৮
জিলা নলবাৰী ৩২৩
ৰাজ্য অসম ১৮

জনসংখ্যা
ভিঠা মহল গাঁৱৰ জনসংখ্যাৰ বিৱৰণ৷

প্ৰকাৰ জনসংখ্যা
পুৰুষ ৭৩৭
মহিলা ৬৭৫
লিংগ অনুপাত ১০৯

ভিঠা মহল গাঁৱৰ সকলো জৰীপৰ তথ্য ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়,২০১৫ চনৰ মুক্ত চৰকাৰী তথ্য মঞ্চ ভাৰতৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ৰাষ্ট্ৰীয় তথ্য বিনিময় আৰু অভিগম্যতা নীতি ৰ অধীনত প্ৰকাশ কৰা হৈছে।

17/05/2024

Shanti People is a Kyiv-based World music band performing Vedic Mantras in combination with groovy electronics.
(শান্তি পিপল হৈছে কিয়ভ ভিত্তিক বিশ্ব সংগীত বেণ্ড যিয়ে গ্ৰুভি ইলেক্ট্ৰনিকছৰ সৈতে বৈদিক মন্ত্ৰ পৰিবেশন কৰে৷)

Singer Name: Ukrainian singer Uma Shanti
Uma Shanti Is A Talented Musician Known For Her Performances As The Frontwoman Of Shanti People.
উমা শান্তি শান্তি মানুহৰ ফ্ৰন্টউমেন হিচাপে অভিনয়ৰ বাবে পৰিচিত এগৰাকী প্ৰতিভাৱান সংগীতজ্ঞ৷

Address

Bhitha Mahal, Postal Code: India Ghograpar To Tamulpur Rod
Nalbari
781369

Website

Alerts

Be the first to know and let us send you an email when Bhitha mahal,nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bhitha mahal,nalbari:

Share