বৰভাগ মহাবিদ্যালয় NSUI গোট

  • Home
  • India
  • Nalbari
  • বৰভাগ মহাবিদ্যালয় NSUI গোট

বৰভাগ মহাবিদ্যালয় NSUI গোট এন এছ ইউ আই হৈছে বিশ্বৰ অন্যতম বৃহৎ ৰাজনৈতিক ছাত্ৰ সংগঠন,

বৰভাগ মহাবিদ্যালয়ৰ স্নাত্তক প্ৰথম বৰ্ষৰ ছাত্ৰ তথা দোকোহা গাওঁ নিবাসী চানিদুল আলী যোৱা ১৩/০৯/২০২৩ তাৰিখে বৰভাগ মহাবিদ্যাল...
21/09/2023

বৰভাগ মহাবিদ্যালয়ৰ স্নাত্তক প্ৰথম বৰ্ষৰ ছাত্ৰ তথা দোকোহা গাওঁ নিবাসী চানিদুল আলী যোৱা ১৩/০৯/২০২৩ তাৰিখে বৰভাগ মহাবিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত আৰঙ্গমৌ পথত দুৰ্ঘটনাত আহত হৈ গুৱাহাটী (GNRCH)ৰ মেডিকেলৰ (ICU)ত চিকিৎসাধীন অৱস্থাত আছিল।যোৱা ১৯-৯-২০২৩ ইং তাৰিখ (মঙ্গলবাৰে) চানিদুলে অকাল মৃত্যুক সাৱতি লয়।আজি বৰভাগ মহাবিদ্যালয়ৰ National student Union of india (NSUI) গোটৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰাৰ লগতে,পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ🙏

Address

বৰভাগ
Nalbari
781347

Telephone

+919864583892

Website

Alerts

Be the first to know and let us send you an email when বৰভাগ মহাবিদ্যালয় NSUI গোট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share